DHS/DHSFW/AYUSH/DME Assam MCQ 2022 – Written Exam April 29, 2022 by Jitu Das 2/5 - (1 vote) 155 Created on April 29, 2022 By Jitu Das DHS/DHSFW/AYUSH/DME Assam MCQ 2022 - Written Test 1 / 401. সূর্য্যৰ ৰশ্মিৰ পৰা দেহে কি ভিটামিন আহৰণ কৰে? a. ভিটামিন - C b. ভিটামিন - B c. ভিটামিন - D d. ভিটামিন - A 2 / 402. ভাৰতৰ প্রথম কৃত্রিম উপগ্রহটো a. আকাশ b. পৱন c. আর্যভট্ট d. ৰোহিণী 3 / 403. তলৰ কোনটো বেগৰ ক্ষেত্ৰত সত্য নহয়? a. বেগৰ দিশ আছে b. বেগ এটা ভেক্টৰ ৰাশি c. বেগ পৰিৱৰ্তনশীল হ'ব পাৰে d. বেগ পৰিৱৰ্তনশীল 4 / 40 4. গােলকীয় উত্তাপ বৃদ্ধিৰ ফলত তলৰ কোনটো সংঘটিত হয় ? a. খাদ্যৰ অনাটন b. অনাবৃষ্টি c. মুদ্ৰাৰ পৰিৱর্তন d. জলবায়ুৰ পৰিৱৰ্তন 5 / 405. তলৰ কোনটো বেমাৰ ভাইৰাছ ৰ বাবে নহয়? a. টাইফয়ড b. বসন্ত c. হেপাটাইটিছ d. কলেৰা 6 / 406. কাঠ পেঞ্চিলত কোনবিধ দ্রব্য ব্যৱহাৰ কৰা হয়? a. এঙাৰ b. গ্রেফাইট c. চেলিকন d. ফছফৰাছ 7 / 40 7. আসৃতিৰ ক্ষেত্ৰত তলৰ কোনটো সত্য ? a. কেৱল তৰল মাধ্যমত ঘটে b. বিষম প্ৰকৃতিৰ দ্ৰৱৰ মিশ্ৰণত ঘটে c. আৱৰণৰ প্ৰয়ােজন নাই d. অধিক গাঢ়ত্বৰ পৰা কম গাঢ়ত্বলৈ বিয়পে 8 / 408. ডেনড্রাইটৰ ব্যাস কিমান ? a. 5-11 মাইক্রন b. 10-20 মাইক্রন c. এটাও নহয় d. 0-5 মাইক্রন 9 / 40 9. 'নাইট্র'জেন স্থিৰীকৰণ’ কৰা জীৱাণু এবিধ থাকে— a. উৰহী জাতীয় গছৰ শিপাত b. কঁঠাল গছৰ শিপাত c. নাৰিকলৰ গছৰ শিপাত d. ভেণ্ডিৰ শিপাত 10 / 4010. ৰ'দ মুকুতাৰ পাতৰ সংখ্যা হল— a. 15-20 টা b. এটাও নহয় c. 14-18 টা d. 6-12 টা 11 / 4011. আর্গনৰ ইলেক্ট্রনীয় বিন্যাস হ'ল a. 2.8.8 b. 2.8.4 c. 2.8.7 d. 2.8.2 12 / 4012. এক্সৰে আৱিষ্কাৰক a. জুল b. টেলচা c. এডিচন d. বণ্টজেন 13 / 4013. পৃথিৱীয়ে সূৰ্যৰ বিকিৰণৰ কিমান শতাংশ শােষণ কৰে ? a. 10 % b. 80 % c. 90 % d. 70 % 14 / 4014. তলৰ কোনটো একযােজী মৌল ? a. S b. N c. P d. Li 15 / 4015. HINI ভাইৰাছ কোনটো বেমাৰৰ কাৰক? a. ডেংগু b. ছোৱাইন ফ্লু c. বার্ডফ্লু d. মেলেৰিয়া 16 / 4016. তলৰ কোনটো শুক্রাণুৰ ধর্ম ? a. চেণ্টিঅ’ল নাথাকে b. চালন শক্তিহীন c. ডিম্বাকৃতি d. চলন শক্তি যুক্ত 17 / 4017. তেজ গােট নমৰা সমস্যাৰ প্রধান কাৰক_______ ৰ অভাৱ। a. ভিটামিন-A b. ভিটামিন-K c. ভিটামিন -C d. ভিটামিন-D 18 / 4018. ব্যাপনৰ ক্ষেত্ৰত তলৰ কোনটো সত্য ? a. কেৱল কঠিন মাধ্যমত ঘটে b. ব্যাপন সকলাে মাধ্যমতে ঘটে c. কেৱল গেছীয় মাধ্যমত ঘটে d. কেৱল তৰল মাধ্যমত ঘটে 19 / 4019. কার্য আৰু শক্তিৰ ক্ষেত্ৰততলৰ কোনটো শুদ্ধ নহয়? a. দুয়ােটা স্কেলাৰ ৰাশি b. দুয়ােৰে নির্দিষ্ট দিশ আছে c. দুয়ােৰে মান আছে d. দুয়ােৰে একে জুল 20 / 4020. ভাৰতীয় মহাকাশ সংস্থা (ISRO) কিমান চনত স্থাপিত হয়? a. 1969 চনত b. 1979 চনত c. 1970 চনত d. 1950 চনত 21 / 4021. ক'লচী উদ্ভিদত থকা এবিধ পাচক ৰস হল- a. ট্রাইছিন b. ট্রিপছিন c. জন’ছিন d. এম'ছিন 22 / 4022. পনীয়া ধাতু কোনটো a. টিন b. পাৰা c. প্লেটিনাম d. হীৰা 23 / 4023. পৃথিৱীৰ মুঠ পানীৰ কিমান শতাংশ লুণীয়া--- a. 50 শতাংশ b. 97.5 শতাংশ c. 99 শতাংশ d. 00.5 শতাংশ 24 / 4024. গাখীৰ দৈ হােৱাৰ প্রধান কাৰক a. এটাও নহয়। b. বেক্টেৰিয়া c. ভেঁকুৰ d. ভাইৰাছ 25 / 4025. ভিটামিন Dৰ অভাৱত কি ৰোগ হয়? a. পেলাগ্রা b. কুকুৰীকণা c. ৰিকেটচ d. এনিমিয়া 26 / 4026. এক ছেকেণ্ডত 1 জুল কার্য সম্পাদিত হ’লে ক্ষমতাৰ পৰিমাণ হ'ব - a. এটাও নহয় b. দুই ৱাট c. এক জুল d. একৱাট 27 / 4027. চুপাৰচনিক উৰাজাহাজ'ৰ গতি a. শব্দৰ গতিৰ সমান b. পােহৰৰ গতিৰ সমান c. শব্দৰ গতিতকৈ বেছি d. শব্দৰ গতিতকৈ কম 28 / 4028. সর্বপ্রথম উদ্ভিদ হৰম'নৰ অস্তিত্ব প্রমাণ কৰে a. চার্লছ ডাউইনে b. ওপৰৰ এটাও নহয় c. জনাথনে d. ফ্রান্সিছে 29 / 4029. মাটিৰ গুণাগুণ নষ্ট হােৱাৰ কাৰণ কোনটো নহয় ? a. অবৈজ্ঞানিকভাৱে সাৰ প্ৰয়ােগ b. মাহৰ খেতি কৰা c. অধিক কীটনাশক ব্যৱহাৰ d. অত্যধিক মাটি চহ 30 / 4030. কোনবিধ গ্লাচ তাপ প্রতিৰোধী? a. হার্ডগ্লাচ b. বটল গ্লাচ c. পাইৰেক্স গ্লাচ d. ফ্লিট গ্লাচ 31 / 4031. National Aeromantic and space Ad-ministration (NASA) কেতিয়া প্রতিষ্ঠিত হয়? a. 1958 চনত b. 1960 চনত c. 1968 চনত d. 1959 চনত 32 / 4032. ভাৰতীয় ক্ষেপণাস্ত্র 'অগ্নিৰ পৰিসীমা কিমান ? a. 5000 কি. মি. b. 1000-1500কি. মি. c. 500-100 কি. মি. d. 2000-2500 কি. মি. 33 / 4033. খালী চকুৰে কোনটো গ্রহ দেখা যায়? a. মঙ্গল b. বুধ c. শুক্র d. শনি 34 / 4034. তলৰ কোনবিধ একচক্রী ফুল ? a. ওপৰৰ এটাও নহয় b. কচু c. সৰিয়হ d. ৰজনীগন্ধা 35 / 4035. নিউক্লিক এচিডৰ তলৰ কোনটো উপাদান নহয় a. এম'নিয়া b. কার্বন c. হাইড্রজেন d. নাইট্রজেন 36 / 4036. এছ. আই. এককত কার্যৰ একক হ'ল— a. নিউটন b. আর্গ c. জুল d. কিলােগ্রাম 37 / 4037. পৰমাণু নিউক্লিয়াছ গঠিত হয়- a. ইলেক্ট্রন আৰু নিউট্রনেৰে b. ইলেক্ট্রন, নিউট্রন আৰু প্রটনেৰে c. প্রটন আৰু নিউট্রনেৰে d. ইলেক্ট্রন আৰু প্রটনেৰে 38 / 4038. ভিনেগাৰৰ ৰাসায়নিক নাম কি? a. কেলছিয়াম ছালফেট b. ছাইট্রিক এচিড c. মিথেন d. এচিটিক এচিড 39 / 4039. প্রাপ্তবয়স্ক মানুহৰ দেহত কিমান শতাংশ পানী থাকে? a. 57% b. 80% c. 90% d. 79% 40 / 4040. প্রথম টেষ্ট টিউব বেবী জনৰ নাম কি? a. লুইচ ব্রাউন b. ইভা চিম্পচন c. ইভাব্রাউন d. লাৰা ডেকেৰ Your score isThe average score is 47% LinkedIn Facebook Twitter VKontakte 0% Restart quiz