ASSAM EMPLOYMENT

General Knowledge Questions And Answers 2022 – 350 GK MCQ Quiz Practice

5/5 - (1 vote)

General Knowledge Questions & Answers: Today, I am providing the General Knowledge Questions and Answers 2022 for the upcoming competitive exams on this blog, which you should read. Being Indians, we need to have a basic understanding of Indian history, Indian geography, Indian economy, and Indian politics. I can assure you that the General knowledge Questions 2022 will cover many questions on your exam.

Students can easily get a free General Knowledge Mock Test on this platform for online exam practice to obtain good marks in competitive exams.

GK Questions and Answers 2022:–

General Knowledge MCQ Quiz (Module-1):–

1039
Created on By General Knowledge Questions And Answers 2022 - 350 GK MCQ Quiz PracticeJitu Das
Assam Employment General Knowledge Quiz

General Knowledge MCQ Quiz

General Knowledge Questions And Answers 2022 - 350 GK MCQ Quiz Practice

1 / 52

1. কোনটো জনগোষ্ঠীয়ে অসমত প্ৰথম ধানখেতি কৰিছিল? Q. Which community first cultivated paddy in Assam?

2 / 52

2. নিজৰ উদাৰতাৰ বাবে 'লাখ বক্ষ' উপাধি কাক দিয়া হৈছিল? Q. Who was given the title 'Lakh Baksh' for his generosity?

3 / 52

3. গৌড়ৰ ৰজা শশাঙ্কৰ ৰাজধানীখনৰ নাম কি আছিল? Q. What was the name of the capital of King Shashank of Gaur?

4 / 52

4. ভাঙনি কোৱঁৰ কোন? Q. Who is Bhangni Kowar?

5 / 52

5. খিলজী বংশই _______ সময়ছোৱাত শাসন কৰিছিল। Q. The Khilji dynasty ruled during the period ______

6 / 52

6. বঢ়াৰ পো কোন? Q. Who is the growing pod?

7 / 52

7. অসম  বিধানসভাৰ নিম্নলিখিত কোনটো সমষ্টি অনুসূচীত জনজাতিৰ বাবে সংৰক্ষিত: Q. Which of the following constituencies of Assam Assembly is reserved for Scheduled Tribes:

8 / 52

8. কামৰূপত বৰ্মন বংশ প্রতিষ্ঠাতা আছিল  Q. Kamrup was the founder of the Varman dynasty

9 / 52

9. আধাই দিন কা ঝংপ্ৰা ________ ত অৱস্থিত।  Q. Half the day is located at Ka Jhangpra ____

10 / 52

10. অসমৰ প্ৰথম সম্প্ৰদায়ৰ ৰেডিঅ' কোন বিশ্ববিদ্যালয়ৰ দ্বাৰা আৰম্ভ কৰা হৈছিল? Q. The first community radio of Assam was started by which university?

11 / 52

11.  লুইত কোঁৱৰ কোন? Q. Who is Louis Kowar?

12 / 52

12. কিতাপ : পুথিভঁৰাল :: মাছ : ? Q. Books : Library :: Fish : ?

13 / 52

13. ক্লোৰোফিলে (Chlorophyll) সূৰ্যৰ পোহৰৰ কোনটো তৰংগদৈৰ্ঘ্য শোষণ কৰে? Q. Which wavelength of sunlight does chlorophyll (Chlorophyll) absorb?

14 / 52

14. নিম্নলিখিত কোন জন খেলুৱৈয়ে এটা অলিম্পিকত সৰ্বাধিক সংখ্যক ব্যক্তিগত সোণৰ পদক জিকিছে? Q. Which of the following athletes has won the highest number of individual gold medals at an Olympics?

15 / 52

15. অসম সাহিত্য সভাৰ প্ৰথম সভাপতিজন হ’ল---- Q: The first president of the Assam Sahitya Sabha is ----

16 / 52

16. ভাৰতৰ প্ৰথম মুছলমান আক্ৰমণ কোনটো আছিল  Q. Which was India's first Muslim attack

17 / 52

17. প্ৰথম অসমীয়া কথাছবি জয়মতী কোন চনত মুক্তি পাইছিল? Q. In which year was jayamati the first Assamese film released?

18 / 52

18. Q. ডণ্ডী মাৰ্চ ______ ৰ পৰা আৰম্ভ হৈছিল।  Q. Dandy March started from ______

19 / 52

19. বজালী জিলাৰ বতৰ্মান মহকুমা হল Q. The weather subdivision of the Bajali district is

20 / 52

20. শেৱালী কবি কোন? Q. Who is the Shewali poet?

21 / 52

21. নিম্নলিখিত কোনজন আকবৰৰ কালৰ নৱৰত্ন-ন জন ৰত্নৰ ভিতৰত নাছিল? Q. Which of the following was not among the nine ratnas of Akbar's time?

22 / 52

22. বাউলী কবি কোন? Q. Who is the Bauli poet?

23 / 52

23. 1000 পইচাত কিমান টকা ? Q. How much money is 1000 paise?

24 / 52

24. টকিঅ' অলিম্পিক ২০২১ত ভাৰতে কোন স্থান লাভ কৰিছে?  Q. Which position has India secured in tokyo olympics 2021?

25 / 52

25. ভাৰতীয় সংবিধানৰ দ্বাৰা স্বীকৃত ভাষাৰ সংখ্যা:--- Q. Number of languages recognized by the Indian Constitution:---

26 / 52

26. প্ৰতিমাৰ খনিকৰ কোন? Q. Who is the miner of the idol?

27 / 52

27. নিম্নলিখিত কোনখন চহৰত দুবাৰকৈ অলিম্পিক খেল অনুষ্ঠিত হোৱা নাই? Q. Which of the following cities has not held olympic games twice?

28 / 52

28. বাগ্মিবৰ / ককা কোন?  Q. Who is Bagmibar/ Kaka?

29 / 52

29. মহাত্মা গান্ধী অসমলে কোন চনত আহিছিল? Q. In which year did Mahatma Gandhi come to Assam?

30 / 52

30. লোকপ্ৰিয় কোন? Q. Who is popular?

31 / 52

31. কোন খন দেশে টকিয় অলিম্পিকত সৰ্বাধিক পদক জিকিলে Q. Which country won the most medals at the Tokyo Olympics

32 / 52

32. প্ৰথম অসমীয়া শিশু আলোচনী খনৰ নাম কি? Q. What is the name of the first Assamese children's magazine?

33 / 52

33. বনফুলৰ কবি কোন? Q. Who is the poet of banful?

34 / 52

34. ব্ৰিটিছৰ বিৰুদ্ধে প্ৰথম কৃষক বিদ্ৰোহক ? Q. First farmer rebel against British?

35 / 52

35. ১৯৬৬ চনৰ বেংকক এছিয়ান গেমছত ভোগেশ্বৰ বৰুৱাই কি খেলত  স্বৰ্ণ পদক অজৰ্ন কৰিচিল Q. Bhogeshwar Baruawon gold medal at 1966 Bangkok Asian Games

36 / 52

36. উমানন্দ নদীদ্বীপৰ মাটিকালি কিমান  Q. What is the land of Umanandriver Island?

37 / 52

37. ভাৰতত প্ৰথম তেল শোধানাগাৰ মুকলি কৰা হয় Q. First oil refinery opened in India

38 / 52

38. উক্তি কেইপ্ৰকাৰৰ? Q. What are the types of quotes?

39 / 52

39. কোনে বাবৰক ভাৰত আক্ৰমণ কৰিবলৈ আমন্ত্ৰণ জনাইছিল? Q. Who invited Babur to attack India?দৌলত খান লোধি - [a] Daulat Khan Lodhi

40 / 52

40. চোল কালত ________ স্থাপত্যৰ শৈলী ৰক্ষা হৈছিল। Q. During the Chola period, the style of architecture of _______ was preserved.

41 / 52

41. পুৰুষৰ ৬৫ কেজি শাখাত টকিঅ' অলিম্পিক ২০২০ ত কোন ভাৰতীয় মল্লযোদ্ধাই ভাৰতৰ হৈ প্ৰতিনিধিত্ব কৰিছিল? Q. Which Indian wrestler represented India at the Tokyo Olympics 2020 in the men's 65kg category?

42 / 52

42. লুইত কণ্ঠ কোন? Q. Who is Louis' voice?

43 / 52

43. জালিয়ানৱালা বাগ গণহত্যাৰ সময়ত ভাৰতৰ ভাইচৰয় কোন আছিল? Q. Who was the Viceroy of India at the time of the Jallianwala Bagh massacre?

44 / 52

44. বনকোঁৱৰ কোন? Q. Who is the Bankuor ?

45 / 52

45. চিকিম উওৰ  পূৰ্বাঞ্চলৰ কিমান নামবাৰ জিলা হিচাপে পৰিণত হয় ? Q. How many names of Sikkim u's east become districts?

46 / 52

46. আধুনিক যুগৰ প্ৰথম অসমীয়া উপন্যাসৰ নাম কি আছিল? Q. What was the name of the first Assamese novel of the modern era?

