ASSAM EMPLOYMENT

Jobs and Educational News

Assam Police Constable AB/UB & SI MCQ | Interview Quiz 2022

Assam Police Exam test (MCQ) Module-1

102
Created on

Assam Police MCQ AB/UB & SI (Module-1)

Assam Police Constable AB/UB & SI MCQ | Interview Quiz 2022

1 / 50

1. Q. আৰ্য সমাজ কোনে প্ৰতিষ্ঠা কৰিছিল?

2 / 50

2. Q. বংগ বিভাজন কেতিয়া হৈছিল?

3 / 50

3. Q. শ্ৰীলংকাৰ ৰাষ্ট্ৰীয় প্ৰতীক কি?

4 / 50

4. Q. বৰ্তমান অসমৰ বিত্তমন্ত্ৰী কোন?

5 / 50

5. Q. কোনজন আহোম ৰজাৰ দিনত ৰংঘৰ বনোৱা হৈছিল ?

6 / 50

6. Q. গাঁও পঞ্চায়তৰ সদস্য সংখ্যা হ'ল-

7 / 50

7. Q. ভাৰতৰ আটাইতকৈ বেছি লোকসভাৰ আসন থকা ৰাজ্য কোনখন?

8 / 50

8. Q. আটাইতকৈ সৰু পূণসংখ্যা হ'ল-

9 / 50

9. Q. দুষ্প্ৰাপ্য বা Rare প্ৰাণী মানে কি?

10 / 50

10. Q. ৩৮ নং ৰাষ্ট্ৰীয় ঘাইপথে কোনদুখন ঠাই সংযোগ কৰিছে?

11 / 50

11. Q. কোনটো গ্ৰহৰ কোনো উপগ্ৰহ নাই?

12 / 50

12. Q. পৃথিৱীৰ বৃহত্তম দেশ কোনখন ?

13 / 50

13. Q. অসমৰ প্ৰথম অসমীয়া দৈনিক বাতৰি কাকতখন কি ?

14 / 50

14. Q. অসমখন কেতিয়া বৃটিছৰ অধীনত গৈছিল ?

15 / 50

15. Q. ইজৰাইলৰ সংসদ টোৰ নাম কি?

16 / 50

16. Q. মাজুলীৰ ভিতৰত একমাত্ৰ নদীখনৰ নাম কি?

17 / 50

17. Q. আহোম যুগৰ আমোদজনক আৰু জনপ্ৰিয় খেলবিধৰ নাম কি ?

18 / 50

18. Q. হীমা দাসৰ উপনাম কি-

19 / 50

19. Q. গুজৰাটৰ ৰাজধানী কি?

20 / 50

20. Q. ছাৰ্ক (SAARC) ৰ মূখ্য কাৰ্যালয় ক'ত ?

21 / 50

21. Q. 'অসমীয়া' ভাৰতৰ সংবিধানৰ কোনটো অনুসূচীত উল্লেখিত ভাষাবিলাকৰ এটা-----

22 / 50

22. Q. ভাৰতবৰ্ষৰ পশ্চিমে কোনখন দেশ আছে?

23 / 50

23. Q. বৈদ্যুতিক চাকিৰ আবিস্কাৰক গৰাকীৰ নাম কি?

24 / 50

24. Q. গিবন অভয়াৰন্য কোন জিলাত ?

25 / 50

25. Q. কিমান চনত ৰাষ্ট্ৰসংঘই ২১ জুন তাৰিখটো আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস হিচাপে ঘোষণা কৰিছে?

26 / 50

26. Q. "খেৰা" অসমৰ কোনটো জনগোষ্ঠীৰ উৎসৱ?

27 / 50

27. Q. RAM ৰ সম্পূৰ্ণ নাম হৈছে-

28 / 50

28. Q. পৃথিৱীৰ আটাইতকৈ ওচৰৰ গ্ৰহ কোনটো ?

29 / 50

29. Q. নামঘোষা কাৰ দ্বাৰা ৰচিত ?

30 / 50

30. Q. ছিপাহী বিদ্ৰোহ কেতিয়া হৈছিল ?

31 / 50

31. Q. গ্ৰেন্ড ওল্দ মেন অফ ইন্দিয়া (Grand old man of India)বুলি কাক জনা যায় ?

32 / 50

32. Q. অসম আৰক্ষীৰ বৰ্তমান সঞ্চালকপ্ৰধান(DGP) জনৰ নাম কি?

33 / 50

33. Q. ভাৰতৰ স্বাধীনতা আন্দোলনৰ অসমৰ প্ৰথম ছহিদ কোন আছিল?

34 / 50

34. Q. আন্তৰ্জাতিক ধান গৱেষণা কেন্দ্ৰটো ক'ত অৱস্থিত?

35 / 50

35. Q. তলৰ কোনখন শ্বেত-চহৰ হিচাপে খ্যাত?

36 / 50

36. Q. ভাৰতৰ আটাইতকৈ দীঘল নদী ?

37 / 50

37. Q. ৰাষ্ট্ৰসংঘ (United Nations) কেতিয়া গঠন হৈছিল ?

38 / 50

38. Q. দিল্লী কোনখন নদীৰ পাৰত অৱস্থিত?

39 / 50

39. Q. লোকসভা আৰু ৰাজ্যসভাৰ যুটীয়া বৈঠকত সভাপতিত্ব কৰে-

40 / 50

40. Q. প্ৰঃস্বাধীন ভাৰতৰ প্ৰথম গৃহমন্ত্ৰী কোন আছিল?

41 / 50

41. Q. আন্দামান আৰু নিকোবৰৰ মাজত থকা আন্তৰ্জাতিক সীমান্ত ৰেখাডালৰ নাম কি?

42 / 50

42. Q. অৰুণোদয়ৰ প্ৰথম সম্পাদক কোন আছিল ?

43 / 50

43. Q. হিন্দু ধর্মৰ আটাইতকৈ পুৰনি মহাকাব্যখনৰ নাম কি ?

44 / 50

44. Q. পৃথিৱীৰ আটাইতকৈ ডাঙৰ মৰুভূমি কোনখন ?

45 / 50

45. Q. বিধান সভাৰ অধ্যক্ষক কোনে নিৰ্বাচন কৰে ?

46 / 50

46. Q. শ্ৰীমন্ত শংকৰদেৱে প্ৰচাৰ কৰা ধৰ্মটোৰ নাম কি ?

47 / 50

47. Q. প্ৰথম অসমীয়া আধুনিক নাটকখনৰ নাম কি?

48 / 50

48. Q. আন্তৰাষ্ট্ৰীয় ন্যায়বিচাৰ আদালত ( International Court of Justice ) ৰ প্ৰধান কাৰ্যালয় ক'ত অৱস্হিত ?

49 / 50

49. Q. সোণালী বান্দৰৰ বাবে বিখ্যাত অভয়াৰণ্য হ'ল-

50 / 50

50. Q. তেজপুৰত থকা বিমান বন্দৰটোৰ নাম কি?

Your score is

The average score is 55%

0%

Assam Police Exam test (MCQ) Module-2

65
Created on By Assam Police Constable AB/UB & SI MCQ | Interview Quiz 2022Jitu Das

Assam Police MCQ AB/UB & SI (Module-2)

