ASSAM EMPLOYMENT

General Science MCQ Quiz – Objective Question & Answer for competitive exams

4/5 - (1 vote)

General Science MCQ Quiz Module-1:–

214
Created on By General Science MCQ Quiz - Objective Question & Answer for competitive examsJitu Das
Assam Employment General Knowledge Quiz

General Science MCQ Quiz

General Science MCQ Quiz - Objective Question & Answer for competitive exams

1 / 50

1. Satish Dhawan Space Centre (SDSC), SHAR is situated at - সতীশ ধাৱান মহাকাশ কেন্দ্ৰ (এছ.ডি.এছ.চি.), এছ.এইচ.এ.আৰ. ক'ত অৱস্থিত -

2 / 50

2. The Valency of noble gas element is - সম্ভ্ৰান্ত গেছ সমূহৰ যোজ্যতা কিমান?

3 / 50

3. Which of the following is used in pencils? - নিম্নলিখিত কোনটো পেঞ্চিলত ব্যৱহাৰ কৰা হয়?

4 / 50

4. The gas usually filled in the electric bulb is - সাধাৰণতে বৈদ্যুতিক বাল্বত ভৰ্তি হৈ থকা গেছ বিধ হৈছে -

5 / 50

5. A Virus can spread through: - ভাইৰাছ এটা কিহৰ জৰিয়তে বিয়পিব পাৰে:

6 / 50

6. Excessive bleeding during an injury is a deficiency of - কিহৰ অভাৱত আঘাতৰ সময়ত অত্যাধিক ৰক্তক্ষৰণ হয় -

7 / 50

7. What is the chemical name of Washing Soda? - ৱাছিং চডাৰ ৰাসায়নিক নাম কি? -

8 / 50

8. Neutron was discovered by - নিউট্ৰন কোনে আৱিষ্কাৰ কৰিছিল -

9 / 50

9. Which of the following is not a metalloid? - নিম্নলিখিত কোনটো ধাতুকল্প নহয়?

10 / 50

10. Which among the following is the most reactive metal? - নিম্নলিখিত কোনটো আটাইতকৈ শক্রিয় ধাতু?

11 / 50

11. The hardest substance available on earth is - পৃথিৱীত উপলব্ধ আটাইতকৈ কঠিন পদাৰ্থটো হৈছে -

12 / 50

12. Name cancer that occurs in the bone marrow - হাড়ৰ মজ্জাত হোৱা কৰ্কট ৰোগৰ নাম -

13 / 50

13. Name the most common type of cancer that kills men in the world? -  তলত দিয়া কোনটো কৰ্কট ৰোগৰ বাবে পৃথিৱীত সৰহ সংখ্যক লোকৰ মৃত্যু হোৱা দেখা যায়?

14 / 50

14. The adrenal gland is located above which part of the body? - এড্ৰেনেলীন গ্ৰন্থি শৰীৰৰ কোনটো অংশৰ ওপৰত অৱস্থিত?

15 / 50

15. Fungi are plants that lack - ভেঁকুৰ হৈছে উদ্ভিদ যাৰ অভাৱ আছে -

16 / 50

16. Candela is the unit of - কেণ্ডেলা কিহৰ একক -

17 / 50

17. which of the following vitamins is also known as ascorbic acid? - নিম্নলিখিত কোনটো ভিটামিনক এস্কৰ্বিক এচিড বুলি কোৱা হয়?

18 / 50

18. The element common to all acids is - সকলো এচিডৰ বাবে সচৰাচৰ হোৱা উপাদানটো হ'ল -

19 / 50

19. Which blood vessels have the smallest diameter? - কোনবোৰ ৰক্তনলীৰ ব্যাস আটাইতকৈ সৰু?

20 / 50

20. The SI Unit for measuring the frequency of sound is - শব্দৰ কম্পনাংক জোখাৰ বাবে কোনটো এছ.আই. একক ব্যৱহাৰ কৰা হয় -

21 / 50

21. The main element of protein is - প্ৰ'টিনৰ মুখ্য উপাদান হৈছে -

22 / 50

22. Electric Bulb filament is made of? বৈদ্যুতিক বাল্বৰ ফিলামেণ্টডাল কিহেৰে নিৰ্মিত?

23 / 50

23. Where is the Headquarter of ISRO? - ISRO ৰ মুখ্য কাৰ্যালয় ক'ত আছে?

24 / 50

24. The speed of light will be minimum while passing through - পোহৰৰ গতি বেগ তলৰ কোনটোৰে পাৰ হৈ যাওঁতে নিম্নতম হ'ব -

25 / 50

25. Which of the following is an air-borne disease? - নিম্নলিখিত কোনটো ৰোগ বায়ুমণ্ডল বা বতাহত বিয়পে?

26 / 50

26. Which of the following is not the unit of time - নিম্নলিখিত কোনটো সময়ৰ একক নহয় -

27 / 50

27. Which of the following diseases are Caused due to a virus? - ভাইৰাছৰ ফলত নিম্নলিখিত কোনটো ৰোগ হয়?

28 / 50

28. Which of the following is not an infectious disease? - নিম্নলিখিত কোনটো সংক্ৰামক ৰোগ নহয়?

29 / 50

29. Who among the following is considered as the 'father of artificial intelligence'? - নিম্নলিখিত কোনজনক 'কৃত্ৰিম বুদ্ধিমত্তাৰ পিতৃ' বুলি গণ্য কৰা হয়?

30 / 50

30. Knot is unit of - নটৰ একক হৈছে -

31 / 50

31. Which metal is present is Insulin? - কোনটো ধাতুত ইনচুলিন আছে?

32 / 50

32. In Gymnosperms seeds are - নগ্নবীজী উদ্ভিদ বীজ বোৰ কেনেকোৱা হয় -

33 / 50

33. Heavy water is - গধুৰ পানী হৈছে

34 / 50

34. What is the pH of lemon juice? - নেমুৰ ৰসৰ pH কি?

35 / 50

35. Bhabha Atomic Research Centre is situated in - ভাভা পাৰমাণৱিক গৱেষণা কেন্দ্ৰ ক'ত অৱস্থিত -

36 / 50

36. Ohm is a unit of measuring - ওম হৈছে জোখাৰ এক কৌশল -

37 / 50

37. Which of the following element is represented by symbol "Ag"? - নিম্নলিখিত কোনটো উপাদান "Ag" চিহ্নৰ দ্বাৰা প্ৰতিনিধিত্ব কৰা হয়?