47 / 52

47.  সুধাকণ্ঠ কোন? Q. Who is Sudhakantha?

48 / 52

48. উক্তি কেইপ্ৰকাৰৰ? Q. What are the types of quotes?

49 / 52

49. টকিঅ' অলিম্পিক 2020 ৰ মাস্কট কি আছিল? Q. What was the Mascot of tokyo olympic2020?

50 / 52

50. অলিম্পিকৰ প্ৰতীকত থকা পাঁচটা আঙুঠিয়ে কি প্ৰতিনিধিত্ব কৰে? Q. What do the five rings in the Olympic symbol represent?

51 / 52

51.  পাপৰিৰ কবি কোন? Q. Who is the poet of Papaya?

52 / 52

52.  লোকবন্ধু কোন? Q. Who is lokbandhu?

Your score is

The average score is 56%

0%

General Knowledge MCQ Quiz (Module-2):–

562
Created on By General Knowledge Questions And Answers 2022 - 350 GK MCQ Quiz PracticeJitu Das
Assam Employment General Knowledge Quiz

General Knowledge MCQ Quiz

General Knowledge Questions And Answers 2022 - 350 GK MCQ Quiz Practice

1 / 50

1. শাক্ত তামসিক' বুলি শংকৰদেৱে কোন জন কবিক অভিহিত কৰিছিল? Q. Which poet did Shankardev call 'Shakta Tamsik'?

2 / 50

2. বায়ুৰ চাপ সকলো ঠাইতে - - - Q air pressure everywhere - - -

3 / 50

3. পপীয়া তৰাৰ আন এটা নাম another name for Q ripe star

4 / 50

4. প্ৰথম অসমীয়া কথাছবি "জয়মতী"ৰ কাহিনীকাৰ কোন ?  Q. Who is the storyteller of the first Assamese film "Jayamati"?

5 / 50

5. মাতৃভাষাক শিক্ষাৰ মাধ্যম হিচাপে পৰিগণিত কৰিছিল  Q. Made mother tongue a medium of education

6 / 50

6. অলিম্পিক প্ৰতীকৰ পাঁচটা আঙুঠি পাঁচটা পৃথক ৰঙত আছে। ৰঙা, সেউজীয়া, হালধীয়া, নীলা আৰু __ ।  Q. The five rings of the Olympic symbol are in five different colors. Red, green, yellow, blue and __.

7 / 50

7. আহোম আৰু মোগলৰ মাজত হোৱা প্রথম যুদ্ধখনৰ নাম কি আছিল Q. What was the name of the first war between Ahom and the Mughals

8 / 50

8. জ্যোতিপ্ৰসাদ আগৰৱালাই নিৰ্মাণ কৰা চিনেমা হলটোৰ নাম কি ?  Q. What is the name of the cinema hall built by Jyotiprasad Agarwal?

9 / 50

9. আহোম স্বৰ্গদেউ চুদাংফা কিমান চনত ৰাজপাটত বহে Q. How many years does Ahom late Chudangfa sit in rajpat?

10 / 50

10. হেম সৰস্বতীৰ হৰগৌৰী সংবাদ  কিমান টা পদত ৰচিত Q. How many posts are the Hargauri news of Hem Saraswati written

11 / 50

11. অসহযোগ আন্দোলন আৰম্ভ হৈছিল________। Q. Non-cooperation movement started______

12 / 50

12. কোচ ৰাজকুমাৰী মঙলা দেৱীৰ সৈতে কোনজন আহোম ৰজাৰ বিবাহ সম্পন্ন হৈছিল ? Q. Which Ahom king was married to Coach Princess Mangala Devi?

13 / 50

13. কোনটো গ্ৰহক বাওনা গ্ৰহ বুলি জনা যায় Q. Which planet is known as The Dwarf Planet

14 / 50

14. মাধৱ কন্দলীৰ ভনিতা পোৱা কাব্য খন Q. Madhav Kandali's poem bhanita pyaala

15 / 50

15. জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্মস্থান কি ? Q. What is the birthplace of Jyotiprasad Agarwal?

16 / 50

16. কোন চনত অসমত বনৰীয়া চাহ গছ আৱিষ্কৃত হৈছিল ? Q. In which year was the wild tea tree discovered in Assam?

17 / 50

17. খেলভিত্তিক পদ্ধতিৰ উদ্ভাৱন কৰিছিল ? Q. Invented a game-based approach?

18 / 50

18. মাজুলীৰ সন্ধি কাৰ কাৰ মাজত হৈছিল  Q. Who was the treaty of Majuli?

19 / 50

19. ৰাজস্থানত ফাকুৱা উৎসৱক কি বুলি কোৱা হয় Q. What is fakua festival called in Rajasthan

20 / 50

20. দিকৰাইমুখৰ ৰণ কাৰ কাৰ মাজত হৈছিল Q. Who was the rann of Dikraimukh?

21 / 50

21. মঙলদহী কোনজন ৰজাৰ জীয়েক আছিল Q. Which king was the daughter of The Mangaldahi?

22 / 50

22. কোনজন আহোম ৰজাৰ দিনত মুছলমানে তিনিবাৰ আহোম ৰাজ্য আক্ৰমণ কৰিছিল ? Q. Which Ahom king's day did Muslims attack the Kingdom of Ahom thrice?

23 / 50

23. কোনজন আহোম ৰজাই শোণিতপুৰত নাগশংকৰ মন্দিৰ নিৰ্মাণ কৰিছিল Q. Which Ahom king built the Nagshankar temple in Sonitpur?

24 / 50

24. জ্যোতিপ্ৰসাদ আগৰৱালাৰ পৰিয়ালৰ ঘৰ "পকী" অসমৰ কোনখন নগৰত অৱস্থিত ? Q. Which city of Assam is, home of Jyotiprasad Agarwal's family?

25 / 50

25. জ্যোতিপ্ৰসাদ আগৰৱালাই লিখা কোনখন নাটকত "বপুৰা" চৰিত্ৰটো আছে?  Q. Which play written by Jyotiprasad Agarwal has the role of "Bapura"?

26 / 50

26. এছিয়াৰ ভিতৰত আটাইতকৈ ডাঙৰ শুকান মাছৰ বজাৰ খন অসমৰ কত অৱস্থিত? Q. Where is the largest dry fish market in Asia located in Assam?

27 / 50

27. প্ৰতাপ সিংহই মোমাই তামুলী বৰবৰুৱাক প্ৰথমতে কোনটো পদবীত নিযুক্তি দিছিল ? Q. Which position did Pratap Singh initially appoint Momai Tamuli Barbarua?

28 / 50

28. জ্যোতিপ্ৰসাদ আগৰৱালাই সজা ষ্টুডিঅ'টোৰ নাম কি ? Q. What is the name of the studio decorated by Jyotiprasad Agarwal?

29 / 50

29. দুৰ্গাবৰ্গৰ গীতি-ৰামায়ণত মুঠতে কেইটা গীত পোৱা যায়? Q. Are there a total of songs found in the songs and ramayanas of Durgavarga?

30 / 50

30. তাৰাইনৰ প্ৰথম যুদ্ধ ________ ত হৈছিল।  Q. The first battle of Tarain took place in ______

31 / 50

31. প্ৰতাপ সিংহ ৰজা হোৱাৰ সময়ত তেওঁৰ বয়স কিমান আছিল  Q. প্ৰতাপ সিংহ ৰজা হোৱাৰ সময়ত তেওঁৰ বয়স কিমান আছিল

32 / 50

32. তলৰ কোনখন নাট লিখি শেষ কৰাৰ লগে লগেই শংকৰদেৱৰ তিৰোধান হয় Q. Shankardev gets angry as soon as he finishes writing which of the following plays

33 / 50

33. কোনটো জ্যোতিপ্ৰসাদ আগৰৱালাৰ গল্প নহয় ?  Q. Which jyotiprasad is not agarwal's story?

34 / 50

34. শংকৰদেৱে কাক "পূৰ্বকবি অপ্ৰমাদী" আখ্যা দিছিল? Q. Who did Shankardev call "the forefather unmadi"?

35 / 50

35. নৰকাসুৰৰ ৰাজধানী কত আছিল ? Q. Where was the capital of Narkasur?

36 / 50

36. ভগদত্ত কাৰ পুত্র আছিল Q. Whose son was Bhagadatta

37 / 50

37. মই হেনো বুঢ়ী! [পাৰোঁ] উজুটিতে ওফৰাব ডেকা তিনি কুৰি।" জ্যোতিপ্ৰসাদ আগৰৱালাৰ নাটকৰ কোনটো চৰিত্ৰৰ সংলাপ ?  Q. I'm also an old woman! [We can] Ofarab young three kuris in Ujuti. Which character of Jyotiprasad Agarwal's play has dialogues?

38 / 50

38. কোনজন আহোম ৰজাৰ দিনত শলগুৰি আলি নিৰ্মাণ কৰা হৈছিল . Q. Shalguri Ali was built in the days of which Ahom king.

