ASSAM EMPLOYMENT

Assam Employment Quiz Competition 15 August 2022 – Attractive Prize & Certificate

3.2/5 - (9 votes)

সকলোকে ইয়াৰ দ্বাৰা জনোৱা হৈছে যে Assam Employment team য়ে এখন কুইজ প্ৰতিযোগিতা আয়োজন কৰিবলৈ গৈ আছে। এই Online Quiz Competition খন অহা 15 আগষ্ট, 2022 তাৰিখে পুৱা 10:30 বজাত Assam Employment ৱেবছাইটত অনুষ্ঠিত হ’ব। বিজয়ী প্ৰাৰ্থী জনক/জনীক আকৰ্ষণীয় পুৰস্কাৰ আৰু প্ৰমাণপত্ৰ প্ৰদান কৰা হব।

58
Created on By Assam Employment Quiz Competition 15 August 2022 - Attractive Prize & Certificateutpaldas121
Assam Employment General Knowledge Quiz

Quiz Competition from AssamEmployment.com

Quiz Competition ত অংশগ্ৰহণ কৰিবলৈ তলত দিয়া Start Button ত Click কৰক

Assam Employment Quiz Competition 15 August 2022 - Attractive Prize & Certificate

1 / 100

1. সূৰ্যৰ ৰশ্মি পৃথিৱী পাবলৈ কিমান সময় লাগে ?

2 / 100

2. ভাৰত - বাংলাদেশৰ মাজত কোনখন ৰে'ল ২০২২ চনৰ ১ জুনৰ পৰা আৰম্ভ হৈছে?

3 / 100

3. তলৰ কোনটো বেগৰ ক্ষেত্ৰত সত্য নহয়?

4 / 100

4. ভাৰতীয় অৰ্থনীতিৰ বিষয়ে কৃষি কি?

5 / 100

5. ভাৰতবৰ্ষত কিমানখন ৰাজ্য আৰু কেন্দ্রীয় শাসিত অঞ্চল আছে?

6 / 100

6. সিন্ধু উপত্যকাৰ প্রধান জীৱিকা কি আছিল?

7 / 100

7. which of the following pairs of lines in a circle cannot be parallel ( বৃত্ত এটাত নিম্নলিখিত কোনযোৰ ৰেখা সমান্তৰাল হ'ব নোৱাৰে ).

8 / 100

8. তলৰ কোনটো অমিল?

9 / 100

9. Pollution of Water is responsible for - পানী প্ৰদূষণৰ বাবে দায়ী

10 / 100

10. ভাৰতৰ আটাইতকৈ ডাঙৰ মৰুভূমি কোনখন ৰাজ্যত অৱস্থিত?

11 / 100

11. Which state has the largest forest cover in India? ভাৰতত কোনখন ৰাজ্যৰ সৰ্ববৃহৎ বনাঞ্চল আছে?

12 / 100

12. কোনটো ৰাজ্যই প্রথমে যুদ্ধত হাতী ৱ্যবহাৰ কৰিছিল?

13 / 100

13. ভাৰতৰ বৰ্তমানৰ ৰাষ্ট্ৰপতি দ্ৰৌপাদি মুৰ্মু (Droupadi Murmu) কিমান তম ৰাষ্ট্ৰপতি?

14 / 100

14. Use articles (a, an or the) Where necessary to fill up the gaps:

She is a student of ______ Guwahati University.

15 / 100

15.  লুইত কোঁৱৰ কোন? Q. Who is Louis Kowar?

16 / 100

16. এজন মানুহে ১১ টা কমলা ১০ টকাত কিনিলে আৰু ১০ টা কমলা ১১ টকাত বিকিলে । তেওঁৰ মুঠ লাভ বা লোকচানৰ শতাংশ নিৰ্ণয় কৰা -

17 / 100

17. যদি 5 - 5 = 24 আৰু 7 - 7 = 48 হয় তেন্তে 10 - 10 মানে কিমান?

18 / 100

18. অসম কোন জলবায়ু অঞ্চলত পৰে?

19 / 100

19. নতুন ৰাজ্য গঠন কৰাৰ ক্ষমতা কাৰ আছে?

20 / 100

20. নিম্নলিখিত কোনখন বেদ সংগীতৰ লগত জড়িত?

21 / 100

21. ভাৰতত কোন প্রকাৰৰ মাটি বেছিভাগ পোৱা যায়?

