ASSAM EMPLOYMENT

Interview Quiz

DHS/DHSFW/AYUSH/DME Assam MCQ 2022 – Written Exam

2/5 - (1 vote)
155
Created on By DHS/DHSFW/AYUSH/DME Assam MCQ 2022 - Written ExamJitu Das
Assam Employment General Knowledge Quiz

DHS/DHSFW/AYUSH/DME Assam MCQ 2022 - Written Test

DHS/DHSFW/AYUSH/DME Assam MCQ 2022 - Written Exam

1 / 40

1. সূর্য্যৰ ৰশ্মিৰ পৰা দেহে কি ভিটামিন আহৰণ কৰে?

2 / 40

2. ভাৰতৰ প্রথম কৃত্রিম উপগ্রহটো

3 / 40

3. তলৰ কোনটো বেগৰ ক্ষেত্ৰত সত্য নহয়?

4 / 40

4. গােলকীয় উত্তাপ বৃদ্ধিৰ ফলত তলৰ কোনটো সংঘটিত হয় ?

5 / 40

5. তলৰ কোনটো বেমাৰ ভাইৰাছ ৰ বাবে নহয়?

6 / 40

6. কাঠ পেঞ্চিলত কোনবিধ দ্রব্য ব্যৱহাৰ কৰা হয়?

7 / 40

7. আসৃতিৰ ক্ষেত্ৰত তলৰ কোনটো সত্য ?

8 / 40

8. ডেনড্রাইটৰ ব্যাস কিমান ?

9 / 40

9. 'নাইট্র'জেন স্থিৰীকৰণ’ কৰা জীৱাণু এবিধ থাকে—

10 / 40

10. ৰ'দ মুকুতাৰ পাতৰ সংখ্যা হল—

11 / 40

11. আর্গনৰ ইলেক্ট্রনীয় বিন্যাস হ'ল

12 / 40

12. এক্সৰে আৱিষ্কাৰক

13 / 40

13. পৃথিৱীয়ে সূৰ্যৰ বিকিৰণৰ কিমান শতাংশ শােষণ কৰে ?

14 / 40

14. তলৰ কোনটো একযােজী মৌল ?

15 / 40

15. HINI ভাইৰাছ কোনটো বেমাৰৰ কাৰক?

16 / 40

16. তলৰ কোনটো শুক্রাণুৰ ধর্ম ?

17 / 40

17. তেজ গােট নমৰা সমস্যাৰ প্রধান কাৰক_______ ৰ অভাৱ।

18 / 40

18. ব্যাপনৰ ক্ষেত্ৰত তলৰ কোনটো সত্য ?

19 / 40

19. কার্য আৰু শক্তিৰ ক্ষেত্ৰততলৰ কোনটো শুদ্ধ নহয়?

20 / 40

20. ভাৰতীয় মহাকাশ সংস্থা (ISRO) কিমান চনত স্থাপিত হয়?

21 / 40

21. ক'লচী উদ্ভিদত থকা এবিধ পাচক ৰস হল-

22 / 40

22. পনীয়া ধাতু কোনটো

23 / 40

23. পৃথিৱীৰ মুঠ পানীৰ কিমান শতাংশ লুণীয়া---

24 / 40

24. গাখীৰ দৈ হােৱাৰ প্রধান কাৰক

25 / 40

25. ভিটামিন Dৰ অভাৱত কি ৰোগ হয়?

26 / 40

26. এক ছেকেণ্ডত 1 জুল কার্য সম্পাদিত হ’লে ক্ষমতাৰ পৰিমাণ হ'ব -

27 / 40

27. চুপাৰচনিক উৰাজাহাজ'ৰ গতি

28 / 40

28. সর্বপ্রথম উদ্ভিদ হৰম'নৰ অস্তিত্ব প্রমাণ কৰে

29 / 40

29. মাটিৰ গুণাগুণ নষ্ট হােৱাৰ কাৰণ কোনটো নহয় ?

30 / 40

30. কোনবিধ গ্লাচ তাপ প্রতিৰোধী?

31 / 40

31. National Aeromantic and space Ad-ministration (NASA) কেতিয়া প্রতিষ্ঠিত হয়?

32 / 40

32. ভাৰতীয় ক্ষেপণাস্ত্র 'অগ্নিৰ পৰিসীমা কিমান ?

33 / 40

33. খালী চকুৰে কোনটো গ্রহ দেখা যায়?

34 / 40

34. তলৰ কোনবিধ একচক্রী ফুল ?

35 / 40

35. নিউক্লিক এচিডৰ তলৰ কোনটো উপাদান নহয়

36 / 40

36. এছ. আই. এককত কার্যৰ একক হ'ল—

37 / 40

37. পৰমাণু নিউক্লিয়াছ গঠিত হয়-

38 / 40

38. ভিনেগাৰৰ ৰাসায়নিক নাম কি?

39 / 40

39. প্রাপ্তবয়স্ক মানুহৰ দেহত কিমান শতাংশ পানী থাকে?

40 / 40

40. প্রথম টেষ্ট টিউব বেবী জনৰ নাম কি?

Your score is

The average score is 47%

0%

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.