ASSAM EMPLOYMENT

Important Days And Dates of Assam 2022 – Important GK for Assam TET, APSC, PNRD, DHS, APDCL, Assam Police

Important Days and Dates of Assam 2022 : 

Assam Important Days and Dates are listed below. List of important days: Important days in January, important days in February, important days in March, important days in April, important days in May, important days in June, important days in July, important days in August, important days in September, important days in October, important days in November, and important days in December.

Important Days and Dates of Assam

This list is very important for the state competitive exams in Assam. You can also use this list to boost your Assam GK and prepare for your upcoming competitive exams in Assam. Following are some national and international important days and dates, along with some important Assamese dates. Take a look at the complete list of Assam’s important days and dates

Important Days in January (জানুৱাৰী)

৯ জানুৱাৰীভাৰতীয় প্ৰৱাসী দিৱস
১২ জানুৱাৰীৰাষ্ট্ৰীয় যুৱ দিৱস (National Youth Day)
১৫ জানুৱাৰীভাৰতীয় সেনা দিৱস (Indian Army Day)
২৪ জানুৱাৰীৰাষ্ট্ৰীয় কন্যা শিশু দিৱস (National Girl Child Day)
২৬ জানুৱাৰীগণতন্ত্ৰ দিৱস (Republic Day)
৩০ জানুৱাৰীশ্বহীদ দিৱস 

Important Days in February (ফেব্ৰুৱাৰী)

১ ফেব্ৰুৱাৰীবিশ্ব কৰ্কট ৰোগ (World Cancer Day)
২১ ফেব্ৰুৱাৰী আন্তৰ্জাতিক মাতৃভাষা দিৱস
২৪ ফেব্ৰুৱাৰীকেন্দ্ৰীয় আবকাৰী দিৱস
২৮ ফেব্ৰুৱাৰীৰাষ্ট্ৰীয় বিজ্ঞান দিৱস (National Science Day)

You can read more (আপুনি আৰু পঢ়িব পাৰে)

> Indian History MCQ
> General Knowledge MCQ
> General Science MCQ
> Mathematics MCQ

Important Days in March (মাৰ্চ)

৪ মাৰ্চৰাষ্ট্ৰীয় সুৰক্ষা দিৱস ( National Security Day)
৮ মাৰ্চআন্তৰ্জাতিক মহিলা দিৱস (International Women Day)
১৫ মাৰ্চবিশ্ব উপভোক্তা অধিকাৰ দিৱস (World Consumer Rights Day)
২১ মাৰ্চবিশ্ব বন দিৱস
২২ মাৰ্চ বিশ্ব জল সংৰক্ষণ দিৱস
২৩ মাৰ্চভগত সিং, ৰাজগুৰু আৰু সুখদেৱৰ শ্বহীদ দিৱস, বিশ্ব বতৰ বিজ্ঞান দিৱস
২৪ মাৰ্চবিশ্ব টি. বি. দিৱস (বিশ্ব যক্ষ্মা দিৱস)
২৪ মাৰ্চগ্ৰামীণ ডাক জীৱন বীমা দিৱস
২৭ মাৰ্চ বিশ্ব থিয়েটাৰ দিৱস

Important Days in April (এপ্ৰিল)

৭ এপ্ৰিল বিশ্ব স্বাস্থ্য দিৱস
১৪ এপ্ৰিলআম্বেদকাৰ জয়ন্তী
১৮ এপ্ৰিলবিশ্ব ঐতিহ্য দিৱস
২২ এপ্ৰিল বিশ্ব পৃথিৱী দিৱস (World Earth Day)
২৩ এপ্ৰিলবিশ্ব গ্ৰন্থ আৰু কপিৰাইট দিৱস

Important Days in May (মে)

১ মে বিশ্ব শ্ৰমিক দিৱস (World Labour Day)
৩ মেবিশ্ব প্ৰেছ স্বাধীনতা দিৱস
৮ মেবিশ্ব পৰিভ্ৰমী চৰাই দিৱস
৮ মেবিশ্ব ৰেড ক্ৰছ দিৱস
১১ মে ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱস
১২ মেবিশ্ব নাৰ্ছ দিৱস
১৫ মেবিশ্ব পৰিয়াল দিৱস
১৭ মেবিশ্ব টেলিকম দিৱস
১৮ মেবিশ্ব সংগ্ৰহালয় দিৱস
৩১ মেবিশ্ব ধপাত বিৰোধী দিৱস

 Important Days in June (জুন)

৫ জুনবিশ্ব পৰিৱেশ দিৱস
১৪ জুনবিশ্ব ৰক্তদান দিৱস
২১ জুন আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস (International Yoga Day)
২৩ জুনআন্তৰ্জাতিক অলিম্পিক দিৱস (International Olympic Day)
২৯ জুনৰাষ্ট্ৰীয় পৰিসংখ্যা দিৱস

Important Days in July (জুলাই)

১ জুলাইভাৰতীয় ষ্টেট বেংকৰ প্ৰতিষ্ঠা দিৱস, চিকিৎসক দিৱস ।
১১ জুলাইবিশ্ব জনসংখ্যা দিৱস
২৪ জুলাইআয়কৰ দিৱস
২৬ জুলাইকাৰ্গিল স্মৃতি দিৱস

