Assam Police Constable AB/UB & SI MCQ | Interview Quiz 2022 February 10, 2022February 8, 2022 by utpaldas121 5/5 - (1 vote)Table of Content ToggleAssam Police Exam test (MCQ) Module-1 Assam Police Exam test (MCQ) Module-2Assam Police Exam test (MCQ) Module-1 180 Created on February 07, 2022Assam Police MCQ AB/UB & SI (Module-1) 1 / 501. Q. আৰ্য সমাজ কোনে প্ৰতিষ্ঠা কৰিছিল? গুৰ ৰাম দাস গুৰু নানক স্বামী বিবেকানন্দ স্বামী দয়ানন্দ স্বৰসতী 2 / 502. Q. বংগ বিভাজন কেতিয়া হৈছিল? 1901 1890 1905 1972 3 / 503. Q. শ্ৰীলংকাৰ ৰাষ্ট্ৰীয় প্ৰতীক কি? গোলাপ তৰা বাঘ সিংহ 4 / 504. Q. বৰ্তমান অসমৰ বিত্তমন্ত্ৰী কোন? ড°হিমন্ত বিশ্ব শৰ্মা সৰ্বানন্দ সোণোৱাল অতুল বৰা অজন্তা নেওগে 5 / 505. Q. কোনজন আহোম ৰজাৰ দিনত ৰংঘৰ বনোৱা হৈছিল ? ৰুদ্ৰ সিংহ শিৱ সিংহ ৰাজেশ্বৰ সিংহ প্ৰমত্ত সিংহ 6 / 506. Q. গাঁও পঞ্চায়তৰ সদস্য সংখ্যা হ'ল- 8 10 12 2 7 / 507. Q. ভাৰতৰ আটাইতকৈ বেছি লোকসভাৰ আসন থকা ৰাজ্য কোনখন? মহাৰাষ্ট্ৰ পশ্চিম বংগ কৰ্ণাটক উত্তৰ প্ৰদেশ 8 / 508. Q. আটাইতকৈ সৰু পূণসংখ্যা হ'ল- 1 0 2 এটাও নহয়। 9 / 509. Q. দুষ্প্ৰাপ্য বা Rare প্ৰাণী মানে কি? লুপ্তপ্ৰায় বিপন্ন লুপ্ত বিশেষ ঠাইত পোৱা প্ৰাণী 10 / 5010. Q. ৩৮ নং ৰাষ্ট্ৰীয় ঘাইপথে কোনদুখন ঠাই সংযোগ কৰিছে? বদৰপুৰ-ছিলং মাকুম-লেখাপানী বাইহাটা চাৰিআলি-জোনাই নগাঁও-ডিমাপুৰ 11 / 5011. Q. কোনটো গ্ৰহৰ কোনো উপগ্ৰহ নাই? ইউৰেনাছ শুক্ৰ শনি এটাও নহয় 12 / 5012. Q. পৃথিৱীৰ বৃহত্তম দেশ কোনখন ? ভাৰত ৰাছিয়া চীন কানাডা 13 / 5013. Q. অসমৰ প্ৰথম অসমীয়া দৈনিক বাতৰি কাকতখন কি ? অৰুণোদই দৈনিক জনমভূমি দৈনিক বাতৰি নীলাচল 14 / 5014. Q. অসমখন কেতিয়া বৃটিছৰ অধীনত গৈছিল ? ১৮২৪ ১৮২২ ১৮২৬ ১৮১৭ 15 / 5015. Q. ইজৰাইলৰ সংসদ টোৰ নাম কি? পাৰ্লিয়ামেণ্ট নেছেট নেচনেল এছেমব্লি মছলিছ 16 / 5016. Q. মাজুলীৰ ভিতৰত একমাত্ৰ নদীখনৰ নাম কি? খেৰকটীয়া চাৰিকৰীয়া সোৱণশিৰি টুনী 17 / 5017. Q. আহোম যুগৰ আমোদজনক আৰু জনপ্ৰিয় খেলবিধৰ নাম কি ? ম'হ যুঁজ কণী যুঁজ শেন যুঁজ মল্ল যুঁজ 18 / 5018. Q. হীমা দাসৰ উপনাম কি- স্মিৰ্ট কুইন ধিং এক্সপ্ৰেছ ট্ৰেক কুইন টোফান কুইন 19 / 5019. Q. গুজৰাটৰ ৰাজধানী কি? ৰাঁচি গান্ধীনগৰ ভূপাল পাটনা 20 / 5020. Q. ছাৰ্ক (SAARC) ৰ মূখ্য কাৰ্যালয় ক'ত ? ঢাকা নতুন দিল্লী কাঠমান্ডু জাকাৰ্তা 21 / 5021. Q. 