38 / 50

38. Which of the gas is not known as greenhouse gas? - কোনটো গেছক সেউজগৃহ গেছ বুলি জনা নাযায়?

39 / 50

39. Which one of the following is not a function of the liver? - নিম্নলিখিত কোনটো যকৃতৰ কাৰ্য্য নহয়?

40 / 50

40. Which organ of the body produces the fluid Kown as bile? - শৰীৰৰ কোনটো অংগই 'Bile' নামৰ জুলীয়া পদাৰ্থ এটা নিসৰণ কৰে?

41 / 50

41. What is the SI Unit of Electric Charge - বৈদ্যুতিক আধানৰ এছ.আই. ইউনিট কি -

42 / 50

42. Which of the following diseases is an example of non-communicable diseases? - নিম্নলিখিত কোনটো ৰোগ অসংক্ৰামক ৰোগৰ উদাহৰণ?

43 / 50

43. Which of the following vitamin is also known as niacin - নিম্নলিখিত কোনটো ভিটামিনক নিয়াচিন বুলি কোৱা হয় -

44 / 50

44. Which acid is present in lemon? - নেমুত কোনটো এচিড থাকে?

45 / 50

45. The non metal having a shining appearance - উজ্জ্বল ৰূপ থকা অধাতু -

46 / 50

46. Pascal is the unit of - পাস্কেল একক হৈছে -

47 / 50

47. The Deficiency of Vitamin E leads to - ভিটামিন E-ৰ অভাৱৰ ফলত কি হয় -

48 / 50

48. The elements on the right of the periodic table are? - পৰ্যাবৃত্ত তালিকাৰ সোঁফালে থকা উপাদানবোৰ হৈছে?

49 / 50

49. Which among the following is Quick Silver? - নিম্নলিখিত কোনটো ধাতুক কুইক চিলভাৰ?

50 / 50

50. What is the Chemical name of baking soda? - বেকিং চডাৰ ৰাসায়নিক নাম কি? -

Your score is

The average score is 56%

0%

General Science MCQ Quiz Module-2:–

110
Created on By General Science MCQ Quiz - Objective Question & Answer for competitive examsJitu Das
Assam Employment General Knowledge Quiz

General Science MCQ Quiz

General Science MCQ Quiz - Objective Question & Answer for competitive exams

1 / 40

1. Oncology is the study of - অংকলজী ত কিহৰ অধ্যয়ন কৰা হয়-

2 / 40

2. Blood pressure may increase due to the excessive secretion of - তলত দিয়া কোনটো হৰমণ অত্যাধিক নিঃসৰণ হ'লে ৰক্তচাপ বৃদ্ধি হ'ব পাৰে -

3 / 40

3. Which of the following is found in nail polish remover? - নিম্নলিখিত কোনটো নেল পলিছ ৰিমুভাৰ ত পোৱা যায়?

4 / 40

4. Who wrote the book "A brief history of time"? - "সময়ৰ এক সংক্ষিপ্ত ইতিহাস" কিতাপখন কোনে লিখিছিল?

5 / 40

5. Which of the following is a halogen? নিম্নলিখিত কোনটো হেলোজেন?

6 / 40

6. Light from the sun reaches earth in approximately - সূৰ্যৰ পোহৰ পৃথিৱীত আহি পৰিবলৈ কিমান সময় লাগে?

7 / 40

7. The velocity of sound is highest in - শব্দৰ গতি বা বেগ সৰ্বাধিক কিহত হোৱা দেখা যায় -

8 / 40

8. Law of gravitation applies to - মহাকৰ্ষণৰ সূত্ৰ প্ৰযোজ্য -

9 / 40

9. What does Gobar Gas Contains? - গোবৰ গেছত কি থাকে?

10 / 40

10. Vinegar is the trade name for - ভিনেগাৰ ৰ কেমিকেল নাম কি হয় -

11 / 40

11. What is the SI Unit of energy? - শক্তিৰ এছ.আই. একক কি?

12 / 40

12. The process that takes place in the atom bomb is - পৰমাণু বোমাত হোৱা প্ৰক্ৰিয়াটো হৈছে

13 / 40

13. Hertz is the SI Unit of - হাৰ্জ কিহৰ এছ আই ইউনিট -

14 / 40

14. What is the largest gland in human body - মানৱ শৰীৰৰ আটাইতকৈ ডাঙৰ গ্ৰন্থি কি

15 / 40

15. Different colors of leaves except green is due to the presence of? - সেউজীয়া ৰংৰ বাহিৰে পাতৰ বিভিন্ন ৰং কিহৰ উপস্থিতিৰ বাবে হয়?

16 / 40

16. The most electronegative element is - আটাইতকৈ বেছি বিদ্যুৎঋণাত্মক উপাদান হৈছে -

17 / 40

17. Kala azar (black fever) is caused by - কালা আজাৰ (ক'লা জ্বৰ) ইয়াৰ ফলত হয় -

18 / 40

18. Who discovered X-ray? - কোনে এক্স-ৰে আৱিষ্কাৰ কৰিছিল?

19 / 40

19. Blood enters Kidney through - তেজ বৃক্কলৈ কিহৰ মাজেৰে প্ৰৱেশ কৰে -

20 / 40

20. Which cell organelle is found in plant cells only? - কোনটো কোষ অৰ্গেনেল কেৱল উদ্ভিদৰ কোষত পোৱা যায়?

21 / 40

21. The chemical formula of Quicklime lime is - পোৰা চূণৰ ৰাসায়নিক সংকেত হৈছে -

22 / 40

22. Spermoligy is the study of - স্পাৰ্মোলিজি ত কিহৰ বিষয়ে অধ্যয়ন কৰা হয় -

23 / 40

23. The nucleus of an atom consists of - পৰমাণু এটাৰ নিউক্লিয়াছত কি থাকে -

24 / 40

24. Marsh gas is - মাৰ্শ গেছ বুলি কাক কোৱা হয় -

25 / 40

25. Light year is the unit of - আলোক বৰ্ষ হৈছে ইয়াৰ একক

26 / 40

26. The Value of Avogadro Number is - এভোগাদ্ৰো নম্বৰৰ মূল্য হৈছে

27 / 40

27. The three famous laws of Kepler are related to - কেপলাৰৰ তিনিটা বিখ্যাত নিয়ম বা সূত্র কাৰ সৈতে সম্পৰ্কিত -

28 / 40

28. Electric Current in a metal wire is due to the flow of - ধাতুৰ তাঁৰত বৈদ্যুতিক প্ৰবাহ কিহৰ ফলত হয় -

29 / 40

29. Marble is - মাৰ্বল হৈছে

30 / 40

30. What is the chemical name of plaster of Paris? - প্লাষ্টাৰ অফ পেৰিছ অৰ্থাত প্লাষ্টাৰ কৰিবলৈ ডাক্তৰে এটা বগা ৰঙৰ পাউদাৰ ব্যৱহাৰ কৰে। সেই পাউদাৰটোৰ ৰাসায়নিক নাম কি?