22 / 100

22. জুই নুমুৱাবলৈ কি গেছ ব্যবহাৰ কৰা হয়?

23 / 100

23. Energy providing to organism by - জীৱক শক্তি প্ৰদান কৰে -

24 / 100

24. শ্ৰীমন্ত শংকৰদেৱে প্ৰচাৰ কৰা ধৰ্মটোৰ নাম কি ?

25 / 100

25. আন্দামান আৰু নিকোবৰৰ মাজত থকা আন্তৰ্জাতিক সীমান্ত ৰেখাডালৰ নাম কি?

26 / 100

26. বৰ্তমান অসমৰ বিত্তমন্ত্ৰী কোন?

27 / 100

27. 8 জন মানুহে এটা কাম 40 দিনত সম্পূৰ্ণ কৰিব পাৰে । গতিকে 10 দিনত কামটো সম্পূৰ্ণ কৰিবলৈ কিমানজন মানুহৰ প্রয়োজন হ'ব?

28 / 100

28. How many tangents can be drawn from an external point to a given circle ( বৰ্হি বিন্দু এটাৰ পৰা এটা বৃত্তলৈ কিমানডাল স্পৰ্শক টানিব পাৰি?)

29 / 100

29. বৈদিক ধৰ্ম ________ ধৰ্ম হিচাপেও জনা যায় ।

30 / 100

30. The Frist Assamese Children magazine was ( প্রথমখন অসমীয়া শিশু আলোচনী খন আছিল)

31 / 100

31. পৃথিৱীৰ আটাইতকৈ গভীৰ সাগৰ কোনটো?

32 / 100

32. ডেভিচ কাপ কোনটো খেলৰ সৈতে সম্পৰ্কিত?

33 / 100

33. কোনটো জনগোষ্ঠীয়ে অসমত প্ৰথম ধানখেতি কৰিছিল? Q. Which community first cultivated paddy in Assam?

34 / 100

34. Who had established the 'Barpeta Satra" in Barpeta? (বৰপেটাত 'বৰপেটা সত্ৰ' কোনে স্থাপন কৰিছিল?)

35 / 100

35. CNG ৰ সম্পূৰ্ণ নাম কি?

36 / 100

36. পৰমাণু নিউক্লিয়াছ গঠিত হয়-

37 / 100

37. ভাৰতৰ প্রথম ৰাষ্টপতি কোন আছিল?

38 / 100

38. ভাৰতবৰ্ষৰ পশ্চিমে কোনখন দেশ আছে?

39 / 100

39. Use articles (a, an or the) where necessary to fill up the gaps:

My Friend will come by _______ 7:30 train.

40 / 100

40. ব্রহ্মপুত্রৰ ওপৰত নৰনাৰায়ণ সেতুয়ে কোন দুখন জিলাক সংযোগ কৰে?

41 / 100

41. Use articles (a, an or the) where necessary to fill up the gaps:

______ English is not a difficult language.

42 / 100

42. ভাৰতে কিমানবাৰ ক্ৰিকেট বিশ্বকাপ জিকিছে?

43 / 100

43. অসমৰ বাবে উপাৰ্জনৰ সৰ্বাধিক সম্ভাৱ্য উৎস কি?

44 / 100

44. Which is the only institution in India to issue ‘Electoral bonds’? Q. 'নিৰ্বাচনী বণ্ড' জাৰী কৰা ভাৰতৰ একমাত্ৰ প্ৰতিষ্ঠান কোনটো?

45 / 100

45. এখন মটৰ গাড়ীয়ে 420 কি:মি: দূৰত্ব 3 ঘন্টাত অতিক্রম কৰে । মটৰ গাড়ীখনৰ দ্রুতি হ'ব ?

46 / 100

46. চুপাৰচনিক উৰাজাহাজ'ৰ গতি -

47 / 100

47. Which of the following about a parallelogram is true? ( সামান্তৰিকৰ বাবে তলৰ কোনটো সত্য )

48 / 100

48. নীলা গ্রহ বুলি কাক কোৱা হয়?

49 / 100

49. Air Pollution Cacuses - বায়ু প্ৰদূষণৰ কাৰণে হয়

50 / 100

50. আটাইতকৈ সৰু পূণসংখ্যাটো হ'ল-

51 / 100

51. ভাৰতত কোনটো শস্যৰ খেতি সৰ্বাধিক হয়?