'অসমীয়া' ভাৰতৰ সংবিধানৰ কোনটো অনুসূচীত উল্লেখিত ভাষাবিলাকৰ এটা----- ষষ্ঠ সপ্তম অষ্টম নৱম 22 / 5022. Q. ভাৰতবৰ্ষৰ পশ্চিমে কোনখন দেশ আছে? বাংলাদেশ ভূটান পাকিস্তান নেপাল 23 / 5023. Q. বৈদ্যুতিক চাকিৰ আবিস্কাৰক গৰাকীৰ নাম কি? চাৰ আইজাক নিউটনৰ থমাছ আলভা এডিছন জগদীশ চন্দ্ৰ বসু মাইকেল ফৰাডে 24 / 5024. Q. গিবন অভয়াৰন্য কোন জিলাত ? চিৰাং কোকৰাঝাৰ যোৰহাট ডিব্ৰুগড় 25 / 5025. Q. কিমান চনত ৰাষ্ট্ৰসংঘই ২১ জুন তাৰিখটো আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস হিচাপে ঘোষণা কৰিছে? 1999 2015 2016 2017 26 / 5026. Q. "খেৰা" অসমৰ কোনটো জনগোষ্ঠীৰ উৎসৱ? বড়ো ৰাভা হাজং কাৰ্বি 27 / 5027. Q. RAM ৰ সম্পূৰ্ণ নাম হৈছে- Random Acces Memory Read only Memory Read and Memory Read about Memory 28 / 5028. Q. পৃথিৱীৰ আটাইতকৈ ওচৰৰ গ্ৰহ কোনটো ? বুধ মঙ্গল শুক্ৰ শনি 29 / 5029. Q. নামঘোষা কাৰ দ্বাৰা ৰচিত ? শ্ৰীমন্ত শংকৰদেৱ মাধৱকন্দলি মাধবদেৱ হৰিদেৱ 30 / 5030. Q. ছিপাহী বিদ্ৰোহ কেতিয়া হৈছিল ? 1764 1526 1857 1757 31 / 5031. Q. গ্ৰেন্ড ওল্দ মেন অফ ইন্দিয়া (Grand old man of India)বুলি কাক জনা যায় ? মহাত্মা গান্ধী জৱহৰলাল নেহৰু দাদাভাই নাওৰাজী লাল বাহাদুৰ শাস্ত্রী 32 / 5032. Q. অসম আৰক্ষীৰ বৰ্তমান সঞ্চালকপ্ৰধান(DGP) জনৰ নাম কি? কূলধৰ শইকীয়া ভাস্কৰজ্যোতি মহন্ত মুকেশ সহাই জ্যোতিৰ্ময় চক্ৰৱৰ্তী 33 / 5033. Q. ভাৰতৰ স্বাধীনতা আন্দোলনৰ অসমৰ প্ৰথম ছহিদ কোন আছিল? কুশল কোঁৱৰ পিয়লি ফুকন কনকলতা মুকুন্দ কাকতি 34 / 5034. Q. আন্তৰ্জাতিক ধান গৱেষণা কেন্দ্ৰটো ক'ত অৱস্থিত? চীন ফিলিপাইন ইণ্ডোনেছিয়া ভাৰত 35 / 5035. Q. তলৰ কোনখন শ্বেত-চহৰ হিচাপে খ্যাত? থাইলেণ্ড বেলগ্ৰেত লাছা বাহৰেইন 36 / 5036. Q. ভাৰতৰ আটাইতকৈ দীঘল নদী ? ব্ৰহ্মপুত্ৰ গংগা গোদাবৰী নীল 37 / 5037. Q. ৰাষ্ট্ৰসংঘ (United Nations) কেতিয়া গঠন হৈছিল ? আগষ্ট 