31 / 40

31. The device that is used to convert alternating current (AC) to direct current (DC) is - অল্টাৰনেটিং কাৰেণ্ট (এচি) ক ডাইৰেক্ট কাৰেণ্টলৈ (ডিচি) ৰূপান্তৰ কৰিবলৈ ব্যৱহাৰ কৰা ডিভাইচটো হৈছে -

32 / 40

32. Which of the following is called "the King of Chemicals"? - নিম্নলিখিত কোনটোক "ৰাসায়নিক পদাৰ্থৰ ৰজা" বুলি কোৱা হয়?

33 / 40

33. What of the following membrane encloses the lungs? - নিম্নলিখিত কি আৱৰণে হাঁওফাঁও আৱৰি ৰাখে?

34 / 40

34. What is the chemical symbol of Mercury? - Mercury ৰ ৰাসায়নিক প্ৰতীক কি?

35 / 40

35. Which of the following disease is caused due to the deficiency of protein? - প্ৰ'টিনৰ অভাৱৰ ফলত নিম্নলিখিত কোনটো ৰোগ হয়?

36 / 40

36. Disease caused by deficiency of Vitamin A is - ভিটামিন A ৰ অভাৱৰ ফলত হোৱা ৰোগ হৈছে -

37 / 40

37. Which of the following is a nitrogen-fixing bacteria? - নিম্নলিখিত কোনটো নাইট্ৰজেন-ফিক্সিং বেক্টেৰিয়া অৰ্থাত মাটিৰ উৰ্বৰতা বৃদ্ধি কৰা?

38 / 40

38. Which of the following disease is very rare in woman? - নিম্নলিখিত কোনটো ৰোগ মহিলাৰ ক্ষেত্ৰত অতি বিৰল বা কমকৈ হোৱা দেখা যায়?

39 / 40

39. Which of the following is a happiness hormone? - নিম্নলিখিত কোনটো সুখৰ হৰমন?

40 / 40

40. What type of lens is used in magnifying glass? - মেগনিফাইং গ্লাছত (পৰিবৰ্ধক কাচ) কেনে ধৰণৰ লেন্স ব্যৱহাৰ কৰা হয়?

Your score is

The average score is 64%

0%

General Science MCQ Quiz Module-3:–

89
Created on By General Science MCQ Quiz - Objective Question & Answer for competitive examsJitu Das
Assam Employment General Knowledge Quiz

General Science MCQ Quiz

General Science MCQ Quiz - Objective Question & Answer for competitive exams

1 / 40

1. Which of the following disease is caused due to an extra 21st chromosome? - অতিৰিক্ত 21 তম ক্ৰম'জমৰ ফলত নিম্নলিখিত কোনটো ৰোগ হয়?