Assam Police Constable AB/UB & SI MCQ | Interview Quiz 2022

1 / 52

1. Q. কৌটিল্যৰ 'অৰ্থশাস্ত্ৰ' নামৰ গ্ৰন্থখন কি বিষয়ক গ্ৰন্থ?

2 / 52

2. Q. অসমৰ প্ৰথম ৰাজ্যপাল কোন আছিল ?

3 / 52

3. Q. কোন কোন দেশৰ লগত অসমৰ আন্তৰাষ্ট্ৰীয় সীমা যুক্ত হৈ আছে ?

4 / 52

4. Q. জৱাহৰলাল নেহৰুৰ সমাধিস্থলৰ নাম কি?

5 / 52

5. Q. গ্ৰেন্ড ওল্দ মেন অফ ইন্দিয়া (Grand old man of India)বুলি কাক জনা যায় ?

6 / 52

6. Q. সূৰ্যৰ ৰশ্মি পৃথিৱী পাবলৈ কিমান সময় লাগে ?

7 / 52

7. Q. আমাৰ ৰাষ্ট্ৰীয় প্ৰতীক অশোক স্তম্ভত মুঠতে কেইটা সিংহ আছে?

8 / 52

8. Q. কছাৰী সকলৰ প্ৰথম ৰাজধানী আছিল?

9 / 52

9. Q. অসমৰ আঞ্চলিক মুগা গৱেষণা কেন্দ্ৰ ক'ত আছে?

10 / 52

10. Q. ৰাষ্ট্ৰপতিয়ে ৰাজ্যসভালৈ কেইজন সদস্য নিৰ্বাচিত কৰি পঠাব পাৰে ?

11 / 52

11. Q. বায়ুত আটাইতকৈ বেছি কোনবিধ গেছ পোৱা যায় ?

12 / 52

12. Q. কোনজনা আহোম ৰজাই তলাতল ঘৰ নিৰ্মাণ কৰাইছিল ?

13 / 52

13. Q. অসমত নদী গৱেষণা কেন্দ্ৰ ক'ত আছে?

14 / 52

14. Q. 1957 চনৰ 4 অক্টোবত ৰাছিয়াৰে মহাকাশত স্থাপন কৰা উপগ্ৰহটোৰ নাম কি?

15 / 52

15. Q. অসমৰ পৰা ৰাজ্যসভাৰ সদস্য কিমানজন হ'ব পাৰে ?

16 / 52

16. Q. NEFA তলৰ কোন খন ৰাজ্যৰ পুৰণি নাম ?

17 / 52

17. Q. তলৰ কোনখন নদীক চীনৰ চকুলো বোলা হয়?

18 / 52

18. Q. ভাৰতৰ আটাইতকৈ ডাঙৰ মৰুভূমি কোনখন ৰাজ্যত অৱস্থিত

19 / 52

19. Q. তলৰ কোনটো গ্ৰহক নীলা গ্ৰহ বুলি কোৱা হ'য় ?

20 / 52

20. Q. NREGA ৰ সম্পূৰ্ণ নাম-

21 / 52

21. Q. উমৰাংছু উদ্যোগিক নগৰখন ক'ত অৱস্হিত ?

22 / 52

22. Q. ভাৰতৰ বৰ্তমানৰ ৰাষ্ট্ৰপতি দ্ৰৌপাদি মুৰ্মু (Droupadi Murmu) কিমান তম ৰাষ্ট্ৰপতি?

23 / 52

23. Q. অসমৰ সংস্কৃতিৰ ভেটি গঢ়োতা বুলি কাক কোৱা হ'য় ?

24 / 52

24. Q. মোগল সাম্ৰাজ্যৰ প্ৰতিষ্ঠা কোনে কৰিছিল?

25 / 52

25. Q. ভাৰতৰ স্বাধীনতা আন্দোলনৰ অসমৰ প্ৰথম ছহিদ কোন আছিল?

26 / 52

26. Q. মেংগানিজ উৎপাদনত ভাৰতৰ স্থান পৃথিৱীৰ ভিতৰত কিমান ?