9, 1944 অক্টোবৰ 24, 1944 জানুৱাৰী 10, 1945 অক্টোবৰ 24, 1945 38 / 5038. Q. দিল্লী কোনখন নদীৰ পাৰত অৱস্থিত? গংগা যমুনা গোদাবৰী হুগলী 39 / 5039. Q. লোকসভা আৰু ৰাজ্যসভাৰ যুটীয়া বৈঠকত সভাপতিত্ব কৰে- ৰাষ্ট্ৰপতি প্ৰধানমন্ত্ৰী লোকসভাৰ অধ্যক্ষ উপ-ৰাষ্ট্ৰপতি 40 / 5040. Q. প্ৰঃস্বাধীন ভাৰতৰ প্ৰথম গৃহমন্ত্ৰী কোন আছিল? বল্লভ ভাই পেটেল দাদাভাই নৌৰ্জি দেৱকান্ত বৰুৱা বিপিন চন্দ্ৰ পাল 41 / 5041. Q. আন্দামান আৰু নিকোবৰৰ মাজত থকা আন্তৰ্জাতিক সীমান্ত ৰেখাডালৰ নাম কি? 9 ডিগ্ৰী চেনেল মেনাৰহেম লাইন 10 ডিগ্ৰী চেনেল 38 তম পেৰেলেল লাইন 42 / 5042. Q. অৰুণোদয়ৰ প্ৰথম সম্পাদক কোন আছিল ? চন্দ্ৰ কুমাৰ আগৰৱালা লক্ষ্মীনাথ বেজবৰুৱা নাথান ব্ৰাউন মাইল্চ ব্ৰনছন 43 / 5043. Q. হিন্দু ধর্মৰ আটাইতকৈ পুৰনি মহাকাব্যখনৰ নাম কি ? মহাভাৰত ৰামায়ণ মহাভাষ্য অষ্টধায়ী 44 / 5044. Q. পৃথিৱীৰ আটাইতকৈ ডাঙৰ মৰুভূমি কোনখন ? থৰ গোবি ছাহাৰা ওপৰৰ এটাও নহয় 45 / 5045. Q. বিধান সভাৰ অধ্যক্ষক কোনে নিৰ্বাচন কৰে ? বিধান সভাৰ সদস্যসকলে ৰাজ্যপালে মুখ্যমন্ত্রীয়ে উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে 46 / 5046. Q. শ্ৰীমন্ত শংকৰদেৱে প্ৰচাৰ কৰা ধৰ্মটোৰ নাম কি ? সনাতন ধৰ্ম কৃষ্ণগুৰু ধৰ্ম শংকৰী ধৰ্ম একশৰণ নামধৰ্ম 47 / 5047. Q. প্ৰথম অসমীয়া আধুনিক নাটকখনৰ নাম কি? ৰাম-নৱমী বীণ বৰাগী ভানুমতি মিৰি জীয়ৰী 48 / 5048. Q. আন্তৰাষ্ট্ৰীয় ন্যায়বিচাৰ আদালত ( International Court of Justice ) ৰ প্ৰধান কাৰ্যালয় ক'ত অৱস্হিত ? দা হ'গ, নেডাৰলেন্ড (The Hague, Netherlands) জেনেভা,ছুইজাৰলেন্ড(Geneva, Switzerland) নিউয়ৰ্ক, আমেৰিকা(New York, America) লন্ডন, ইউনাইটেড কিংডম(London, United Kingdom) 49 / 5049. Q. সোণালী বান্দৰৰ বাবে বিখ্যাত অভয়াৰণ্য হ'ল- বৰনদী চক্ৰশিলা আমচাং পবিতৰা 50 / 5050. Q. তেজপুৰত থকা বিমান বন্দৰটোৰ নাম কি? মোহনবাৰী লীলাবাৰী শালনিবাৰী ৰৰৈয়া Your score isThe average score is 54% LinkedIn Facebook Twitter VKontakte 0% Restart quiz Assam Police Exam test (MCQ) Module-2 117 Created on February 07, 2022 By Jitu DasAssam Police MCQ AB/UB & SI (Module-2) 1 / 521. Q. তলৰ কোনখন শ্বেত-চহৰ হিচাপে খ্যাত? বেলগ্ৰেত লাছা থাইলেণ্ড বাহৰেইন 2 / 522. Q. ভাৰতৰ শেষ মোগল সম্ৰাট কোন আছিল ? ২য় ছাহ আলম ২য় বাজীৰাও ২য় বাহাদুৰ ছাহ ঔৰংজেৱ 3 / 523. Q. কৌটিল্যৰ 'অৰ্থশাস্ত্ৰ' নামৰ গ্ৰন্থখন কি বিষয়ক গ্ৰন্থ? চিকিৎসা বিষয়ক অৰ্থনীতি বিষয়ক বুৰঞ্জী বিষয়ক ৰাজনীতি বিষয়ক 4 / 524. Q. 1957 চনৰ 4 অক্টোবত ৰাছিয়াৰে মহাকাশত স্থাপন কৰা উপগ্ৰহটোৰ নাম কি? আৰ্যভট্ট এপ'ল স্পুটনিক-1 এক্সপ্ল'ৰাৰ-1 5 / 525. Q. জৱাহৰলাল নেহৰুৰ সমাধিস্থলৰ নাম কি? একতা স্থল বীৰভূমি শান্তিবন ৰাজঘাট 6 / 526. Q. তলৰ কোনখন নদীক চীনৰ চকুলো বোলা হয়? ইয়াং জি চালৱিন আমুৰ হোৱাংহো 7 / 527. Q. ভাৰতৰ স্বাধীনতা আন্দোলনৰ অসমৰ প্ৰথম ছহিদ কোন আছিল? মুকুন্দ কাকতি পিয়লি ফুকন কনকলতা কুশল কোঁৱৰ 8 / 528. Q. অষ্ট্ৰেলীয় অঞ্চলত উৎপত্তি হোৱা ঘূৰ্ণীবতাহৰ নাম কি? টাইফুন (Typhoon) মুইফা (Muifa) হাৰিকেন (Hurricane) উইলি উইলি (Willy Willy) 9 / 529. Q. বায়ুত আটাইতকৈ বেছি কোনবিধ গেছ পোৱা যায় ? অ'জন কাৰ্বন ডাই অক্সাইড নাইট্ৰ'জেন অক্সিজেন 10 / 5210. Q. পূথিবীৰ মানচিত্র প্রথম কোনে অঙ্কন কৰিছিল ? কপাৰনিকাচ গেলিলিও টলেমি আনাকছিমান্ডাৰ 11 / 5211. Q. কোনটো গ্ৰহক সেউজীয়া গ্ৰহ বুলি কোৱা হয়? শুক্ৰ ইউৰেনাছ পৃথিৱী বুধ 12 / 5212. Q. অসমৰ পৰা ৰাজ্যসভাৰ সদস্য কিমানজন হ'ব পাৰে ? ৭ জন ৫ জন ১২ জন ১৪ জন 13 / 5213. Q. তলৰ কোনটো গ্ৰহক নীলা গ্ৰহ বুলি কোৱা হ'য় ? পৃথিৱী ইউৰেনাচ শুক্ৰ বুধ 14 / 5214. Q. অসমৰ আঞ্চলিক মুগা গৱেষণা কেন্দ্ৰ ক'ত আছে? গুৱাহাটী বকো(মিৰ্জা) তিতাবৰ ঢকুৱাখানা 15 / 5215. Q. অসমৰ প্ৰথম ৰাজ্যপাল কোন আছিল ? বিষ্ণুৰাম মেধি গোপীনাথ বৰদলৈ জগদীশ মুখি ছাৰ আকবৰ হাইদৰী 16 / 5216. Q. নেতাজী সুভাষচন্দ্ৰ বসু আন্তজাৰ্তিক বিমান বন্দৰ ক'ত অৱস্থিত? মুম্বাই দিল্লী মাদ্ৰাজ কলকাতা 17 / 5217. Q. কোনজনা আহোম ৰজাই তলাতল ঘৰ নিৰ্মাণ কৰাইছিল ? প্ৰমত্ত সিংহই ৰাজেশ্বৰ সিংহই শিৱ সিংহই ৰুদ্ৰ সিংহই 18 / 5218. Q. সংবিধানৰ কোনটো অনুচ্ছেদ অনুসৰি ৰাজ্যপালে মুখ্যমন্ত্ৰী আৰু অন্যান্য মন্ত্ৰীসকলক নিয়োগ কৰে--- 151 164 165 154 19 / 5219. Q. আমাৰ ৰাষ্ট্ৰীয় প্ৰতীক অশোক স্তম্ভত মুঠতে কেইটা সিংহ আছে? 