2 / 40

2. Echo is heard due to - শব্দৰ প্ৰতিধ্বনি  কি কাৰণে শুনা যায় -

3 / 40

3. Who was the father of DNA fingerprinting - DNA fingerprinting ৰ পিতৃ কোন আছিল -

4 / 40

4. Holes are caused in the ____ layer of the atmosphere. - বায়ুমণ্ডলৰ স্তৰত ____ ছিদ্ৰ হয়।

5 / 40

5. Which of the following causes acid rain? - নিম্নলিখিত কোনটোৱে এচিড বৰষুণ সৃষ্টি কৰে?

6 / 40

6. Which of the following is a water borne diease? - নিম্নলিখিত কোনটো পানীৰ দ্বাৰা হোৱা বিকাৰ?

7 / 40

7. Which of the following bacteria causes cholera? - নিম্নলিখিত কোনটো বেক্টেৰিয়াৰ ফলত কলেৰা হয়?

8 / 40

8. In a uniform circular motion - সুষম বিত্তীয় গতি কাৰ একে থাকে -

9 / 40

9. Which of the following acid is found in Nettle Plant? - নিম্নলিখিত কোনটো এচিড চোৰাত গছৰ পাতত পোৱা যায়?

10 / 40

10. Itai Itai disease is caused by - ইতাই ইটাই ৰোগ কিহৰ ফলত হয় -

11 / 40

11. The deficiency diseases can be prevented by - অভাৱজনিত ৰোগবোৰ কিহৰ দ্বাৰা প্ৰতিৰোধ কৰিব পাৰি -

12 / 40

12. The mass of the earth is - পৃথিৱীৰ ভৰ হৈছে -

13 / 40

13. Riboflavin is the chemical name of which vitamin? - ৰাইব'ফ্লেভিন কোনটো ভিটামিনৰ ৰাসায়নিক নাম?

14 / 40

14. Xerophthalmia caused due to the deficiency of - জেৰোফথালমিয়া কিহৰ অভাৱৰ ফলত হোৱা দেখা যায় -

15 / 40

15. Malaria and Kala-azar are caused by - মেলেৰিয়া আৰু কলা জৰ ইয়াৰ ফলত হয় -

16 / 40

16. Cystic Fibrosis and Haemophilia are examples of - চিষ্টিক ফাইব্ৰোচিছ আৰু হিমোফিলিয়া হৈছে ইয়াৰ উদাহৰণ -

17 / 40

17. The flexibility in plants is due to a tissue called? - উদ্ভিদৰ নমনীয়তা কি কলাৰ দ্বাৰা হয়?

18 / 40

18. Name the virus that caused Chickenpox? - চিকেন পক্স বা মাজু আই সৃষ্টি কৰা ভাইৰাছটোৰ নাম কি?

19 / 40

19. What is the chemical name of Caustic Soda? - কষ্টিক চডাৰ ৰাসায়নিক নাম কি?

20 / 40

20. The Cell wall of a plant is composed of - উদ্ভিদৰ কোষ বেৰটো কিহেৰে গঠিত -

21 / 40

21. Calciferol is the chemical name of which vitamin? - কেলচিফেৰল কোনটো ভিটামিনৰ ৰাসায়নিক নাম?

22 / 40

22. Arthritis is the disease of - আৰ্থ্ৰাইটিছ হৈছে ইয়াৰ ৰোগ -

23 / 40

23. Which of the following is an ore of iron? - নিম্নলিখিত কোনটো লোৰ আকৰ?

24 / 40

24. Which of the following organism breathes through the skin? - নিম্নলিখিত কোনটো জীৱই ছালৰ মাজেৰে উশাহ লয়?

25 / 40

25. Excessive bleeding is due to the deficiency of - অত্যাধিক ৰক্তক্ষৰণৰ কাৰণটো কিহৰ অভাৱত হোৱা দেখা যায় -

26 / 40

26. What is the causing agent of chikungunya - চিকুনগুনিয়াৰ কাৰণ কাৰী এজেণ্ট কি -

27 / 40

27. Ribosomes are sites for - ৰাইব'জমত কিহৰ সংশ্লেষণ কৰা হয় বা কি প্রস্তুত কৰা হয় -

28 / 40

28. The lens used in simple microscope is - সৰল অণুবীক্ষণ যন্ত্ৰত ব্যৱহৃত লেন্সটো হৈছে

29 / 40

29. Which of the following is not a primary colour? - নিম্নলিখিত কোনটো প্ৰাথমিক ৰং নহয়?

30 / 40

30. Retinol is the chemical name of which vitamin? - ৰেটিনল কোনটো ভিটেমিনৰ ৰাসায়নিক নাম?

31 / 40

31. Name the bacteria that causes dysentery? - Dysentery সৃষ্টি কৰা বেক্টেৰিয়াৰ নাম কি?

32 / 40

32. Photophobia is caused by the deficiency of - ফটোফোবিয়া ইয়াৰ অভাৱৰ ফলত হয় -

33 / 40

33. At which point of the earth, is there no gravity? - পৃথিৱীৰ কোনটো বিন্দুত, কোনো মাধ্যাকৰ্ষণ শক্তি নাই?

34 / 40

34. What is the chemical name of Dry Ice? - শুকান বৰফৰ ৰাসায়নিক নাম কি

35 / 40

35. BCG Vaccine is used to immunize against - বিচিজি ভেকছিনৰ বিপৰীতে টিকাকৰণ কৰিবলৈ ব্যৱহাৰ কৰা হয় -

36 / 40

36. Typhoid fever is caused by - টাইফইড জ্বৰ কিহৰ ফলত হয় -

37 / 40

37. Compounds of ______ cause Minamata disease. মিনামাতা ৰোগ _____ কাৰণৰ যৌগ।

38 / 40

38. Who is known as the "father of quantum theory"? - কোৱাণ্টাম তত্ত্বৰ জনক" বুলি কাক জনা যায়?

39 / 40

39. The liquid metal is - তৰল ধাতুটো হৈছে -

40 / 40

40. Which blood cells are called "Soldiers of the body"? - কোনবোৰ ৰক্ত কণিকাক "শৰীৰৰ সৈনিক" বুলি কোৱা হয়?

Your score is

The average score is 59%

0%

General Science MCQ Quiz Module-4:–

63
Created on By General Science MCQ Quiz - Objective Question & Answer for competitive examsJitu Das
Assam Employment General Knowledge Quiz

General Science Probable MCQ Quiz

General Science MCQ Quiz - Objective Question & Answer for competitive exams

1 / 40

1. What is the Chemical symbol of Cadmium? - কেডমিয়ামৰ ৰাসায়নিক প্ৰতীক কি?

2 / 40

2. What is the chemical symbol of Cobalt? - কোবাল্টৰ ৰাসায়নিক প্ৰতীক কি?

3 / 40

3. The most electropositive element is - আটাইতকৈ বেছি ইলেক্ট্ৰপজিটিভ বা বিদ্যুৎ ধনাত্মক উপাদান হৈছে -

4 / 40

4. What is the chemical symbol of Radium? - ৰেডিয়ামৰ ৰাসায়নিক সংকেত কি?

5 / 40

5. What is the chemical symbol of Neon? - নিয়নৰ ৰাসায়নিক প্ৰতীক কি?

6 / 40

6. Which blood cells are called "Soldiers of the body"? - কোনবোৰ ৰক্ত কণিকাক "শৰীৰৰ সৈনিক" বুলি কোৱা হয়?

7 / 40

7. What percent of Carbon is present in the earth's crust? - পৃথিৱীৰ ভূত্বকত কিমান শতাংশ কাৰ্বন আছে?

8 / 40

8. Which among the following is responsible for depletion of Ozone? - অ'জন হ্ৰাস হোৱাৰ বাবে নিম্নলিখিত কোনটো দায়বদ্ধ?

9 / 40

9. What is the Chemical Symbol of Gold? - সোণৰ ৰাসায়নিক সংকেত কি?

10 / 40

10. Norovirus causes - নোৰোভাইৰাছৰ কাৰণ -

11 / 40

11. What is the Chemical symbol of Arsenic? - আৰ্চেনিকৰ ৰাসায়নিক সংকেত কি?

12 / 40

12. Which of the following metals is the first metal used by a man? - নিম্নলিখিত কোনটো ধাতু এজন মানুহে ব্যৱহাৰ কৰা প্ৰথম ধাতু?

13 / 40

13. What is the Chemical symbol of Antimony? - এণ্টিমনিৰ ৰাসায়নিক সংকেত কি?

14 / 40

14. What is the Chemical symbol of Bismuth? - বিচমুথৰ ৰাসায়নিক প্ৰতীক কি?

15 / 40

15. What is the Chemical symbol of Mercury? - পাৰাৰ ৰাসায়নিক প্ৰতীক কি? -

16 / 40

16. What is the chemical symbol of chromium? - ক্ৰমিয়ামৰ ৰাসায়নিক প্ৰতীক কি?

17 / 40

17. What is the chemical symbol of silver? - ৰূপৰ ৰাসায়নিক সংকেত কি?

18 / 40

18. Elephantiasis is caused by - এলিফেণ্টিয়াচিছ (হাত ভৰি বোৰ ফুলি যোৱা) কাৰ ফলত হয় -

19 / 40

19. What is the 4th State of matter? - পদাৰ্থৰ চতুৰ্থ অৱস্থা কি?

20 / 40

20. Which of the following group of elements has zero valency? - নিম্নলিখিত কোনটো বৰ্গৰ উপাদানবোৰৰ যোজ্যতা শূন্য বুলি কোৱা হয়?