39 / 50

39. তলৰ কোনখন কিতাপত আলাদিন এটা মুখ্য চৰিত্ৰ Q. Aladdin is a lead character in which of the following books

40 / 50

40. শদিয়াখোৱা পদ কোনজন আহোম ৰজাৰ শাসনকালত সৃষ্টি কৰা হৈছিল  Q. Shadiakhwa was created during the reign of which Ahom king

41 / 50

41. ভালুকপুঙত কোনে ৰাজধানী পাতিছিল  Q. Who set up the capital in Bearpung

42 / 50

42. তলৰ কোনখন নদীক চীনৰ চকুলো বোলা হয়? Q. Which of the following rivers is called the eyes of China?

43 / 50

43. সুকবি নাৰায়ণ দেৱ ৰচিত পুথি- Q. Book written by Sukvi Narayan Dev-

44 / 50

44. ছিক্কিমৰ ৰাজধানী কি? Q. What is the capital of Sikkim?

45 / 50

45. পীতাম্বৰ দ্বিজ ৰচিত পুথি- Q. Pitambar Dwij-written book-

46 / 50

46. গুৱাহাটীৰ দীঘলী পুখুৰীটো কোনে খন্দাইছিল Q. Who dug the long pond in Guwahati

47 / 50

47. কোনজন আহোম ৰজাই ঔৰংগজেৱৰ তৃতীয় সন্তানলৈ নিজৰ জীয়ৰীক বিয়া দিছিল Q. Which Ahom king married his daughter to Aurangzeb's third child

48 / 50

48. অসম কেতিয়া ইংৰাজৰ অধীন হয়  ? Q. When is Assam under The English?

49 / 50

49. শংকৰদেৱে কাক "পূৰ্বকবি অপ্ৰমাদী" আখ্যা দিছিল? Q. Who did Shankardev call "the forefather unmadi"?

50 / 50

50. সুকনান্নী নামেৰে জনাজাত কাব্য খন কি? Q. What is the poem known as Suknani?

Your score is

The average score is 51%

0%

General Knowledge MCQ Quiz (Module-3):–

416
Created on By General Knowledge Questions And Answers 2022 - 350 GK MCQ Quiz PracticeJitu Das
Assam Employment General Knowledge Quiz

General Knowledge MCQ Quiz For Written Test

General Knowledge Questions And Answers 2022 - 350 GK MCQ Quiz Practice

1 / 50

1. 'মধুপুৰ বহুদূৰ' গল্প সংকলনখন কাৰ? Q. Whose is the collection of 'Madhupur Bahut Door' stories?

2 / 50

2. 2019 চনৰ হিচাপ মতে ভাৰতৰ আটাইতকৈ পৰিষ্কাৰ নগৰ  Q. The cleanest city in India by 2019

3 / 50

3. শংকৰদেৱৰ নাটকত নাটৰ  শেষত  কোনবিধ ভটিমা প্ৰয়োগ হোৱা দেখিবলৈ  পাওঁ? Q. What is the end of the play in Shankardev's play?

4 / 50

4. লাচিত বৰফুকন মৈদাম ক'ত আছে Q. Where is Lachit Barphukan Maidam

5 / 50

5. মাধৱ কন্দলীক 'অসমীয়া চ'চাৰ' বুলি কোনে অভিহিত কৰিছিল?  Q. Who called Madhav Kandali 'Assamese Saucer'?

6 / 50

6. চকৰীফেঁটী বুৰঞ্জীৰ লেখক কোন? Q. Who is the author of The Sokrifeti history?

7 / 50

7. কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক কিমান চনত বিশ্ব ঐতিহ্য স্থান হিচাপে গোষণা কৰা হৈছিল? Q. In how many years was Kaziranga National Park considered as a World Heritage Site?

8 / 50

8. বৰগীত নামকৰণ কোনে কৰিছিল Q. Who named Bargit

9 / 50

9. আহোম ৰাজবংশই ৰাজত্ব কৰিছিল কৰিছিল প্ৰায় Q. The Ahom dynasty ruled almost

10 / 50

10. নীলা বাইদেউ কাৰ ছদ্মনাম? Q. Whose pseudonym is Neela Sister?

11 / 50

11. প্ৰহ্লাদ চৰিত প্ৰথমে কোনে কেতিয়া সম্পাদনা কৰিছিল?  Q. Who first edited Prahlad Charit?

12 / 50

12. 'বনফুল'  কাৰ  ৰচনা ? Q. Whose composition is 'Banful'?

13 / 50

13. অসমত কোন তাৰিখে শিল্পী দিৱস পালন কৰা হয় ? Q. On which date is Artist's Day celebrated in Assam?

14 / 50

14. অসমৰ সৰ্বাধিক ৰেচম উৎপাদনকাৰী জিলাখন হ'ল Q. Assam has the highest silk-producing district.

15 / 50

15. তলৰ কোনখন নাটক জ্যোতিপ্ৰসাদ আগৰৱালাই ৰচনা কৰা নাছিল ? Q. Which of the following plays was not written by Jyotiprasad Agarwal?

16 / 50

16. উমানন্দ দেৱালয় কিমান চনত নিৰ্মাণ কৰা হৈছিল Q. In how many years the Umananda Temple was built

17 / 50

17. জ্যোতিপ্ৰসাদ আগৰৱালাই নিৰ্মাণ কৰা দ্বিতীয় অসমীয়া কথাছবি কি ? Q. What is the second Assamese film made by Jyotiprasad Agarwal?

18 / 50

18. জ্যোতিপ্ৰসাদ আগৰৱালাই অকণিসকলৰ বাবে ৰচনা কৰা ৰাময়ণখনৰ নাম কি ? Q. What is the name of the Ramayana composed by Jyotiprasad Agarwal for the akanis?

19 / 50

19. মাতৃভাষাক শিক্ষাৰ মাধ্যম হিচাপে পৰিগণিত কৰিছিল Q. Made mother tongue a medium of education

20 / 50

20. চুকাফাই কৰ পৰা আহিছিল  Q. Where did Sukafai come from

21 / 50

21. চুকাফাই লগত কিমান মানুহ আনিছিল  Q. How many people did Sukafai bring with you?

22 / 50

22. 'মোৰ আৰু পৃথিৱীৰ' গ্ৰন্থখন কাৰ ৰচনা? Q. Whose book is the book 'Me and the World'?

23 / 50

23. মন মেৰি ৰাম চৰণেহি লাগু বৰগীতটোৰ ৰচক Q. Mann Meri Ram Charanehi Lagu Bargeet's Composer

24 / 50

24. শিৱ সিংহৰ প্ৰথম গৰাকী ৰাণী আছিল Q. Shiva singh was the first queen

25 / 50

25. কাৰেংঘৰ কিমান চনত নিৰ্মাণ কৰা হৈছিল Q. How many years was the karenghar built

26 / 50

26. শংকৰদেৱে জীৱনৰ শেষছোৱা কটাইছিল Q. Shankardev spent the end of his life.

27 / 50

27. হেম সৰস্বতীৰ পিতৃৰ নাম- Q. Name of Hem Saraswati's father-

28 / 50

28. ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ আৰু পলিমাৰ উদ্যোগ ----ত অৱস্থিত  Q. Brahmaputra is located in the ---- of the cacrosse and polymer industry

29 / 50

29. জ্যোতিপ্ৰসাদ আগৰৱালাই আই. এ. শেষ কৰি কি পঢ়িবলৈ এদিনবাৰ্গলৈ গৈছিল ? Q. Jyotiprasad Agarwal I. A. What did you go to One Barg to read?

30 / 50

30. মোৱামৰীয়া বিদ্ৰোহ আৰম্ভ হয়  Q. Moamaria rebellion begins

31 / 50

31. সিন্ধু উপত্যকাৰ আৱিস্কাৰ কৰা হৈছিল  Q. Indus Valley was discovered

32 / 50

32. লোকসভাৰ সৰ্বাধিক সদস্য নিৰ্বাচিত কৰা ৰাজ্যখনৰ নাম Q. Name of the state which elected the highest number of members of lok sabha

33 / 50

33. জ্যোতিপ্ৰসাদ আগৰৱালাৰ পৰিয়ালৰ ঘৰ "পকী"ক অসম চৰকাৰে কি নামেৰে সাংস্কৃতিক কেন্দ্ৰলৈ ৰূপান্তৰিত কৰিছে ? Q. What name has the Assam government converted Jyotiprasad Agarwal's family home into a cultural centre?

34 / 50

34. ৰুদ্ৰ কন্দলীৰ ৰচিত পুথি- Q. Rudra Kandali's book-

35 / 50

35. কোনজন আহোম ৰজাই তলাতল ঘৰ নিৰ্মাণ কৰিছিল Q. Which Ahom king built the basement house?

36 / 50

36. আমি ব্যৱহাৰ কৰা সাধাৰণ নিমখৰ ৰাসায়নিক নাম কি Q. What is the chemical name of the common salt we use

37 / 50

37. কোনজন আহোম ৰজাই কাৰেংঘৰ নিৰ্মাণ কৰিছিল Q. Which Ahom king built the karenghar

38 / 50

38. বব্ৰুবাহনৰ যুদ্ধত কোন অঞ্চলৰ প্ৰাকৃতিক পৰিৱেশৰ বৰ্ণনা পোৱা যায়? Q. Which region's natural environment is described in the Battle of Bobrubhan?