2 5 3 4 20 / 5220. Q. NEFA তলৰ কোন খন ৰাজ্যৰ পুৰণি নাম ? মেঘালয় নাগালেণ্ড অৰুণাচল প্ৰদেশ চিকিম 21 / 5221. Q. অসমৰ লোকসভাৰ আসন কেইখন ? ১২ খন ১২৬ খন ১৪ খন ১৬ খন 22 / 5222. Q. ইষ্ট ইণ্ডিয়া কোম্পানী কিমান চনত স্থাপিত হৈছিল? 1608 1602 1615 1600 23 / 5223. Q. গ্ৰেন্ড ওল্দ মেন অফ ইন্দিয়া (Grand old man of India)বুলি কাক জনা যায় ? দাদাভাই নাওৰাজী মহাত্মা গান্ধী লাল বাহাদুৰ শাস্ত্রী জৱহৰলাল নেহৰু 24 / 5224. Q. মিজোৰামৰ ৰাজধানীৰ নাম কি? আইজল ইটানগৰ কহিমা ইম্ফল 25 / 5225. Q. মেংগানিজ উৎপাদনত ভাৰতৰ স্থান পৃথিৱীৰ ভিতৰত কিমান ? প্ৰথম সপ্তম দশম তৃতীয় 26 / 5226. Q. কোন কোন দেশৰ লগত অসমৰ আন্তৰাষ্ট্ৰীয় সীমা যুক্ত হৈ আছে ? চীন আৰু ৰাছিয়া ভূটান আৰু বাংলাদেশ চীন আৰু বাংলাদেশ নেপাল আৰু ভূটান 27 / 5227. Q. কছাৰী সকলৰ প্ৰথম ৰাজধানী আছিল? যোৰহাট ডিমাপুৰ চৰাইদেউ কাছাৰ 28 / 5228. Q. ৰাষ্ট্ৰপতিয়ে ৰাজ্যসভালৈ কেইজন সদস্য নিৰ্বাচিত কৰি পঠাব পাৰে ? ২০ জন ১২ জন ৮ জন ১৮ জন 29 / 5229. Q. পৃথিৱীৰ আটাইতকৈ দীঘল নদী ? ব্ৰহ্মপুত্ৰ ভ'ল্গা আমাজন নীল 30 / 5230. Q. CNG ৰ সম্পূণ নাম কি? Common Natural Gas Compound Natural Gas Compressed Natural Gas None of these 31 / 5231. Q. প্ৰথম অসমীয়া শিশু চলচ্চিত্ৰখনৰ নাম কি ? ভাইটি কুশল অবুজ বেদনা মমতা 32 / 5232. Q. কোনজন আহোম ৰজাক "বামুণী কোঁৱৰ" বুলি জনা যায় ? ছুহুংমুং ছুদাংফা ছুবিনফা ছুজুংফা 33 / 5233. Q. সূৰ্যৰ ৰশ্মি পৃথিৱী পাবলৈ কিমান সময় লাগে ? গড়ে ৭ মিনিট ১৫ ছেকেন্ড গড়ে ৮ মিনিট ৩৩ ছেকেন্ড গড়ে ১০ মিনিট ২০ ছেকেন্ড গড়ে ৯ মিনিট ১০ ছেকেন্ড 34 / 5234. Q. পৃথিৱীৰ আটাইতকৈ সৰু মহাদেশ (continent) কোনখন ? ইউৰোপ আফ্ৰিকা এছিয়া ওছেনিয়া 35 / 5235. Q. উমৰাংছু উদ্যোগিক নগৰখন ক'ত অৱস্হিত ? ডিমা হাছাও মেঘালয়ত কাৰ্বি আংলংত নগাঁৱত 36 / 5236. Q. মোগল সাম্ৰাজ্যৰ প্ৰতিষ্ঠা কোনে কৰিছিল? চেৰছাহ বাবৰ আকবৰ হুমায়ুন 37 / 5237. Q. এছিয়া মহাদেশৰ উপকূলৰ দৈঘ্য কিমান? 58,000 km 78,000 km 68,000 km এটাও নহয় 38 / 5238. Q. আৰ্য