52 / 100

52. Use articles (a, an or the) where necessary to fill up the gaps:

______ Pacific ocean is ______ largest ocean in the world.

53 / 100

53. ড৹ ভূপেন হাজৰিকাই পৰিচালনা কৰা প্রথমখন অসমীয়া কথাছবিখনৰ নাম কি আছিল?

54 / 100

54. নিম্নলিখিত কোনটো গ্রহৰ ঘনত্ব সৰ্বাধিক?

55 / 100

55. হাৰিয়ানাৰ ৰাজধানী কি?

56 / 100

56. বায়ুমণ্ডলত প্রায় কিমান শতাংশ অক্সিজেন (O) গেছে আগুৰি আছে?

57 / 100

57. গাঁও পঞ্চায়তৰ সদস্য সংখ্যা হ'ল-

58 / 100

58. দিল্লী কোনখন নদীৰ পাৰত অৱস্থিত?

59 / 100

59. বিধান সভাৰ অধ্যক্ষক কোনে নিৰ্বাচন কৰে ?

60 / 100

60. ইন্টাৰনেট (Internet) কিহৰ বাবে ব্যৱহাৰ কৰা হয়?

61 / 100

61. ভাৰতীয় ৰিৰ্জাভ বেংকৰ প্রতীক চিহ্নত থকা জন্তুটোৰ নাম কি?

62 / 100

62. আমাৰ ৰাষ্ট্ৰীয় প্ৰতীক অশোক স্তম্ভত মুঠতে কেইটা সিংহ আছে?

63 / 100

63. 5 km দীঘল  ৰাস্তা এটা 40 জন বনুৱাই 35 দিনত সাজিব পাৰে । তেন্তে সেই ৰাস্তাটোত 20 দিনত সম্পূৰ্ণ কৰিবলৈ আৰু কিমানজন বনুৱা নিয়োগ কৰিব লাগিব?

64 / 100

64. Use articles (a, an or The) where necessary to fill up the gaps:

______ Assam Tribune is _____ leading newspaper.

65 / 100

65. তোমাৰ সকলোতকৈ ভাল বন্ধুজন বিচলিত হৈ আছে, তেওঁক প্রফুল্লিত কৰিবলৈ তুমি কি কৰিবা?

66 / 100

66. 'মাউণ্ট এভাৰেষ্ট' ক'ত অৱস্থিত?

67 / 100

67. মহাত্মা গান্ধীয়ে প্রথমবাৰৰ বাবে কেতিয়া অসম ভ্রমন কৰিছিল?

68 / 100

68. পৃথিৱীৰ বৃহত্তম দেশ কোনখন ?

69 / 100

69. অসম আৰক্ষীৰ বৰ্তমান সঞ্চালকপ্ৰধান(DGP) জনৰ নাম কি?

70 / 100

70. Who is known as the Napoleon of India? (ভাৰতৰ নেপোলিয়ন বুলি কাক জনা যায়? )

71 / 100

71. হীমা দাসৰ উপনাম কি-

72 / 100

72. (2×3×5) আৰু (3×5×7) ৰ ল.সা.গু. (LCM) কিমান?

73 / 100

73. এটা বস্তুৰ কিনা দাম 700 টকা আৰু বেচা দাম 630 টকা  । ইয়াত লাভ বা লোকচানৰ শতাংশ হৈছে -

74 / 100

74. সিন্ধু উপত্যকা সভ্যতাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বৈশিষ্ট্যটো কি আছিল?

75 / 100

75. মোগল সাম্ৰাজ্যৰ প্ৰতিষ্ঠা কোনে কৰিছিল?

76 / 100

76. সিন্ধু উপত্যকাৰ সভ্যতা হৈছে

77 / 100

77. গায়িত্রী মন্ত্র কোনখন বেদত উল্লেখ আছে?

78 / 100

78. এছ. আই. এককত কার্যৰ একক হ'ল—

79 / 100

79. তলৰ শব্দবোৰৰ পৰা সকলোতকৈ কম সাদৃশ্য থকা শব্দটো বিচাৰি উলিওৱা - (Select the world which is least like the other words in the group.)

80 / 100

80. তুমি এজন পৰিচালক আৰু তোমাৰ এজন কৰ্মচাৰীয়ে ভালদৰে কাম কৰা নাই, তেতিয়া এজন পৰিচালক হিচাপে তুমি কি কৰিবা?