27 / 52

27. Q. ৰাষ্ট্ৰসংঘ (United Nations) কেতিয়া গঠন হৈছিল ?

28 / 52

28. Q. গায়ত্ৰী মন্ত্ৰ কোনখন বেদত লিখা হৈছিল ?

29 / 52

29. Q. কোনটো গ্ৰহক সেউজীয়া গ্ৰহ বুলি কোৱা হয়?

30 / 52

30. Q. অসমৰ লোকসভাৰ আসন কেইখন ?

31 / 52

31. Q. তলৰ কোনখন শ্বেত-চহৰ হিচাপে খ্যাত?

32 / 52

32. Q. বিশ্ব স্বাস্থ্য সংস্থাই কেতিয়া ভাৰতক প'লিঅ' মুক্ত দেশ হিচাপে স্বীকৃতি দিয়ে?

33 / 52

33. Q. অৰ্জুন বটা পোৱা অসমৰ খেলুৱৈ কোনজন ?

34 / 52

34. Q. মিজোৰামৰ ৰাজধানীৰ নাম কি?

35 / 52

35. Q. CNG ৰ সম্পূণ নাম কি?

36 / 52

36. Q. মহাত্মা গান্ধীয়ে ভাৰত ত্যাগ আন্দোলন ( ‍Quit India Movement ) কেতিয়া আৰম্ভ কৰিছিল ?

37 / 52

37. Q. আৰ্য সমাজ কোনে প্ৰতিষ্ঠা কৰিছিল?

38 / 52

38. Q. ড°ভূপেন হাজৰিকাক "সুধাকণ্ঠ" বুলি কোনে বিভূষিত কৰিছিল?

39 / 52

39. Q. প্ৰথম অসমীয়া শিশু চলচ্চিত্ৰখনৰ নাম কি ?

40 / 52

40. Q. কোনটো গ্ৰীন হাউছ গেছ নহয় ?

41 / 52

41. Q. সংবিধানৰ কোনটো অনুচ্ছেদ অনুসৰি ৰাজ্যপালে মুখ্যমন্ত্ৰী আৰু অন্যান্য মন্ত্ৰীসকলক নিয়োগ কৰে---

42 / 52

42. Q. পৃথিৱীৰ আটাইতকৈ দীঘল নদী ?

43 / 52

43. Q. সূৰ্য মন্দিৰ ক'ত আছে?

44 / 52

44. Q. অষ্ট্ৰেলীয় অঞ্চলত উৎপত্তি হোৱা ঘূৰ্ণীবতাহৰ নাম কি?

45 / 52

45. Q. ভাৰতৰ শেষ মোগল সম্ৰাট কোন আছিল ?

46 / 52

46. Q. কোনজন আহোম ৰজাক "বামুণী কোঁৱৰ" বুলি জনা যায় ?

47 / 52

47. Q. নেতাজী সুভাষচন্দ্ৰ বসু আন্তজাৰ্তিক বিমান বন্দৰ ক'ত অৱস্থিত?

48 / 52

48. Q. ইষ্ট ইণ্ডিয়া কোম্পানী কিমান চনত স্থাপিত হৈছিল?

49 / 52

49. Q. পূথিবীৰ মানচিত্র প্রথম কোনে অঙ্কন কৰিছিল ?

50 / 52

50. Q. পৃথিৱী বিখ্যাত চবি ম'নালিছা ৰ চিত্রকাৰ কোন ?

51 / 52

51. Q. এছিয়া মহাদেশৰ উপকূলৰ দৈঘ্য কিমান?

52 / 52

52. Q. পৃথিৱীৰ আটাইতকৈ সৰু মহাদেশ (continent) কোনখন ?

Your score is

The average score is 55%

0%

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.