39 / 50

39. শংকৰদেৱে সংস্কৃত ভাষাত ৰচনা কৰা একমাত্ৰ গ্ৰন্থখন কি আছিল? Q. What was the only book written by Shankardev in Sanskrit?

40 / 50

40. 2011 চনৰ জনসংখ্যা ৰ তথ্য অনুসৰি, অসমত সাক্ষৰতাৰ হাৰ প্ৰায় Q. As per the data of the 2011 population cencus, the literacy rate in Assam is approximately

41 / 50

41. ৰাজেশ্বৰ সিংহৰ টাই আহোম নামটো কি আছিল Q. What was the name Tai Ahom of Rajeshwar Singh?

42 / 50

42. জ্যোতিপ্ৰসাদ আগৰৱালাই লিখা কোনখন নাটক অসম্পূৰ্ণ ? Q. Which play written by Jyotiprasad Agarwal is incomplete?

43 / 50

43. অসম সাহিত্য সভাৰ দ্বিতীয়গৰাকী সভাপতি কোন আছিল? Q. Who was the second president of assam sahitya sabha?

44 / 50

44. কাছাৰ জিলা আৰু ত্ৰিপুৰা ৰাজ্যৰ সীমাত থকা নদীখনৰ নাম---- Q. Name of the river bordering Kasar district and Tripura state----

45 / 50

45. চৈয়দ আব্দুল মালিকে শংকৰদেৱৰ বিষয়ে লিখা কিতাপখনৰ নাম কি? Q. What is the name of the book written by Syed Abdul Malik about Shankardev?

46 / 50

46. মহাত্মা গান্ধীৰ স্মাৰক গান্ধী মণ্ডপ কোনখন পাহাৰত অৱস্থিত Q. The Gandhi Mandap, the memorial of Mahatma Gandhi, is located in which hill

47 / 50

47. নামদাং শিলৰ সাঁকো নিৰ্মাণ কৰিছিল---Q. Namdang built stone sinks---

48 / 50

48. মাধৱ কন্দলীৰ ৰামায়ণৰ প্ৰথম সম্পাদনা কোনে কৰিছিল?  Q. Who edited Madhav Kandali's ramayana first?

49 / 50

49. পৰীক্ষিত নাৰায়ণ কাৰ পুতেক আছিল ? Q. Who was the son of Parikshit Narayan?

50 / 50

50. মনকৰ কোন যুগৰ কবি? Q. Which era of mankar poet?

Your score is

The average score is 53%

0%

General Knowledge MCQ Quiz (Module-4):–

245
Created on By General Knowledge Questions And Answers 2022 - 350 GK MCQ Quiz PracticeJitu Das
Assam Employment General Knowledge Quiz

General Knowledge MCQ For Written Test

General Knowledge Questions And Answers 2022 - 350 GK MCQ Quiz Practice

1 / 50

1. উত্তৰ পূৰ্বাঞ্চলৰ সৰ্বপ্ৰথম মেডিকেল কলেজ কোনখন  Q. Which is the first medical college in the North East?

2 / 50

2. অসমীয়া সাহিত্যৰ প্ৰথমখন বুৰঞ্জী গ্ৰন্ত্ৰৰ নাম কি?  Q. What is the name of the first history of Assamese literature?

3 / 50

3. কেতিয়া ভাৰতৰ ৰাষ্ট্ৰপতিয়ে পোন প্ৰথমবাৰৰ বাবে ৩৫২ নং অনুচ্ছেদৰ অধীনত ৰাষ্ট্ৰীয় জৰুৰীকালীন অৱস্থা ঘোষণা কৰিছিল ?

4 / 50

4. ভাৰতৰ মুখ্য ন্যায়াধীশক কোনে নিযুক্তি প্ৰদান কৰে ?

5 / 50

5. ভাৰতীয় সংবিধানে যুক্তৰাজ্যৰ ধাৰণাটো কোন খন দেশৰ সংবিধানৰ পৰা অনুকৰণ কৰিছে ? Q. Which country's constitution has the Indian Constitution imitated the concept of the United Kingdom?

6 / 50

6. ১৯৭১ চনত সংঘটিত ভাৰত-পাকিস্তান যুদ্ধৰ পাছত কোন খন নতুন দেশ গঠিত হৈছিল ? Q. Which new country was formed after the Indo-Pakistan war in 1971?

7 / 50

7. তলৰ কোন খন ৰাজ্যৰ চৰকাৰী ভাষা ইংৰাজী ?

8 / 50

8. সংবিধানৰ কোনটো অনুচ্ছেদে শিশুৰ চৈধ্য বছৰ বয়সলৈকে বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষা দিয়াৰ কথা উল্লেখ কৰিছে ?

9 / 50

9. এখন নতুন ৰাজ্য গঠন কৰা অথবা ৰাজ্যৰ সীমা পৰিৱৰ্তন কৰাৰ ক্ষমতা কাৰ হাতত ন্যস্ত থাকে ? Q. Who has the power to form a new state or change the boundaries of the state?

10 / 50

10. ভাৰতৰ ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে মহাভিযোগৰ প্ৰস্তাৱ কোনে উত্থাপন কৰিব পাৰে ? Q. Who can propose impeachment against the President of India?

11 / 50

11. জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথমখন অসমীয়া পুথিৰ নাম কি? Q. What is the name of the first Assamese book to win the Jnanpith Award?

12 / 50

12. পঞ্চায়তী ৰাজ অনুষ্ঠানৰ সৰ্বোচ্চ আয়ৰ উৎস  কি ? Q. What is the highest income source of panchayati raj programme?

13 / 50

13. কোন খন কেন্দ্ৰীয় শাসিত অঞ্চলৰ নিজস্ব উচ্চ ন্যায়ালয় আছে ?

14 / 50

14. যদি উপ-ৰাষ্ট্ৰপতিয়ে তেওঁৰ পদবীৰ পৰা পদত্যাগ কৰিব বিচাৰে, তেন্তে তেওঁ কাৰ ওচৰত পদত্যাগ পত্ৰ দাখিল কৰিব লাগিব ?  Q. If the Vice President wants to resign from his post, to whom should he submit his resignation?

15 / 50

15. অসমীয়া জাতীয় জীৱনত মহাপুৰুষীয়া পৰম্পৰা Q. Great masculine tradition in Assamese national life

16 / 50

16. কোন খন ক্ষুদ্ৰ হিমালয়ীয় ৰাষ্ট্ৰক ভাৰতৰ আশ্ৰিত ৰাষ্ট্ৰ বুলি জনা যায় ?  Q. Which small Himalayan nation is known as the sheltered nation of India?

17 / 50

17. ভাৰতৰ মুখ্য নিৰ্বাচনী আয়ুক্তক কোনে নিযুক্তি দিয়ে ?  Q. Who appoints the Chief Election Commissioner of India?

18 / 50

18. ৰাজ‌্যসভাৰ সৰ্বোচ্চ সদস্য সংখ্যা কিমান ? Q. What is the highest number of members of the Rajya Sabha?

19 / 50

19. কোনটো অধিকাৰক ড০ বি আৰ আম্বেদকাৰে , "সংবিধানৰ হৃদয় আৰু আত্মা " স্বৰূপে বৰ্ণনা কৰিছে

20 / 50

20. ৰাজ্যসভাৰ অধ্যক্ষ কোন ?

21 / 50

21. মায়'পিয়া কিহৰ লগত জড়িত  Q. What is Myopia associated with

22 / 50

22. ভাৰতৰ ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হোৱাৰ আগতেই 'ভাৰতৰত্ন' সন্মান কোনে লাভ কৰিছিল ?

23 / 50

23. সংসদৰ সদস্যসকলে ৰাজহুৱা উদ্দেশ্যৰ কোনো জৰুৰী বিষয় আলোচনা কৰিবৰ বাবে সংসদৰ কাৰ্য প্ৰণালী কিছুসময়ৰ বাবে স্হগিত ৰাখিব পাৰে, এই সময়ছোৱাক কি হিচাপে জনা যায়? Q. Members of Parliament may keep the functioning of Parliament busy for some time to discuss any urgent matter of public purpose, which is known as this period?

24 / 50

24. সংসদৰ সদস্য হʼৱৰ বাবে নূন্যতম বয়স কিমান হোৱা উচিত ?  Q. What should be the minimum age for হʼৱৰ members of Parliament?

25 / 50

25. প্ৰাৰম্ভিক অৱস্থাত এখন ৰাজ্যত কিমান সময়ৰ বাবে ৰাষ্ট্ৰপতি শাসন বলবৎ কৰিব পাৰি ?

26 / 50

26. ৰাষ্ট্ৰীয় জৰুৰীকালীন অৱস্থা সংসদৰ অনুমোদন ক্ৰমে কিমান সময়লৈকে বলৱৎ থাকিব পাৰে ?