81 / 100

81. বাস্কেটবল দলত কিমানজন খেলুৱৈ থাকে?

82 / 100

82. বায়ুত আটাইতকৈ বেছি কোনবিধ গেছ পোৱা যায় ?

83 / 100

83. এজন মানুহে 1000 টকাত এটা পুতলা ক্ৰয় কৰে বা কিনে আৰু ইয়াক 1500 টকাত বিক্ৰী কৰে । তেওঁৰ লাভৰ শতাংশ কিমান?

84 / 100

84. অসমত নদী গৱেষণা কেন্দ্ৰ ক'ত আছে?

85 / 100

85. এখন ভৰ্ত্তি বাছত যাত্ৰা কৰি থাকোতে তুমি লক্ষ্য কৰিলা যে এজনী বয়স্ক তিৰোঁতাই কোলাত এটি শিশু লৈ বহিবলৈ ঠাই নাপাই থিয় দি আছে | তেতিয়া তুমি কি কৰিবা?

86 / 100

86. এচিডৰ সোৱাদ হৈছে -

87 / 100

87. মহাত্মা গান্ধী অসমলে কোন চনত আহিছিল? Q. In which year did Mahatma Gandhi come to Assam?

88 / 100

88. The Number of integers less than -3 but greater than -8 is ( -3 তকৈ সৰু কিন্তু -8 তকৈ ডাঙৰ অখণ্ড সংখ্যা কিমানটা আছে )

89 / 100

89. ভাৰতৰ কোন ঠাইক গুলপীয়া চহৰ "পিংক চিটি অফ ইণ্ডিয়া" বুলি কোৱা হয়?

90 / 100

90. নেমুটেঙাত থকা এছিডটোৰ নাম হৈছে -

91 / 100

91. NREGA ৰ সম্পূৰ্ণ নাম-

92 / 100

92. FACTUAL ক কোড ভাষাত লিখিলে CAFTLAU হয়। তেন্তে MORNING ক কোড ভাষাত লিখিলে কি হব -

93 / 100

93. A Cyclist covers 12 km in an hour. What is his speed in meters per minute? (এজন চাইকেল আৰোহীয়ে এঘণ্টাত 12 কিলোমিটাৰ যাব পাৰে। প্ৰতি মিনিটত /মিটাৰত তেওঁৰ গতি কিমান হব?)

94 / 100

94. আহোম যুগৰ আমোদজনক আৰু জনপ্ৰিয় খেলবিধৰ নাম কি ?

95 / 100

95. কোনখন অসমৰ একমাত্র পাহাৰীয়া চহৰ?

96 / 100

96. সিন্ধু সভ্যতাৰ লোকসকলে _________ ক উপাসনা কৰিছিল।

97 / 100

97. অসমৰ কোন ঠাইত আৰক্ষী প্রশিক্ষণ কেন্দ্র আছে?

98 / 100

98. চাণক্য কাৰ মন্ত্রী আছিল? (Chanakya was minister of)

99 / 100

99. Use articles (a, an or the) where necessary to fill up gaps:

Mr. Sharma holds _______ honorary post in this committee.

100 / 100

100. শোলে (Sholay) ছবি খনত গব্বৰ সিঙৰ (Gabbar Singh) চৰিত্রটো কোনে অভিনয় কৰিছিল?

Your score is

The average score is 42%

0%

Assam Employment Quiz Competition Details:–

Name of Contest: Assam Employment Quiz Competition

Question Type: Multiple Choice Question (MCQ) 

Date of Contest: 15 August 2022 (Monday)

Timing of Contest: 10.30 AM  to 11.30 AM (1 hour)

Exam Entry Timing: 10:30 AM to 10:35 AM

Exam Mode: Online (Free Online Quiz Competition)

Venue of Contest: Assam Employment Official Website (Assamemployment.com)

Medium of Contest: Assamese

Negative Marking: No Negative Marking

Quiz Competition খনত অংশগ্ৰহণ কৰিবলৈ যিকোনো এটা Device Use কৰিব পাৰে যেনে Mobile, Laptop, Tablet আদি ।

Assam Employment Quiz Competition Syllabus

Sl. NoSubjects
1General knowledge (সাধাৰণ জ্ঞান)
2Indian History (ভাৰতীয় ইতিহাস)
3Current Affairs (সাম্প্ৰতিক পৰিক্ৰমা)
4General Math (সাধাৰণ গণিত)
5General English Grammar (সাধাৰণ ইংৰাজী ব্যাকৰণ)

