ASSAM EMPLOYMENT

Jobs and Educational News

Interview Quiz

हर

घर

तिरंगा

Assam Employment Quiz Competition 15 August 2022 – Attractive Prize & Certificate

3.2/5 - (9 votes)

সকলোকে ইয়াৰ দ্বাৰা জনোৱা হৈছে যে Assam Employment team য়ে এখন কুইজ প্ৰতিযোগিতা আয়োজন কৰিবলৈ গৈ আছে। এই Online Quiz Competition খন অহা 15 আগষ্ট, 2022 তাৰিখে পুৱা 10:30 বজাত Assam Employment ৱেবছাইটত অনুষ্ঠিত হ’ব। বিজয়ী প্ৰাৰ্থী জনক/জনীক আকৰ্ষণীয় পুৰস্কাৰ আৰু প্ৰমাণপত্ৰ প্ৰদান কৰা হব।

0%
35

The quiz has expired!

Try it next Time

Assam Employment Quiz Competition Details:–

Name of Contest: Assam Employment Quiz Competition

Question Type: Multiple Choice Question (MCQ) 

Date of Contest: 15 August 2022 (Monday)

Timing of Contest: 10.30 AM  to 11.30 AM (1 hour)

Exam Entry Timing: 10:30 AM to 10:35 AM

Exam Mode: Online (Free Online Quiz Competition)

Venue of Contest: Assam Employment Official Website (Assamemployment.com)

Medium of Contest: Assamese

Negative Marking: No Negative Marking

Quiz Competition খনত অংশগ্ৰহণ কৰিবলৈ যিকোনো এটা Device Use কৰিব পাৰে যেনে Mobile, Laptop, Tablet আদি ।

Assam Employment Quiz Competition Syllabus

Sl. NoSubjects
1General knowledge (সাধাৰণ জ্ঞান)
2Indian History (ভাৰতীয় ইতিহাস)
3Current Affairs (সাম্প্ৰতিক পৰিক্ৰমা)
4General Math (সাধাৰণ গণিত)
5General English Grammar (সাধাৰণ ইংৰাজী ব্যাকৰণ)

How to Participate in the Assam Employment Quiz Competition
(Assam Employment কুইজ প্ৰতিযোগিতাত কেনেদৰে অংশগ্ৰহণ কৰিব)

Assam Employment Quiz Competition খন অহা 15 আগষ্ট, 2022 তাৰিখে পুৱা 10:30 বজাত Assam Employment ৱেবছাইটত অনুষ্ঠিত হ’ব। সকলো প্ৰাৰ্থী য়ে 10:30 AM ৰ আগতে Assam Employment Official Website ত আহি উপস্থিত হব লাগিব| Assam Employment কুইজ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ তলত উল্লেখ কৰা পদক্ষেপবোৰ অনুসৰণ কৰিব পাৰে।

Steps for Assam Employment Online Quiz Competition

1. প্ৰথমতে Assam Employment Official Website ত ক্লিক কৰিব |

2. Next আপুনি Assam Employment Quiz Competition Advertisement ত ক্লিক কৰিব |

Assam Employment Quiz Competition

3. Next আপুনি Countdown running হৈ থকা দেখিব |

Assam Employment Quiz Competition

4. 10:30 AM বজাত Start Button ত ক্লিক কৰি নিজৰ Name, Valid Email Id আৰু Active Mobile Number Submit কৰিব | তাৰ পিছত Next Button ত ক্লিক কৰিব |

Assam Employment Quiz Competition
Assam Employment Quiz Competition

5. এইবাৰ আপুনি Full Screen কৰি লব অৰ্থাত আপুনি Full Screen Icon ত ক্লিক কৰিব |

Assam Employment Quiz Competition

6. Full Screen হোৱাৰ পিছত আপুনি Question Answer সমূহ Fill Up কৰি 11:30 AM বজাৰ ভিতৰত Finish Button ত ক্লিক কৰিব লাগিব |

Assam Employment Quiz Competition
> যদি 11:30 AM ৰ ভিতৰত Quiz Fill Up কৰি Finish Button ত ক্লিক নকৰে তেন্ত চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই আপোনি Fill Up কৰা Question Answer সমূহ Time Up হোৱাৰ পিছত Automatically Submit হৈ যাব | 

> যিসকল প্ৰাৰ্থীয়ে Quiz Competition ত অংশগ্ৰহণ কৰিব বিচাৰে তেওঁলোকে 10:30 AM - 10:35 AM ৰ ভিতৰত Quiz Start কৰিব লাগিব | 

> 10:35 AM ৰ পিছত কোনেও অংশগ্ৰহণ কৰিব নোৱাৰিব |

> Exam Start হোৱাৰ পিছত ভুলতেও Refresh বা Reload নকৰিব |
Assam Employment Quiz Competition

Assam Employment quiz Competiton Result

1. যদি আপুনাৰ 60% – 100% ৰ ভিতৰত Score থাকে তেন্তে আপুনি Winner ৰ বাবে Eligible হব |

Assam Employment Quiz Competition

2. যদি আপুনাৰ 0% – 59% ৰ ভিতৰত Score থাকে তেন্তে আপুনি Winner ৰ বাবে Eligible নহব |

Assam Employment Quiz Competition

Assam Employment Quiz Competiton Selection Process

60% – 100% ৰ ভিতৰত Score থকা সকলৰ মাজৰ পৰা যিজনে সবাতোকৈ কম সময়ৰ ভিতৰত বেছি Score লাভ কৰিবলৈ সক্ষম হয় তেওঁয়ে Winner ৰ বাবে প্ৰযোয্য হব |

Assam Employment Quiz Competition Winner জনে কি লাভ কৰিব ?

1. Assam Employment Quiz Competition Winner জনে Assam Employment ৰ তৰফৰ পৰা এটা Gift লগতে এখন Certificate লাভ কৰিব |

2. Winner জনক আমি Quiz Competition শেষ হোৱাৰ 24 Hour ৰ ভিতৰত Phone কৰি জনাই দিয়া হব |

3. Gift and Certificate খন Courier যোগে Winner জনৰ নিজৰ ঠিকনালৈ পঠাই দিয়া হব |

8 thoughts on “Assam Employment Quiz Competition 15 August 2022 – Attractive Prize & Certificate”

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

You cannot copy content of this page