21 / 40

21. What is the Chemical symbol of Tin? - টিনৰ ৰাসায়নিক প্ৰতীক কি?

22 / 40

22. Water Gas is a mixture of? - পানী গেছ হৈছে এক মিশ্ৰণ?

23 / 40

23. What is the symbol of Lead - সীহৰ প্ৰতীক কি -

24 / 40

24. What is the Chemical symbol of Tungsten? - টাংষ্টেনৰ ৰাসায়নিক প্ৰতীক কি?

25 / 40

25. Which of the following is an aluminium ore? - নিম্নলিখিত কোনটো এলুমিনিয়াম আকৰ?

26 / 40

26. What is the chemical symbol of Molybdenum? - মলিবডেনামৰ ৰাসায়নিক প্ৰতীক কি?

27 / 40

27. The most electropositive halogen is - আটাইতকৈ বেছি ইলেক্ট্ৰপজিটিভ বা বিদ্যুৎ ধনাত্মক হেলোজেন হৈছে -

28 / 40

28. The most electronegative element is - আটাইতকৈ বেছি ইলেক্ট্ৰনেগেটিভ বিদ্যুৎ ঋণাত্মক উপাদান হৈছে -

29 / 40

29. What is the Chemical Symbol of Gallium? - গেলিয়ামৰ ৰাসায়নিক সংকেত কি?

30 / 40

30. The most commonly used bleaching agent for disinfecting drinking water is - খোৱা পানী বীজাণুমুক্ত কৰাৰ বাবে আটাইতকৈ সচৰাচৰ ব্যৱহৃত ব্লিচিং এজেণ্ট হৈছে

31 / 40

31. What is the chemical symbol of Argon? - আৰ্গনৰ ৰাসায়নিক প্ৰতীক কি?

32 / 40

32. Which among the following acids is abundant in Grapes, Bananas and Tamarind? - নিম্নলিখিত কোনটো এচিড আঙুৰ, কল আৰু তামোলত প্ৰচুৰ পৰিমাণে আছে?

33 / 40

33. What is the common name of Methanoic acid? - মিথানয়িক এচিডৰ সাধাৰণ নাম কি?

34 / 40

34. What is the Chemical symbol of Einsteinium? - আইনষ্টেইনিয়ামৰ ৰাসায়নিক সংকেত কি?

35 / 40

35. What is the Chemical symbol of Uranium? - ইউৰেনিয়ামৰ ৰাসায়নিক প্ৰতীক কি?

36 / 40

36. What is the common name of Ethanoic Acid? - ইথানইক এচিডৰ সাধাৰণ নাম কি?

37 / 40

37. Which of the following element is considered to be a micronutrient in plants? - নিম্নলিখিত কোনটো উপাদান উদ্ভিদৰ ক্ষেত্ৰত মাইক্ৰ'নিউট্ৰিয়েণ্ট বুলি গণ্য কৰা হয়?

38 / 40

38. How many groups and period are there in the modern periodic table? - আধুনিক পৰ্যাবৃত্ত তালিকাত কিমানটা বৰ্গ আৰু পৰ্যায় আছে?

39 / 40

39. What is the chemical symbol of platinum? - প্লেটিনামৰ ৰাসায়নিক সংকেত কি?

40 / 40

40. A plague is caused by which bacteria? - কোনটো বেক্টেৰিয়াৰ ফলত প্লেগ মহামাৰী হৈছিল?

Your score is

The average score is 52%

0%

General Science MCQ Quiz Module-5:–

42
Created on By General Science MCQ Quiz - Objective Question & Answer for competitive examsJitu Das
Assam Employment General Knowledge Quiz

General Science MCQ Quiz

General Science MCQ Quiz - Objective Question & Answer for competitive exams

1 / 50

1. Carnetite is an ore of which of the following metal? - কাৰ্নেটাইট কোনটো ধাতুৰ এটা আকৰ?

2 / 50

2. Epsom Salt is an ore of which of the following metal? - এপচম নিমখ হৈছে নিম্নলিখিত কোনটো ধাতুৰ এটা আকৰ?

3 / 50

3. Cryolite is an ore of which of the following metal? - ক্ৰাইঅলাইট কোনটো ধাতুৰ এটা আকৰ?

4 / 50

4. Zincite is an ore of which of the following metal? - জিংকটাইট কোনটো ধাতুৰ এটা আকৰ?

5 / 50

5. Milarite is an ore of which of the following metal? - মিলাৰাইট কোনটো ধাতুৰ এটা আকৰ?

6 / 50

6. Trona is an Ore of which of the following metal? - ট্ৰনা কোনটো ধাতুৰ এটা আকৰ?

7 / 50

7. Smelite is an ore of which of the following metal? - স্মেলাইট কোনটো ধাতুৰ এটা আকৰ?

8 / 50

8. Mucormycosis disease is caused by which pathogen? - কোনটো বীজাণুৰ ফলত মিউকৰ্মাইকোচিছ ৰোগ হয়?

9 / 50

9. Nitre is an ore of which of the following metal? - নাট্ৰি কোনটো ধাতুৰ এটা আকৰ?

10 / 50

10. Diphtheria is caused by? - ডিপথেৰিয়া কিহৰ ফলত হয়?

11 / 50

11. Which of the following is not a viral disease? - নিম্নলিখিত কোনটো ভাইৰেল ৰোগ নহয়?

12 / 50

12. Elephantiasis is transmitted by? - এলিফেণ্টিয়াচিছ কাৰ দ্বাৰা সংক্ৰমিত হয়?

13 / 50

13. Carnalite is an ore of which of the following metal? - কাৰ্নালাইট হৈছে নিম্নলিখিত কোনটো ধাতুৰ এটা আকৰ?

14 / 50

14. Rabies disease is transmitted by? - জলাতঙ্ক ৰোগ ইয়াৰ দ্বাৰা সংক্ৰমিত হয়?

15 / 50

15. Magnetite is an ore of which of the following metal? - মেগনেটাইট কোনটো ধাতুৰ এটা আকৰ?

16 / 50

16. Plague is caused due to? - প্লেগ মহামাৰী কি কাৰণে হয় ?

17 / 50

17. Cinnabar is an ore of which of the following metal? - চিনাবৰ কোনটো ধাতুৰ এটা আকৰ?

18 / 50

18. Which of the following disease is caused due to worms? - নিম্নলিখিত কোনটো ৰোগ কৃমিৰ ফলত হয়?

19 / 50

19. What is the Chemical symbol of Einsteinium? - আইনষ্টেইনিয়ামৰ ৰাসায়নিক সংকেত কি?

20 / 50

20. Haematite is an ore of which metal? - হেমাটাইট কোনটো ধাতুৰ এটা আকৰ?

21 / 50

21. The protozoa named Trypanosoma brucei caused? - ট্ৰিপানোচোমা ব্ৰুচি নামৰ প্ৰটোজোয়াৰ ফলত কি বেমাৰ হয়?

22 / 50

22. Borox is an ore of Which of the following metal? - বৰোক্স হৈছে নিম্নলিখিত কোনটো ধাতুৰ এটা আকৰ?

23 / 50

23. Saprolegniasis is a disease in fish caused by? - মাছৰ দেহত হোৱা চেপ্ৰোলেগনিয়াচিছ ৰোগ কিহৰ দ্বাৰা হয়?

24 / 50

24. HIV Virus attacks which cells of our body? - এইচ.আই.ভি. ভাইৰাছে আমাৰ শৰীৰৰ কোনবোৰ কোষক আক্ৰমণ কৰে?

25 / 50

25. Siderite is an ore of which of the following metal? - চাইড্ৰাইট কোনটো ধাতুৰ এটা আকৰ?

26 / 50

26. Chile Saltpeter is an ore of which of the following metal? - চিলি চল্টপিটাৰ কোনটো ধাতুৰ এটা আকৰ?

27 / 50

27. Silestine is an ore of which of the following metal? - চিলেষ্টিন কোনটো ধাতুৰ এটা আকৰ?

28 / 50

28. Penicillin is a drug that can? - পেনিচিলিন ঔষধ বিধৰ কাম কি?

29 / 50

29. Cuprite is an ore of which of the following metal? - কুপ্ৰাইট কোনটো ধাতুৰ এটা আকৰ?

30 / 50

30. Gypsum is an ore of which of the following metal? - জিপচাম কোনটো ধাতুৰ এটা আকৰ?

31 / 50

31. The BCG vaccine is given for immunity against which disease? - কোনটো ৰোগৰ বিৰুদ্ধে ৰোগ প্ৰতিৰোধৰ বাবে বিচিজি ভেকছিন দিয়া হয়?

32 / 50

32. What is the chemical symbol of platinum? - প্লেটিনামৰ ৰাসায়নিক সংকেত কি?

33 / 50

33. Rhinovirus Causes? - ৰাইনোভাইৰাছৰ ফলত কি বেমাৰ হয়?

34 / 50

34. Stibenite is an ore of which of the following metal? - ষ্টিবেনাইট কোনটো ধাতুৰ এটা আকৰ?

35 / 50

35. Plasmodium is an example of? - প্লাজমোডিয়াম ইয়াৰ এটা উদাহৰণ?

36 / 50

36. Leishmaniasis is caused by? - লিচমেনিয়াচিছ কিহৰ ফলত হয়?

37 / 50

37. What is the Chemical Symbol of Gold? - সোণৰ ৰাসায়নিক সংকেত কি?

38 / 50

38. What is the chemical symbol of silver? - ৰূপৰ ৰাসায়নিক সংকেত কি?

39 / 50

39. Bauxite is an ore of which of the following metal? - বক্সিট হৈছে নিম্নলিখিত কোনটো ধাতুৰ এটা আকৰ?

40 / 50

40. Lemonite is an ore of which the following metal? - লেমনাইট কোনটো ধাতুৰ এটা আকৰ?

41 / 50

41. Calamine is an ore of which of the following metal? - কেলামাইন কোনটো ধাতুৰ এটা আকৰ?

42 / 50

42. What is the Chemical symbol of Bismuth? - বিচমুথৰ ৰাসায়নিক প্ৰতীক কি?

43 / 50

43. Galena is an ore of which of the following metal? - গেলেনা কোনটো ধাতুৰ এটা আকৰ?

44 / 50

44. Calaverite is an ore of which of the following metal? - কেলভেৰাইট কোনটো ধাতুৰ এটা আকৰ?

45 / 50

45. Syphilis is caused by which bacteria? - কোনটো বেক্টেৰিয়াৰ ফলত চিফিলিছ হয়?

46 / 50

46. The disease that affects our lungs is? - আমাৰ হাঁওফাঁওক প্ৰভাৱিত কৰা ৰোগটো হৈছে?

47 / 50

47. Tetanus is caused by which bacteria? - টিটেনাছ কোনটো বেক্টেৰিয়াৰ দ্বাৰা হয়?

48 / 50

48. Citrus Canker is a disease caused in plants by which microbes? - চাইট্ৰাছ কেঙ্কাৰ হৈছে উদ্ভিদত হোৱা এক ৰোগটো কোনটো জীৱাণুৰ দ্বাৰা হয়?

49 / 50

49. Which poultry disease is known as New Castle Disease? - কোনটো কুকুৰা ৰোগক নিউ কেচেল ৰোগ বুলি কোৱা হয়?

50 / 50

50. Dolomite is an ore of which of the following metal? - ডলোমাইট হৈছে নিম্নলিখিত কোনটো ধাতুৰ এটা আকৰ?

Your score is

The average score is 47%

0%

General Science MCQ Quiz Module-6:–

68
Created on By General Science MCQ Quiz - Objective Question & Answer for competitive examsJitu Das
Assam Employment General Knowledge Quiz

Geneal Science MCQ Quiz

General Science MCQ Quiz - Objective Question & Answer for competitive exams

1 / 33

1. Urine is produced in the - প্ৰস্ৱাৱ উৎপাদন হয় -

2 / 33

2. For the proper formation of teeth,___ is essential? দাঁতৰ সঠিক গঠনৰ বাবে, ___ অত্যাৱশ্যকীয়?

3 / 33

3. On 12 January 2021, Which one has been formally declared as a new district of Assam? - ২০২১ চনৰ ১২ জানুৱাৰীত, কোনখন ঠাইক আনুষ্ঠানিকভাৱে অসমৰ নতুন জিলা হিচাপে ঘোষণা কৰা হৈছে?

4 / 33

4. Which element other than mercury is liquid at room temperature? - পাৰাৰ বাহিৰে কোনবিধ মৌল সাধাৰণ উষ্ণতাত জুলীয়া?

5 / 33

5. Decibel is the unit to measure? - ডেচিবেল জোখাৰ একক কি?

6 / 33

6. Who was the first Cricketer to receive the Rajiv Gandhi Khel Ratna Award? - ৰাজীৱ গান্ধী খেল ৰত্ন বঁটা লাভ কৰা প্রথম ক্ৰিকেটাৰ কোন আছিল?

7 / 33

7. Which metal has the lightest density? - কোনটো ধাতুৰ ঘনত্ব কম?

8 / 33

8. Which acid is found in the human stomach? - মানুহৰ পেটত কোনটো এচিড পোৱা যায়?

9 / 33

9. Urine of diabetic patient contains - ডায়বেটিচ ৰোগী এজনৰ প্ৰস্ৱাৱত পোৱা যায় -

10 / 33

10. The good source of iodine are - আয়ডিনৰ ভাল উৎসবোৰ হৈছে -

11 / 33

11. A Plane Mirror produces - এখন সমতল দাপোনে উৎপন্ন কৰে -

12 / 33

12. The distance Travelled by a body per Unit of time is called - বস্তু এটাই একক সময়ত অতিক্রম কৰা দূৰত্বক কোৱা হয় -

13 / 33

13. What is the S.I unit of Force? - বলৰ এছ.আই. একক কি?

14 / 33

14. Deficiency of Vitamin A causes - ভিটামিন A ৰ অভাৱৰ ফলত কি হয় -

15 / 33

15. Name the only non-metal which show the property of lustre? - কোনটো অধাতু অকলে ধাতৱ দু্্যতি সম্পন্ন?

16 / 33

16. Which metal is liquid at room temperature? - সাধাৰণ উষ্ণতাত কোনবিধ ধাতু জুলীয়া?

17 / 33

17. A dog bite can cause - কুকুৰে কামুৰিলে কি হয় -

18 / 33

18. Which of the following metal can be cut with the help of a knife? নিম্নলিখিত কোনবিধ ধাতুক সহজে কটাৰীৰে কাটিব পাৰি?

19 / 33

19. Which of the following types of WBC helps in blood circulation? নিম্নলিখিত কোনবিধ শ্বেত ৰক্তকণিকাই তেজৰ সংবহনত সহায় কৰে?

20 / 33

20. Which of the following is an example of a metalloid? - তলৰ কোনটো ধাতুকল্পৰ এটা উদাহৰণ?

21 / 33

21. What is used in making pencils? - পেঞ্চিল তৈয়াৰ কৰাত কি ব্যৱহাৰ কৰা হয়?

22 / 33

22. Which is largest organ of our body? - আমাৰ শৰীৰৰ আটাইতকৈ ডাঙৰ অংশ কোনটো?

23 / 33

23. The property of metal by which it can draw into wires is called - ধাতুক দীঘল তাঁৰলৈ ৰূপান্তৰিত কৰিব পৰা ধৰ্মটোক কোৱা হয় -

24 / 33

24. The filament of an electric bulb is made up of - বৈদ্যুতিক বাল্বৰ ফিলামেন্টজাল কিহেৰে গঠিত?

25 / 33

25. 'Economics is the science of wealth' This is a statement of ____ 'অৰ্থনীতি হৈছে সম্পদৰ বিজ্ঞান বা অধ্যয়ন' - এই সংজ্ঞাটো কোনে আগবঢ়াইছিল?

26 / 33

26. The most abundant metal in the earth's crust is - পৃথিৱীৰ উপৰিভাগত সৰ্বাধিক মাত্রাত পোৱা ধাতুবিধ হ'ল -

27 / 33

27. Which of the following cell organelle is found in plant cells only? নিম্নলিখিত কোনটো কোষ অংগাণু কেৱল উদ্ভিদ কোষত পোৱা যায়?

28 / 33

28. Which of the following is a nitrogen-fixing bacteria? - নিম্নলিখিত কোনটো এটা নাইট্ৰ'জেন যৌগীকৰণ বেক্টেৰীয়া?

29 / 33

29. Polio is caused by - পলিঅ' কিহৰ ফলত হয় -

30 / 33

30. Paleontology means - পেলেণ্টোল'জীৰ অৰ্থ হৈছে -

31 / 33

31. The liquid part of blood is called? - তেজৰ জুলীয়া অংশটোক কোৱা হয় -

32 / 33

32. In which part of the human body, the pituitary gland is located? - মানৱ দেহৰ কোনটো অংশত পিটুইটেৰী গ্রন্থি অৱস্থিত?

33 / 33

33. The S.I Unit of Speed is - দ্রুতিৰ S.I একক -

Your score is

The average score is 54%

0%

General Science MCQ Quiz Module-7:–

60
Created on By General Science MCQ Quiz - Objective Question & Answer for competitive examsJitu Das
Assam Employment General Knowledge Quiz

General Science MCQ Quiz

General Science MCQ Quiz - Objective Question & Answer for competitive exams

1 / 33

1. Which of the following is a scaler Quantity? - নিম্নলিখিত কোনটো স্কেলাৰ ৰাশি?

2 / 33

2. The urine of a diabetic patient contains - ডায়বেটিচ ৰোগী এজনৰ প্রস্বাৱত পোৱা যায় -

3 / 33

3. The hottest planet in our Solar system - আমাৰ সৌৰজগতৰ আটাইতকৈ গৰম গ্ৰহ -

4 / 33

4. Anemia is caused by - এনিমিয়া হয় -

5 / 33

5. Polio is caused by - পলিঅ' হয় -

6 / 33

6. Paleontology means - পেলেন্টোল'জী মানে -

7 / 33

7. What is the S.I Unit of force? - বলৰ S.I একক কি?

8 / 33

8. The rate of change of Velocity is called - বেগৰ পৰিৱৰ্তনৰ হাৰক কোৱা হয় -

9 / 33

9. Who among the following first discovered that the earth revolves around the sun? - পৃথিৱীখন সূৰ্যৰ চাৰিওফালে পৰিভ্রমন কৰা কথাটো পোনপ্রথমে আৱিষ্কাৰ কৰা বৈজ্ঞানিক জনৰ নাম কি হয়?

10 / 33

10. Which planet of our solar system is nearest to the Sun? আমাৰ সৌৰজগতৰ সূৰ্যৰ আটাইতকৈ ওচৰত থকা গ্ৰহ  কোনটো?

11 / 33

11. S.I Unit of Acceleration (Acceleration = Rate of Change of Velocity) - ত্বৰণৰ S.I একক (ত্বৰণ = বেগ পৰিৱৰ্তনৰ হাৰ)

12 / 33

12. Which planet is the largest planet in our solar system? - আমাৰ সৌৰজগতৰ বৃহত্তম গ্ৰহ কোনটো?

13 / 33

13. S.I Unit of Force - বলৰ S.I একক -

14 / 33

14. Which is the largest Moon in the Solar system? - সৌৰজগতৰ আটাইতকৈ ডাঙৰ চন্দ্ৰ কোনটো?

15 / 33

15. Acid can turn - এছিডে কি পৰিৱৰ্তন কৰে -

16 / 33

16. Which of the following celestial bodies is also known as the 'Morning star'? - 'Morning star' বুলি কোনটো নক্ষত্রক কোৱা হয়?