How to Participate in the Assam Employment Quiz Competition
(Assam Employment কুইজ প্ৰতিযোগিতাত কেনেদৰে অংশগ্ৰহণ কৰিব)

Assam Employment Quiz Competition খন অহা 15 আগষ্ট, 2022 তাৰিখে পুৱা 10:30 বজাত Assam Employment ৱেবছাইটত অনুষ্ঠিত হ’ব। সকলো প্ৰাৰ্থী য়ে 10:30 AM ৰ আগতে Assam Employment Official Website ত আহি উপস্থিত হব লাগিব| Assam Employment কুইজ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ তলত উল্লেখ কৰা পদক্ষেপবোৰ অনুসৰণ কৰিব পাৰে।

Steps for Assam Employment Online Quiz Competition

1. প্ৰথমতে Assam Employment Official Website ত ক্লিক কৰিব |

2. Next আপুনি Assam Employment Quiz Competition Advertisement ত ক্লিক কৰিব |

Assam Employment Quiz Competition

3. Next আপুনি Countdown running হৈ থকা দেখিব |

Assam Employment Quiz Competition

4. 10:30 AM বজাত Start Button ত ক্লিক কৰি নিজৰ Name, Valid Email Id আৰু Active Mobile Number Submit কৰিব | তাৰ পিছত Next Button ত ক্লিক কৰিব |

Assam Employment Quiz Competition
Assam Employment Quiz Competition

5. এইবাৰ আপুনি Full Screen কৰি লব অৰ্থাত আপুনি Full Screen Icon ত ক্লিক কৰিব |

Assam Employment Quiz Competition

6. Full Screen হোৱাৰ পিছত আপুনি Question Answer সমূহ Fill Up কৰি 11:30 AM বজাৰ ভিতৰত Finish Button ত ক্লিক কৰিব লাগিব |

Assam Employment Quiz Competition
> যদি 11:30 AM ৰ ভিতৰত Quiz Fill Up কৰি Finish Button ত ক্লিক নকৰে তেন্ত চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই আপোনি Fill Up কৰা Question Answer সমূহ Time Up হোৱাৰ পিছত Automatically Submit হৈ যাব | 

> যিসকল প্ৰাৰ্থীয়ে Quiz Competition ত অংশগ্ৰহণ কৰিব বিচাৰে তেওঁলোকে 10:30 AM - 10:35 AM ৰ ভিতৰত Quiz Start কৰিব লাগিব | 

> 10:35 AM ৰ পিছত কোনেও অংশগ্ৰহণ কৰিব নোৱাৰিব |

> Exam Start হোৱাৰ পিছত ভুলতেও Refresh বা Reload নকৰিব |
Assam Employment Quiz Competition

Assam Employment quiz Competiton Result

1. যদি আপুনাৰ 60% – 100% ৰ ভিতৰত Score থাকে তেন্তে আপুনি Winner ৰ বাবে Eligible হব |

Assam Employment Quiz Competition

2. যদি আপুনাৰ 0% – 59% ৰ ভিতৰত Score থাকে তেন্তে আপুনি Winner ৰ বাবে Eligible নহব |

Assam Employment Quiz Competition

Assam Employment Quiz Competiton Selection Process

60% – 100% ৰ ভিতৰত Score থকা সকলৰ মাজৰ পৰা যিজনে সবাতোকৈ কম সময়ৰ ভিতৰত বেছি Score লাভ কৰিবলৈ সক্ষম হয় তেওঁয়ে Winner ৰ বাবে প্ৰযোয্য হব |

Assam Employment Quiz Competition Winner জনে কি লাভ কৰিব ?

1. Assam Employment Quiz Competition Winner জনে Assam Employment ৰ তৰফৰ পৰা এটা Gift লগতে এখন Certificate লাভ কৰিব |

2. Winner জনক আমি Quiz Competition শেষ হোৱাৰ 24 Hour ৰ ভিতৰত Phone কৰি জনাই দিয়া হব |

3. Gift and Certificate খন Courier যোগে Winner জনৰ নিজৰ ঠিকনালৈ পঠাই দিয়া হব |

9 thoughts on “Assam Employment Quiz Competition 15 August 2022 – Attractive Prize & Certificate”

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.