সমাজ কোনে প্ৰতিষ্ঠা কৰিছিল? গুৰু নানক স্বামী দয়ানন্দ স্বৰসতী গুৰ ৰাম দাস স্বামী বিবেকানন্দ 39 / 5239. Q. অৰ্জুন বটা পোৱা অসমৰ খেলুৱৈ কোনজন ? বিটোপন শইকীয়া মনালিচা বৰুৱা মেহতা বিদ্যুত গোস্বামী ভোগেশ্বৰ বৰুৱা 40 / 5240. Q. মহাত্মা গান্ধীয়ে ভাৰত ত্যাগ আন্দোলন ( Quit India Movement ) কেতিয়া আৰম্ভ কৰিছিল ? 1940 চনত 1942 চনত 1920 চনত 1930 চনত 41 / 5241. Q. NREGA ৰ সম্পূৰ্ণ নাম- National Rural Education Guarantee Act এটাও নহয় National Rural Employment Guarantee Act National Rural Employment Generation Act 42 / 5242. Q. পৃথিৱী বিখ্যাত চবি ম'নালিছা ৰ চিত্রকাৰ কোন ? পল ৰুবেন্স লিওনাৰ্দো দ্যা ভিন্সি পাবলো পিকাছো মাইকেল এন্জেলো 43 / 5243. Q. গায়ত্ৰী মন্ত্ৰ কোনখন বেদত লিখা হৈছিল ? সাম বেদ ঋক বেদ যযু বেদ অথৰ্ব বেদ 44 / 5244. Q. ড°ভূপেন হাজৰিকাক "সুধাকণ্ঠ" বুলি কোনে বিভূষিত কৰিছিল? জ্যোতি প্ৰসাদ আগৰৱালা ইন্দিৰা গোস্বামী ভবেন্দ্ৰ নাথ শইকীয়া আনন্দ চন্দ্ৰ বৰুৱা 45 / 5245. Q. ৰাষ্ট্ৰসংঘ (United Nations) কেতিয়া গঠন হৈছিল ? জানুৱাৰী 10, 1945 অক্টোবৰ 24, 1944 অক্টোবৰ 24, 1945 আগষ্ট 9, 1944 46 / 5246. Q. ভাৰতৰ আটাইতকৈ ডাঙৰ মৰুভূমি কোনখন ৰাজ্যত অৱস্থিত মধ্যপ্ৰদেশ হাৰিয়ানা ওপৰৰ এখোন নহয় ৰাজস্হান 47 / 5247. Q. ভাৰতৰ বৰ্তমানৰ ৰাষ্ট্ৰপতি দ্ৰৌপাদি মুৰ্মু (Droupadi Murmu) কিমান তম ৰাষ্ট্ৰপতি? ১৫ তম ১৪ তম ১৩ তম ১৭ তম 48 / 5248. Q. অসমৰ সংস্কৃতিৰ ভেটি গঢ়োতা বুলি কাক কোৱা হ'য় ? দ্ৰাবিড়সকল আৰ্যসকল মংগোলীয়সকল অষ্ট্ৰিক-নিষাদসকল 49 / 5249. Q. অসমত নদী গৱেষণা কেন্দ্ৰ ক'ত আছে? মাজুলী যোৰহাট গুৱাহাটী ধেমাজী 50 / 5250. Q. কোনটো গ্ৰীন হাউছ গেছ নহয় ? মিথেন নাইট্রাছ অক্সাইড অক্সিজেন কার্বন ডাই অক্সাইড 51 / 5251. Q. সূৰ্য মন্দিৰ ক'ত আছে? কৰ্ণাটক উৰিষ্যা মহাৰাষ্ট্ৰ ৰাজস্থান 52 / 5252. Q. বিশ্ব স্বাস্থ্য সংস্থাই কেতিয়া ভাৰতক প'লিঅ' মুক্ত দেশ হিচাপে স্বীকৃতি দিয়ে? 27 March 2014 15 July 2015 22 April 2013 31 April 2017 Your score isThe average score is 54% LinkedIn Facebook Twitter VKontakte 0% Restart quiz