17 / 33

17. What is the chemical symbol of 'Gold'? - সোনৰ ৰাসায়নিক সংকেত কি?

18 / 33

18. Which is Known as 'Green Planet' in our Solar system? - আমাৰ সৌৰজগতত 'সেউজীয়া গ্ৰহ' বুলি কাক কোৱা হয়?

19 / 33

19. Which planet is known as the 'Red planet'? কোনটো গ্ৰহক 'ৰঙা গ্ৰহ' বুলি কোৱা হয়?

20 / 33

20. Ballons are fired with? - বেলুন কিহেৰে ফুলি থাকে?

21 / 33

21. Which of the gases given below is responsible for the greenhouse effect - সেউজগৃহ প্রভাৱৰ বাবে কোনটো গেছ দায়ী -

22 / 33

22. Urine is produced in the - প্রস্বাৱ উৎপাদন হয় -

23 / 33

23. Deficiency of Vitamin A causes - ভিটামিন A ৰ অভাৱত হয় -

24 / 33

24. Which of the following is a Vector Quantity? তলৰ কোনটো ভেক্টৰ ৰাশি?

25 / 33

25. Which of the following Celestial bodies is known as 'Evening Star'?  - 'Evening Star' বুলি কোনটো নক্ষত্রক কোৱা হয়?

26 / 33

26. Which is the largest organ of our body? - আমাৰ শৰীৰৰ আটাইতকৈ ডাঙৰ অংগ কোনটো?

27 / 33

27. Which human blood group is rarest - মানুহৰ কোনটো তেজৰ গ্রুপ কমকৈ পোৱা যায়?

28 / 33

28. What is the smallest planet in our Solar system? - আমাৰ সৌৰজগতৰ আটাইতকৈ সৰু গ্রহ কোনটো?

29 / 33

29. Which planet is called "Ice giant"? কোনটো গ্ৰহক "বৰফৰ দৈত্য" বুলি কোৱা হয়?

30 / 33

30. Which is the brightest object after the Sun and the Moon? - সূৰ্য আৰু চন্দ্ৰৰ পিছত আটাইতকৈ উজ্জ্বল বস্তু কোনটো?

31 / 33

31. The Frist Equation of Motion gives a relationship between? - গতিৰ প্রথম সূত্রটোৱে কাৰ সম্বন্ধৰ কথা কয় -

32 / 33

32. Which planet is known as the "The ringed Planet"? - কোনটো গ্রহক 'আঙুঠি গ্রহ' বুলি কোৱা হয়?

33 / 33

33. The shape of Earth is - পৃথিৱীৰ আকাৰ -

Your score is

The average score is 62%

0%

General Science MCQ Quiz Module-8:–

428
Created on By General Science MCQ Quiz - Objective Question & Answer for competitive examsJitu Das
Assam Employment General Knowledge Quiz

DHS/DHSFW/AYUSH/DME Assam MCQ 2022 - Written Test

General Science MCQ Quiz - Objective Question & Answer for competitive exams

1 / 40

1. তলৰ কোনটো বেগৰ ক্ষেত্ৰত সত্য নহয়?

2 / 40

2. গাখীৰ দৈ হােৱাৰ প্রধান কাৰক

3 / 40

3. তলৰ কোনটো বেমাৰ ভাইৰাছ ৰ বাবে নহয়?

4 / 40

4. পৃথিৱীৰ মুঠ পানীৰ কিমান শতাংশ লুণীয়া---

5 / 40

5. 'নাইট্র'জেন স্থিৰীকৰণ’ কৰা জীৱাণু এবিধ থাকে—

6 / 40

6. পৰমাণু নিউক্লিয়াছ গঠিত হয়-

7 / 40

7. National Aeromantic and space Ad-ministration (NASA) কেতিয়া প্রতিষ্ঠিত হয়?

8 / 40

8. ৰ'দ মুকুতাৰ পাতৰ সংখ্যা হল—

9 / 40

9. ব্যাপনৰ ক্ষেত্ৰত তলৰ কোনটো সত্য ?

10 / 40

10. ভাৰতীয় মহাকাশ সংস্থা (ISRO) কিমান চনত স্থাপিত হয়?

11 / 40

11. কোনবিধ গ্লাচ তাপ প্রতিৰোধী?

12 / 40

12. কার্য আৰু শক্তিৰ ক্ষেত্ৰত তলৰ কোনটো শুদ্ধ নহয়?

13 / 40

13. তেজ গােট নমৰা সমস্যাৰ প্রধান কাৰক_______ ৰ অভাৱ।

14 / 40

14. ভিনেগাৰৰ ৰাসায়নিক নাম কি?

15 / 40

15. এছ. আই. এককত কার্যৰ একক হ'ল—

16 / 40

16. প্রথম টেষ্ট টিউব বেবী জনৰ নাম কি?

17 / 40

17. তলৰ কোনটো শুক্রাণুৰ ধর্ম ?

18 / 40

18. ভাৰতৰ প্রথম কৃত্রিম উপগ্রহটো

19 / 40

19. খালী চকুৰে কোনটো গ্রহ দেখা যায়?

20 / 40

20. ক'লচী উদ্ভিদত থকা এবিধ পাচক ৰস হল-

21 / 40

21. গােলকীয় উত্তাপ বৃদ্ধিৰ ফলত তলৰ কোনটো সংঘটিত হয় ?

22 / 40

22. কাঠ পেঞ্চিলত কোনবিধ দ্রব্য ব্যৱহাৰ কৰা হয়?

23 / 40

23. তলৰ কোনবিধ একচক্রী ফুল ?

24 / 40

24. ভাৰতীয় ক্ষেপণাস্ত্র 'অগ্নিৰ পৰিসীমা কিমান ?

25 / 40

25. আসৃতিৰ ক্ষেত্ৰত তলৰ কোনটো সত্য ?

26 / 40

26. আর্গনৰ ইলেক্ট্রনীয় বিন্যাস হ'ল

27 / 40

27. ভিটামিন Dৰ অভাৱত কি ৰোগ হয়?

28 / 40

28. এক্সৰে আৱিষ্কাৰক

29 / 40

29. সর্বপ্রথম উদ্ভিদ হৰম'নৰ অস্তিত্ব প্রমাণ কৰে

30 / 40

30. HINI ভাইৰাছ কোনটো বেমাৰৰ কাৰক?

31 / 40

31. পৃথিৱীয়ে সূৰ্যৰ বিকিৰণৰ কিমান শতাংশ শােষণ কৰে ?

32 / 40

32. তলৰ কোনটো একযােজী মৌল ?

33 / 40

33. এক ছেকেণ্ডত 1 জুল কার্য সম্পাদিত হ’লে ক্ষমতাৰ পৰিমাণ হ'ব -

34 / 40

34. সূর্য্যৰ ৰশ্মিৰ পৰা দেহে কি ভিটামিন আহৰণ কৰে?

35 / 40

35. ডেনড্রাইটৰ ব্যাস কিমান ?

36 / 40

36. প্রাপ্তবয়স্ক মানুহৰ দেহত কিমান শতাংশ পানী থাকে?

37 / 40

37. পনীয়া ধাতু কোনটো?

38 / 40

38. নিউক্লিক এচিডৰ তলৰ কোনটো উপাদান নহয়

39 / 40

39. চুপাৰচনিক উৰাজাহাজ'ৰ গতি

40 / 40

40. মাটিৰ গুণাগুণ নষ্ট হােৱাৰ কাৰণ কোনটো নহয় ?

Your score is

The average score is 47%

0%

2 thoughts on “General Science MCQ Quiz – Objective Question & Answer for competitive exams”

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.