27 / 50

27. সংসদৰ দুয়োখন সদনৰ অচলাৱস্হাৰ সময়ত যুটীয়া বৈঠকত কোনে সভাপতিত্ব কৰে ?

28 / 50

28. লোকসভালৈ ভাৰতৰ ৰাষ্ট্ৰপতিয়ে কিমান জন সদস্য মনোনীত কৰিব পাৰে ?  Q. How many members can the President of India nominate to the Lok Sabha?

29 / 50

29. কোনটো অনুচ্ছেদে ভাৰতৰ ৰাষ্ট্ৰপতিক ৰাজ্যত ৰাষ্ট্ৰপতি শাসন ঘোষণা কৰাৰ ক্ষমতা প্ৰদান কৰিছে ? Q. Which article empowers the President of India to declare President's rule in the State?

30 / 50

30. লোকসভাৰ সৰ্বোচ্চ সদস্য সংখ্যা কিমান ?

31 / 50

31. কেন্দ্ৰীয় সূচীত কিমানটা বিষয় অন্তৰ্ভূক্ত কৰা হৈছে ?

32 / 50

32. ভাৰতৰ কোন খন ৰাজ্যত প্ৰথম পঞ্চায়তীৰাজ ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছিল ?  Q. In which state of India was the first Panchayati Raj system introduced?

33 / 50

33. কোনটো গোচৰত প্ৰস্তাৱনা সংবিধানৰ অংশ নহয় বুলি উচ্চতম ন্যায়ালয়ে ৰায় দিয়ে ?

34 / 50

34. ৰুদ্ৰ কন্দলীৰ ৰচিত পুথি- Q. Rudra Kandali's book-

35 / 50

35. কোন চনত ভোটদাতাৰ ভোটাধিকাৰ সাব্যস্ত কৰাৰ বয়স ২১ ৰ পৰা ১৮ লৈ হ্ৰাস কৰা হৈছিল ?

36 / 50

36. লোকসভাৰ শূন্য কালৰ সৰ্বোচ্চ সময়সীমা কিমান হ'ব পাৰে ? Q. What could be the maximum deadline for zero hour in lok sabha?

37 / 50

37. কোন গৰাকী ব্যক্তিয়ে একেৰাহে দুটা কাৰ্যকালৰ বাবে ভাৰতৰ ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল ?

38 / 50

38. ভাৰতীয় সংবিধানৰ খচৰা কমিটিৰ অধ্যক্ষ কোন আছিল ? Q. Who was the chairman of the drafting committee of the Constitution of India?

39 / 50

39. কেবিনেট মন্ত্ৰী পৰিষদ সামগ্ৰিকভাৱে কাৰ ওচৰত দায়বদ্ধ ?

40 / 50

40. ৰাষ্ট্ৰ পৰিচালনাৰ নিৰ্দেশাত্মক নীতিৰ অধীনত ৰাষ্ট্ৰই কিমান বছৰৰ বয়সলৈকে সকলো শিশুকে বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষা উপলব্ধ কৰাৰ আশা পোষণ কৰা হৈছে ?  Q. Under the directive principles of nation management, the nation is expected to provide free and compulsory education to all children up to the age of how many years?

41 / 50

41. এখন ৰাজ্যৰ মন্ত্ৰী পৰিষদৰ বৈঠকত কোনে সভাপতিত্ব কৰে ?

42 / 50

42. ভাৰতৰ ৰাষ্ট্ৰপতিৰ নিৰ্বাচন কোনে পৰিচালনা কৰে ?

43 / 50

43. ভাৰতৰ বৰ্তমান গৃহমন্ত্ৰী  Q. The current Home Minister of India

44 / 50

44. 'উৰিব পৰাহেঁতেন আকৌ যুঁজিলোহেঁতেন' গ্ৰন্থখন কাৰ জীৱনৰ আধাৰত ৰচনা কৰা হৈছে?  Q. The book 'Could Have Flown Again' is based on whose life?

45 / 50

45. ভাৰতৰ কোনো এখন ৰাজ্যৰ মুখ্যমন্ত্ৰীক কোনে নিযুক্তি দিয়ে ? Q. Who appoints the Chief Minister of any state in India?

46 / 50

46. তলৰ কোনখন ঐতিহাসিক কিতাপ আহোমৰ দিনত লিখা হৈছিল  Q. Which of the following historical books was written in the days of Ahom

47 / 50

47. কেনেদৰে লোকসভাৰ অধিৱেশন সমাপ্ত কৰিব পাৰি ? Q. How can the Lok Sabha session be concluded?

48 / 50

48. কোন চনত ভোটদাতাৰ ভোটাধিকাৰ সাব্যস্ত কৰাৰ বয়স ২১ ৰ পৰা ১৮ লৈ হ্ৰাস কৰা হৈছিল ?

49 / 50

49. ৰাষ্ট্ৰপতি বা উপ-ৰাষ্ট্ৰপতি দুয়োৰে অনুপস্থিতিত কোনে ভাৰতৰ ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰে ? Q. Who serves as the President of India in the absence of both the President or the Vice President?

50 / 50

50.  ভাৰতৰ সংবিধান সভাৰ প্ৰথম অধিবেশন কেতিয়া অনুষ্ঠিত হৈছিল ?

Your score is

The average score is 55%

0%

General Knowledge MCQ Quiz (Module-5):–

579
Created on By General Knowledge Questions And Answers 2022 - 350 GK MCQ Quiz PracticeJitu Das
Assam Employment General Knowledge Quiz

General Knowledge MCQ for Written Test

General Knowledge Questions And Answers 2022 - 350 GK MCQ Quiz Practice

1 / 50

1. The first book to win Sahitya Akademi Award is
(সাহিত্য অকাডেমি বঁটা লাভ কৰা প্ৰথম খন কিতাপ হৈছে)

2 / 50

2. The film "Halodhia Choraye Baodhan Khai" was directed by
( "হালধিয়া চৰাই বাওধন খাই" বোলছবিখন কোনে পৰিচালনা কৰিছিল )

3 / 50

3. Who was the first vice-chancellor of Guwahati University
( গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম উপাচাৰ্য কোন আছিল )

4 / 50

4. Total number of Parliamentary constituency in Assam
( অসমত মুঠ সংসদীয় সমষ্টিৰ সংখ্যা )

5 / 50

5. In Ancient times, Assam is also known by the name of
(প্ৰাচীন কালত অসমক ইয়াৰ নামেৰেও জনা যায়)

6 / 50

6. In which hilltop, the Kamakhya Temple is located
(কোনপাহাৰৰ শীৰ্ষত, কামাখ্যা মন্দিৰ অৱস্থিত)

7 / 50

7. The first Assamese film Joymoti was released in the year
(কোন চনত প্ৰথম খন অসমছবি জয়মতি মুক্তি পায়)

8 / 50

8. The war of Saraighat was fought between Ahom and Mughal in the year
(কোন চনত শৰাইঘাটৰ যুদ্ধ ৰ চিৰকালত পূজা আৰু মোগলৰ মাজত সংঘটিত হয়)

9 / 50

9. The state anthem "O Mur Apunar Desh" was first published in the magazine named
(ৰাজ্যিক সংগীত "অ মোৰ অপোনাৰ দেশ" প্ৰথমে নামদিয়া আলোচনীখনত প্ৰকাশিত হৈছিল)

10 / 50

10. In which district, Garampani Wildlife Sanctuary is located
(কোন খন জিলাত, গৰমপানী বন্যপ্ৰাণী অভয়াৰণ্য অৱস্থিত)

11 / 50

11. The first Assamese to compile a dictionary named "HemKosh" is
("হেমকোষ" নামৰ অভিধান সংকলন কৰা প্ৰথম জন অসমীয়া হৈছে)

12 / 50

12. How much percent of the Indian landmass is covered by the State of Assam
( ভাৰতীয় ভূমিখণ্ডৰ কিমান শতাংশ অসম ৰাজ্যৰ দ্বাৰা সামৰি লোৱা হৈছে )

13 / 50

13. Who was the first President of Asam Sahitya Sabha
(অসম সাহিত্য সভাৰ প্ৰথম সভাপতি কোন আছিল)

14 / 50

14. Which one is the largest district in Assam by area wise
(কোনখন অঞ্চল অনুসৰি অসমৰ আটাইতকৈ ডাঙৰ জিলা)

15 / 50

15. The terracotta industry is located in
( টেৰাকোটা উদ্যোগটো কত অৱস্থিত )

16 / 50

16. When the uprising of Patharughat took place
( কেতিয়া পাথাৰুঘাটৰ বিদ্ৰোহ হৈছিল )

17 / 50

17. The Ahom Kingdom was established in the year
( কিমান চনত ইতিউতি ৰচিত হৈছিল )

18 / 50

18. Who was the last king of the Ahom kingdom in Assam
(অসমৰ শেষ ৰজা কোন আছিল)

19 / 50

19. "Halodhia Choraye Baodhan Khai" won the National Film Award for Best Feature Film in the year
( "হালধিয়া চৰাই বাওধন খাই" কোন বৰ্ষত শ্ৰেষ্ঠ ফিচাৰ ফিল্মৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে )

20 / 50

20. Who was the first Chief Minister of Assam
(অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল)

21 / 50

21. Mahatma Gandhi first visited Assam in the year
(কোন চনত মহাত্মা গান্ধীয়ে প্ৰথমঅসম ভ্ৰমণ কৰে)

22 / 50

22. Namghosa was written by ( নামঘোচা কোনে লিখিছিল )

23 / 50

23. The Abhiruchi Sports Day is celebrated on
(অভিৰুচি ক্ৰীড়া দিৱস কেতিয়া উদযাপন কৰা হয়)

24 / 50

24. The Asam Sahitya Sabha was first founded in the year
(কোন চনত প্ৰথমবাৰৰ বাবে অসম সাহিত্য সভা প্ৰতিষ্ঠা কৰা হৈছিল)

25 / 50

25. The Naranarayan Setu connects the Pancharatna Town with which city
(নৰনাৰায়ণ সেতুয়ে পঞ্চৰত্ন নগৰক কোন চহৰৰ সৈতে সংযোগ কৰে)

26 / 50

26. Total number of National Parks in Assam
(অসমৰ মুঠ ৰাষ্ট্ৰীয় উদ্যানৰ সংখ্যা)

27 / 50

27. The first Assamese magazine Orunodoi was published in the year
(কোন চনত প্ৰথম খন অসমআলোচনী অৰুনোদোই প্ৰকাশ পাইছিল)

28 / 50

28. Who was the President of the Swaraj Party in Assam during the freedom movement
( স্বাধীনতা আন্দোলনৰ সময়ত অসমত স্বৰাজ পাৰ্টিৰ সভাপতি কোন আছিল )

29 / 50

29. Who is the first barrister of Assam
(অসমৰ প্ৰথম বেৰিষ্টাৰ কোন)

30 / 50

30. In which year, the capital of Assam shifted from Shillong to Dispur
(কোন বছৰত অসমৰ ৰাজধানী শ্বিলঙৰ পৰা দিচপুৰলৈ স্থানান্তৰিত হয়)

31 / 50

31. Which language is used by Sankardev to written Borgeets
( শংকৰদেৱে কি ভাষা বৰগীত লিখিবলৈ ব্যৱহাৰ কৰিছিল )

32 / 50

32. The Treaty of Yandabo was signed in the year
(কোন চনত ইয়াণ্ডাবোৰ চুক্তি স্বাক্ষৰিত হয়)

33 / 50

33. Which town is also known as the Manchester of Assam
(কোনখন চহৰক অসমৰ মানচেষ্টাৰ বুলিও জনা যায়)

34 / 50

34. Hiuen Tsang visited Assam during the reign of
(হিউয়েন চাঙে ৰাজত্বকালত কোনে অসম ভ্ৰমণ কৰিছিল)

35 / 50

35. Total number of bridges over the river Brahmaputra
(ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত মুঠ দলং)

36 / 50

36. Who is the first Assamese to received "Jnanpith Award"
("জ্ঞানপীঠ বঁটা" লাভ কৰা প্ৰথম জন অসমীয়া কোন)

37 / 50

37. The first conference of Asam Sahitya Sabha was held at
(অসম সাহিত্য সভাৰ প্ৰথম সন্মিলন অনুষ্ঠিত হৈছিল)

38 / 50

38. Srimanta Sankardev was born in the year

39 / 50

39. "Sheelabhadra" was the pen name of which famous Assamese writer
( "শীলভদ্ৰা" কোন জন বিখ্যাত অসম লেখকৰ কলম নাম আছিল )

40 / 50

40. Gibon Wildlife Sanctury is located at
(গিবন বন্যপ্ৰাণী পবিত্ৰ কত অৱস্থিত)

41 / 50

41. The Brahmaputra Cracker and Polymer Limited Industry is located at
( ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ আৰু পলিমাৰ লিমিটেড উদ্যোগ কত অৱস্থিত )

42 / 50

42. Guwahati University was established in the year
( কোন চনত গুৱাহাটী বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰা হয় )

43 / 50

43. In which year, National Games was held in Assam
(কোন বছৰত অসমত ৰাষ্ট্ৰীয় ক্ৰীড়া অনুষ্ঠিত হৈছিল)

44 / 50

44. The literacy rate of Assam according to the 2011 census is
( ২০১১ চনৰ লোকপিয়ল অনুসৰি অসমৰ সাক্ষৰতাৰ হাৰ হৈছে )

45 / 50

45. Bhogeswar Baruah wins a medal in the ________ Asian Games
(এছিয়ান গেমছত ________ ভোগেশ্বৰ বৰুৱাই পদক জয় কৰে)

46 / 50

46. Total number of Districts in Assam
(অসমৰ মুঠ জিলাৰ সংখ্যা)

47 / 50

47. In which year, Sukapha established Ahom Kingdom in Charaideo
(কোন বছৰত চুকাফাই চৰাইদেউত দেউম ৰাজ্য স্থাপন কৰে)

48 / 50

48. The Guwahati Tea Auction Centre was established in the year
(কোন চনত গুৱাহাটী চাহ নিলাম কেন্দ্ৰ স্থাপন কৰা হয়)

49 / 50

49. Which city of Assam has the largest dry fish market in Asia
( অসমৰ কোনখন চহৰত এছিয়াৰ সৰ্ববৃহৎ শুকান মাছৰ বজাৰ আছে )

50 / 50

50. Which one is the first Assamese novel
( প্ৰথম খন অসমউপন্যাস কোনখন)

Your score is

The average score is 63%

0%

General Knowledge MCQ Quiz (Module-6):–

430
Created on By General Knowledge Questions And Answers 2022 - 350 GK MCQ Quiz PracticeJitu Das
Assam Employment General Knowledge Quiz

General Knowledge MCQ Qize

General Knowledge Questions And Answers 2022 - 350 GK MCQ Quiz Practice

1 / 50

The area of Kaziranga National Park is approximately
( কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এলেকা প্ৰায় )

2 / 50

Kamakhya Temple was rebuilt by which one of the following Koch King
( কোচ ৰজাসকলৰ মাজৰ কোন ৰজাৰ দিনত কামাখ্যা মন্দিৰ পুনৰ নিৰ্মাণ কৰা হৈছিল )

3 / 50

The rank of Assam in literacy among the States of India is
( ভাৰতৰ ৰাজ্যসমূহৰ ভিতৰত সাক্ষৰতা ত অসমৰ স্থান হৈছে )

4 / 50

The Jaysagar Tank was excavated under the reign of which of the following Kings
( নিম্নলিখিত কোন জন ৰজাৰ শাসনকালত জয় সাগৰ পুখুৰী খনন কৰা হৈছিল )

5 / 50

Of the total production of Muga, the Golden Silk, in the world, Assam produces
( বিশ্বত মুগা, সোণালী ৰেচমৰ মুঠ উৎপাদনৰ ভিতৰত, অসমে উৎপাদন কৰে )

6 / 50

The author of "Asomiya Sahityar Buranji" is
( "অসমীয়া সাহিত্যৰ বুৰঞ্জী"ৰ লেখক হৈছে )

7 / 50

The Shiv dol was constructed during the reign of
( শিৱ দৌল কাৰ ৰাজত্বকালত নিৰ্মাণ কৰা হৈছিল

8 / 50

The illustration work of the medieval Assamese text "Hastividyarnava" was done by
( মধ্যযুগীয় অসমীয়া পাঠ "হস্তিবিদ্যাৰনভা"ৰ দৃষ্টান্তমূলক কামটো কাৰ দ্বাৰা কৰা হৈছিল )

9 / 50

The first Ahom Monarch to assume the Hindu title "Swarganarayan" was
( হিন্দু উপাধি "স্বৰ্গনাৰায়ণ" ধাৰণ কৰা প্ৰথম জন হিন্দু ৰাজকীয় আছিল )

10 / 50

The Treaty of Yandaboo signed between East India Company and which one of the following
( ইষ্ট ইণ্ডিয়া কোম্পানীৰ মাজত ইয়াণ্ডাবুৰ চুক্তি স্বাক্ষৰিত হৈছিল আৰু নিম্নলিখিত কোনটো )

11 / 50

About 91% of a world population of a particular animal species found in Kaziranga National Park is which one of
( কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পোৱা এক নিৰ্দিষ্ট প্ৰাণীৰ প্ৰজাতিৰ বিশ্বজনসংখ্যাৰ প্ৰায় 91% হৈছে কোনটো )

12 / 50

The first phase of the Moamoria Rebellion was started in
( মোৱামৰিয়া বিদ্ৰোহৰ প্ৰথম পৰ্যায় আৰম্ভ কৰা হৈছিল )

13 / 50

Which of the following places is the site of rain forest in Assam and in which District
( নিম্নলিখিত কোনটো ঠাই হৈছে অসমত বৰষুণ অৰণ্যৰ স্থান আৰু কোনখন জিলাত )

14 / 50

The Assam region was separated from the Bengal Presidency as the "North-East Frontier" in the year
( কিমান চনত অসম অঞ্চলক বেংগল প্ৰেচিডেন্সিৰ পৰা "উত্তৰ-পূব সীমান্ত" হিচাপে পৃথক কৰা হৈছিল )

15 / 50

Who was the first martyr of the 1942 Revolution in Assam
( অসমত ১৯৪২ চনৰ বিপ্লৱৰ প্ৰথম শ্বহীদ কোন আছিল )

16 / 50

"Me-Dum-Me-Phi" festival is celebrated annually on
( "মি-ডাম-মে-ফি" উৎসৱ বছৰি উদযাপন কৰা হয় )

17 / 50

In which year was the Bodo Sahitya Shabha founded
( কোন বছৰত বড়ো সাহিত্য শাভা প্ৰতিষ্ঠা কৰা হৈছিল )

18 / 50

During the freedom struggle, the "Mrityu Bahini" was formed by
( স্বাধীনতা সংগ্ৰামৰ সময়ত, "মৃত্যু বাহিনী" কোনে গঠন কৰা কৰিছিল )

19 / 50

Which king is also known by the nickednamed as Bhagaraja
( কোন ৰজাক ভগৰাজ নামেৰে নামাকৰণ কৰা হৈছিল )

20 / 50

When was Assam Provincial Congress Committee formed?
( অসম প্ৰাদেশিক কংগ্ৰেছ সমিতি কেতিয়া গঠন কৰা হৈছিল )

21 / 50

In which year Gopinath Bordoloi was arrested for taking part in the freedom movement
( কোন বছৰত গোপীনাথ বৰদলৈক স্বাধীনতা আন্দোলনত অংশগ্ৰহণ কৰাৰ বাবে গ্ৰেপ্তাৰ কৰা হৈছিল )

22 / 50

When Bhupen Hazarika had been awarded with Dadasaheb Phalke Award
( কেতিয়া ভূপেন হাজৰিকাক দাদাচাহেব ফালকে বঁটাৰে পুৰস্কৃত কৰা হৈছিল )

23 / 50

The Patkai Bum range makes the boundary between
( পাটকাই বুম ৰেঞ্জে মাজত সীমা প্ৰস্তুত কৰে )

24 / 50

The Dhodar Ali is constructed during the reign of
( ধোদৰ আলী কোন ৰজাৰ ৰাজত্বকালত নিৰ্মাণ কৰা হয় )

25 / 50

Who was the author of the book "India against Itself"
( "ইণ্ডিয়া এগেইনষ্ট ইটচেল্ফ" নামৰ কিতাপখনৰ লেখক কোন আছিল )

26 / 50

Pani Dihing Bird Sanctuary is located in which one of the following districts
( পানী দিহিং পক্ষী অভয়াৰণ্য নিম্নলিখিত জিলাসমূহৰ কত অৱস্থিত )

27 / 50

Prachya Sasanavali was edited by
( প্ৰচ্য সসানাৱলী কোনে সম্পাদনা কৰিছিল )

28 / 50

The highest concentration of forest in the State of Assam occurs in
( অসম ৰাজ্যত বনাঞ্চলৰ সৰ্বাধিক ঘনত্ব কত হয় )

29 / 50

In which of the following National Parks/Wildlife Sanctuaries, the density of rhino population is the highest
( নিম্নলিখিত কোনখন ৰাষ্ট্ৰীয় উদ্যান/বন্যপ্ৰাণী অভয়াৰণ্যত, গঁড়ৰ জনসংখ্যাৰ ঘনত্ব সৰ্বাধিক )

30 / 50

The Phulaguri uprising was take place
( ফুলাগুৰি বিদ্ৰোহ সংঘটিত হৈছিল )

31 / 50

Which one was the first capital of Ahom Kingdom in Assam
( অসমত থকা বড়ো ৰাজ্যৰ প্ৰথম ৰাজধানী কোনখন আছিল )

32 / 50

The first Peasant Uprising against the British was known as
( ব্ৰিটিছৰ বিৰুদ্ধে প্ৰথম কৃষক বিদ্ৰোহক নামেৰে জনা গৈছিল )

33 / 50

Siang, joined by Lohit and Dibang makes which of the following rivers
( লোহিত আৰু দিবাঙৰ সৈতে সংযুক্ত চিয়াঙে নিম্নলিখিত কোনখন নদী তৈয়াৰ কৰে )

34 / 50

The Gohain Kamal Ali road was constructed during the reign of
( গোহাঁই কমল আলী পথটো ৰাজত্বকালত নিৰ্মাণ কৰা হৈছিল )

35 / 50

Kanaklata Barua became a martyr of which one of the following national movements
( কনকলতা বৰুৱা শ্বহীদ হৈছিল যাৰ ভিতৰত নিম্নলিখিত ৰাষ্ট্ৰীয় আন্দোলনবোৰৰ এটা আছিল )

36 / 50

The Assam Public Service Commission (APSC) Regulation was promulgated in exercise of the powers
( ক্ষমতা প্ৰয়োগ কৰাৰ বাবে আচাম লোক সেৱা আয়োগ (এপিএছচি) নিয়মাৱলী কিমান চনত জাৰী কৰা হৈছিল )

37 / 50

The district which was separated from Assam and was given to East Pakistan in the year 1947 was
( যিখন জিলা অসমৰ পৰা পৃথক হৈছিল আৰু ১৯৪৭ চনত পূব পাকিস্তানক দিয়া হৈছিল সেইখন আছিল )

38 / 50

In Assam, a source hot water spring is situated in
( অসমত গৰম পানীৰ স্প্ৰিংৰ এটা উৎস অৱস্থিত )

39 / 50

Which Wildlife Sanctuary of Assam boasts of the golden langur
( অসমৰ কোনবন্যপ্ৰাণী অভয়াৰণ্যত সোণালী লাঙ্গুৰ ৰ গৌৰৱ আছে )

40 / 50

The historic Assam Accord was signed on
( ঐতিহাসিক অসম চুক্তি স্বাক্ষৰিত হৈছিল )

41 / 50

Who among the following from Assam joined the famous Dandi March
( অসমৰ পৰা নিম্নলিখিত কোনে বিখ্যাত দাণ্ডি মাৰ্চত যোগদান কৰিছিল )

42 / 50

Which one of the following places is the confluence of three highly revered pilgrimage for the Hindu, Muslim, and Buddhists
( নিম্নলিখিত কোনটো স্থান হৈছে হিন্দু, মুছলমান আৰু বৌদ্ধসকলৰ বাবে তিনিটা অতি শ্ৰদ্ধাৰ তীৰ্থযাত্ৰাৰ সঙ্গম )

43 / 50

In addition to Assamese, which other language from the State is included in the Eight Schedule of the Indian Constitution
( ভাৰতীয় সংবিধানৰ আঠটা অনুসূচীত ৰাজ্যৰ আন কোনটো ভাষা অন্তৰ্ভুক্ত কৰা হৈছে, তাৰ উপৰিও অসমবাসী )

44 / 50

Ali-Aai-Ligang is an agri-based festival celebrated by the
( আলি-আই-লিগাং হৈছে এক কৃষি-আধাৰিত উৎসৱ যাক এইসকলে উদযাপন কৰে )

45 / 50

Sadiya Khowa Gohain was a

46 / 50

The first rebellion against the British rule in Assam in 1828 was led by
( ১৮২৮ চনত অসমত ব্ৰিটিছ শাসনৰ বিৰুদ্ধে প্ৰথম বিদ্ৰোহৰ নেতৃত্ব দিয়া হৈছিল )

47 / 50

"Rang Ghar" was constructed during the reign of
( "ৰং ঘৰ" ---------- শাসনকালত নিৰ্মাণ কৰা হৈছিল)

48 / 50

Assam Police Day observed on
( অসম আৰক্ষী দিৱস পালন কৰা হয় )

49 / 50

The first stadium of Assam was built-in
( অসমৰ প্ৰথম ষ্টেডিয়াম কত নিৰ্মাণ কৰা হৈছিল )

50 / 50

Which of the following districts of Assam has been declared as first tobacco free district
( অসমৰ নিম্নলিখিত কোনখন জিলাক প্ৰথম ধপাত মুক্ত জিলা হিচাপে ঘোষণা কৰা হৈছে )

Your score is

The average score is 55%

0%

Sports GK MCQ Quiz

59
Created on By General Knowledge Questions And Answers 2022 - 350 GK MCQ Quiz PracticeJitu Das
Assam Employment General Knowledge Quiz

Sports GK MCQ Quiz

General Knowledge Questions And Answers 2022 - 350 GK MCQ Quiz Practice

1 / 50

1. Which country is called the 'father of cricket'? - কোনখন দেশক 'ক্ৰিকেটৰ জনক' বুলি কোৱা হয়?

2 / 50

2. What is the surname of Rahul Dravid? - ৰাহুল দ্ৰাবিড়ৰ উপাধি কি?

3 / 50

3. What is the weight of the ball used in cricket? - ক্ৰিকেটত ব্যৱহৃত বলটোৰ ওজন কিমান?

4 / 50

4. The writer of the book "Stargazing : The Players in My Life" is - "ষ্টাৰগেজিং : দ্য প্লেয়াৰ্ছ ইন মাই লাইফ" নামৰ কিতাপখনৰ লেখক হৈছে -

5 / 50

5. Who started the practice of the polo game in India? - ভাৰতত পোলো খেলৰ অনুশীলন কোনে আৰম্ভ কৰিছিল?

6 / 50

6. Which cricket umpire is popularly known as 'Great Delay'? - কোনজন ক্ৰিকেট আম্পায়াৰক জনপ্ৰিয়ভাৱে 'গ্ৰেট ডিল' বুলি জনা যায়?

7 / 50

7. In which sport is the word 'Beamer' used? - কোনটো খেলত 'বিমাৰ' শব্দটো ব্যৱহাৰ কৰা হয়?

8 / 50

8. What is the maximum permissible length of a bat in cricket? - ক্ৰিকেটত বেটৰ সৰ্বাধিক অনুমোদিত দৈৰ্ঘ্য কিমান?

9 / 50

9. Which is the national sport of India? - ভাৰতৰ ৰাষ্ট্ৰীয় খেল কোনটো?

10 / 50

10. Which of the following equipment is required in Kho-Kho game? - খো-খো খেলত নিম্নলিখিত কোনটো সঁজুলিৰ প্ৰয়োজন?

11 / 50

11. Cricketer Matthew Hayden is a player of which country? - ক্ৰিকেটাৰ মেথিউ হেডেন কোন খন দেশৰ খেলুৱৈ?

12 / 50

12. Which is the national sport of Spain? - স্পেইনৰ ৰাষ্ট্ৰীয় খেল কোনটো?

13 / 50

13. Who is the third bowler in the world to take 600 wickets in Test cricket? - টেষ্ট ক্ৰিকেটত ৬০০ টা উইকেট লোৱা বিশ্বৰ তৃতীয় জন বলাৰ কোন?

14 / 50

14. Which one of the following is not correctly matched? - নিম্নলিখিত কোনটো সঠিকভাৱে মিলা নাই?

15 / 50

15. What is the height of the stump from the ground in cricket? - ক্ৰিকেটত খেলপথাৰৰ পৰা ষ্টাম্পৰ উচ্চতা কিমান?

16 / 50

16. Donald Bradman was a great player of which sport? - ডনাল্ড ব্ৰেডমেন কোনটো খেলৰ এজন মহান খেলুৱৈ আছিল?

17 / 50

17. Mithali Raj is a famous player in which sport? - মিতালী ৰাজ কোনখেলৰ এজনী বিখ্যাত খেলুৱৈ?

18 / 50

18. Which is Canada’s National Winter Sport? - কানাডাৰ ৰাষ্ট্ৰীয় শীতকালীন ক্ৰীড়া কোনটো?

19 / 50

19. Which award has been named Major Dhyan Chand Khel Ratna Award? - কোনটো বঁটাক মেজৰ ধ্যান চান্দ খেল ৰত্ন বঁটা হিচাপে নামাকৰণ কৰা হৈছে?

20 / 50

20. The men’s title of the 2018 Australian Open Tennis Championship,_____ was won by. - 2018 অষ্ট্ৰেলিয়ান অপেন টেনিছ চেম্পিয়নশ্বিপৰ পুৰুষৰ খিতাপ, ______ জিকিছিল।

21 / 50

21. Which is the national sport of the USA? - আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰীয় খেল কোনটো?

22 / 50

22. whom with is Salim Durrani related? - চেলিম দুৰানী কাৰ সৈতে সম্পৰ্কিত?

23 / 50

23. Which is the national sport of Canada? - কানাডাৰ ৰাষ্ট্ৰীয় খেল কোনটো?

24 / 50

24. When is National Sports Day celebrated? - ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস কেতিয়া উদযাপন কৰা হয়?

25 / 50

25. How many squares or squares are there in the game of chess? - দবা খেলত কিমানটা বৰ্গ আছে?

26 / 50

26. Who is the first Indian to win two Olympic Medals? - দুটা অলিম্পিক পদক জয় কৰা প্ৰথম ভাৰতীয় কোন?

27 / 50

27. Which Indian cricketer is Nicknamed Tiger? - কোন জন ভাৰতীয় ক্ৰিকেটাৰক টাইগাৰ বুলি অভিহিত কৰা হয়?

28 / 50

28. Who won the first Olympic medal individually for independent India? - স্বাধীন ভাৰতৰ হৈ কোনে ব্যক্তিগতভাৱে প্ৰথম অলিম্পিক পদক জিকিছিল?

29 / 50

29. In which year did India become the champion of world cup cricket for the first time? - কোন বছৰত ভাৰত প্ৰথমবাৰৰ বাবে বিশ্বকাপ ক্ৰিকেটৰ চেম্পিয়ন হৈছিল?

30 / 50

30. What is the width of the football goalpost? - ফুটবল গ'ল পোষ্টৰ প্ৰস্থ কিমান?

31 / 50

31. Which is the national sport of Scotland? - স্কটলেণ্ডৰ ৰাষ্ট্ৰীয় খেল কোনটো?

32 / 50

32. In which state of India did the game of polo become prevalent? - ভাৰতৰ কোন খন ৰাজ্যত পোলো খেল প্ৰচলিত হৈছিল?

33 / 50

33. Name the first Indian to win a Grand Slam Kithab. - গ্ৰেণ্ড শ্লেম কিথাব জয় কৰা প্ৰথম ভাৰতীয়জনৰ নাম কওঁক।

34 / 50

34. On which day was the Olympic Day celebrated? - কোন দিনা অলিম্পিক দিৱস উদযাপন কৰা হৈছিল?

35 / 50

35. Which is the national sport of Japan? - জাপানৰ ৰাষ্ট্ৰীয় খেল কোনটো?

36 / 50

36. 'Ice Hockey' is the national sport of which country? - আইচ হকী' কোন খন দেশৰ ৰাষ্ট্ৰীয় খেল?

37 / 50

37. Muttiah Muralitharan is a famous cricketer of which country? - মুত্তিয়া মুৰলীধৰণ কোন দেশৰ এজন বিখ্যাত ক্ৰিকেটাৰ?

38 / 50

38. Which magazine is called 'Bible of Cricket'? - কোনখন আলোচনীক 'ক্ৰিকেটৰ বাইবেল' বুলি কোৱা হয়?

39 / 50

39. Which football player has won the FIFA World Player Award (FIFA Ballon d’or) for four years in a row? - কোন ফুটবল খেলুৱৈয়ে একেৰাহে চাৰি বছৰৰ বাবে ফিফা বিশ্ব খেলুৱৈ বঁটা (ফিফা বেলন ডি'অৰ) লাভ কৰিছে?

40 / 50

40. Who is the first cricketer to be awarded the Rajiv Gandhi Khel Ratna Award? - ৰাজীৱ গান্ধী খেল ৰত্ন বঁটা লাভ কৰা প্ৰথম জন ক্ৰিকেটাৰ কোন?

41 / 50

41. The word 'Checkmate' is associated with which sport? - 'চেকমেট' শব্দটো কোনটো খেলৰ সৈতে সম্পৰ্কিত?

42 / 50

42. Which first Indian player scored a triple century in Test cricket? - টেষ্ট ক্ৰিকেটত কোন জন প্ৰথম ভাৰতীয় খেলুৱৈয়ে ত্ৰিশতক অৰ্জন কৰিছিল?

43 / 50

43. In which country 'Sharjah' is the famous venue of the cricket games? - কোন খন দেশ 'শাৰজাহ' ক্ৰিকেট খেলৰ বিখ্যাত স্থান?

44 / 50

44. Which is called the National Recreational Game of America? - যাক আমেৰিকাৰ ৰাষ্ট্ৰীয় মনোৰঞ্জনমূলক খেল বুলি কোৱা হয়?

45 / 50

45. The mascot of the Tokyo Olympics is - টকিঅ' অলিম্পিকৰ শুভংকৰ হৈছে -

46 / 50

46. Brijmohan Birla Memorial Cup is related to which sport? - ব্ৰজমোহন বিৰলা মেম'ৰিয়েল কাপ কোনটো খেলৰ সৈতে সম্পৰ্কিত?

47 / 50

47. What is the length of the cricket pitch? - ক্ৰিকেট পিটছৰ দৈৰ্ঘ্য কিমান?

48 / 50

48. Saina Nehwal is associated with which sport? - ছাইনা নেহৱাল কোনটো খেলৰ সৈতে জড়িত?

49 / 50

49. Where is the famous Sawai Jai Singh Stadium for cricket located? - ক্ৰিকেটৰ বাবে বিখ্যাত চৱাই জয় সিং ষ্টেডিয়াম ক'ত অৱস্থিত?

50 / 50

50. Bullfighting is the national sport of which country? - বুলফাইটিং কোন খন দেশৰ ৰাষ্ট্ৰীয় খেল?

Your score is

The average score is 46%

0%

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.