Important Days in August (আগষ্ট)

১ আগষ্টবিশ্ব স্তন্যপান দিৱস
৯ আগষ্ট বিশ্ব জনজাতীয় দিৱস
১২ আগষ্ট বিশ্ব যুৱ দিৱস
১৫ আগষ্টস্বাধীনতা দিৱস (Independence Day)
২৯ আগষ্টৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস (মেজৰ ধ্যান চান্দৰ স্মৃতিত)

Important Days in September (ছেপ্টেম্বৰ)

৫ ছেপ্টেম্বৰ শিক্ষক দিৱস (ৰাধাকৃষ্ণণৰ জন্মদিনত)
৮ ছেপ্টেম্বৰবিশ্ব সাক্ষৰতা দিৱস (World Literacy Day)
১৪ ছেপ্টেম্বৰহিন্দী দিৱস
১৪ ছেপ্টেম্বৰবিশ্ব বন্ধুত্ব আৰু ক্ষমা প্ৰাৰ্থনা দিৱস
১৬ ছেপ্টেম্বৰঅ’জন স্তৰ সুৰক্ষা দিৱস
২০ ছেপ্টেম্বৰআৰপিএফ (RPF) ৰ প্ৰতিষ্ঠা দিৱস
২১ ছেপ্টেম্বৰ বিশ্ব শান্তি দিৱস
২৭ ছেপ্টেম্বৰবিশ্ব পৰ্যটন দিৱস

Important Days in October (অক্টোবৰ)

২ অক্টোবৰগান্ধী জয়ন্তী, লাল বাহাদুৰ শাস্ত্ৰী জয়ন্তী, আন্তৰ্জাতিক অহিংসা দিৱস, বিশ্ব প্ৰকৃতি দিৱস
৪ অক্টোবৰবিশ্ব পশু কল্যাণ দিৱস
৬ অক্টোবৰ বিশ্ব বন্যপ্ৰাণী দিৱস
৮ অক্টোবৰ বায়ু সেনা দিৱস
৯ অক্টোবৰবিশ্ব ডাক দিৱস
১৬ অক্টোবৰবিশ্ব এলাৰ্জি সজাগতা দিৱস,  বিশ্ব খাদ্য দিৱস
২৪ অক্টোবৰৰাষ্ট্ৰসংঘ দিৱস
৩০ অক্টোবৰবিশ্ব অৰ্থনীতি দিৱস

Important Days in November (নৱেম্বৰ)

৯ নৱেম্বৰবিশ্ব সেনা দিৱস, ৰাষ্ট্ৰীয় আইনী সাক্ষৰতা দিৱস
১৪ নৱেম্বৰ শিশু দিৱস, বিশ্ব ডায়েবেটিচ দিৱস |
১৭ নৱেম্বৰবিশ্ব শিক্ষাৰ্থী দিৱস, ৰাষ্ট্ৰীয় সাংবাদিকতা দিৱস | 
১৮ নৱেম্বৰবিশ্ব প্ৰাপ্তবয়স্ক দিৱস
১৯ নৱেম্বৰ বিশ্ব নাগৰিক দিৱস, বিশ্ব শৌচালয় দিৱস
২১ নৱেম্বৰ বিশ্ব দূৰদৰ্শন দিৱস
২৬ নৱেম্বৰবিশ্ব পৰিৱেশ সুৰক্ষা দিৱস, ৰাষ্ট্ৰীয় আইন দিৱস ।

Important Days in December (ডিচেম্বৰ)

১ ডিচেম্বৰবিশ্ব এইডছ দিৱস
২ ডিচেম্বৰৰাষ্ট্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ দিৱস, দাসত্ব বিলুপ্তিৰ বাবে আন্তৰ্জাতিক দিৱস
৩ ডিচেম্বৰআন্তৰ্জাতিক বিকলাঙ্গতা গণ দিৱস
৪ ডিচেম্বৰনৌ সেনা দিৱস, ৰাষ্ট্ৰীয় শক্তি সংৰক্ষণ দিৱস
৫ ডিচেম্বৰআন্তৰ্জাতিক স্বেচ্ছাসেৱক দিৱস, বিশ্ব মাটি দিৱস
৬ ডিচেম্বৰঅসামৰিক প্ৰতিৰক্ষা
৭ ডিচেম্বৰসশস্ত্ৰ বাহিনীৰ পতাকা দিৱস
১০ ডিচেম্বৰমানৱ অধিকাৰ দিৱস
১১ ডিচেম্বৰআন্তৰ্জাতিক পৰ্বত দিৱস
১৬ ডিচেম্বৰবিজয় দিৱস
১৮ ডিচেম্বৰভাৰতত সংখ্যালঘু অধিকাৰ দিৱস
১৮ ডিচেম্বৰআন্তৰ্জাতিক প্ৰব্ৰজনদিৱস
১৯ ডিচেম্বৰগোৱাৰ মুক্তি দিৱস
২০ ডিচেম্বৰআন্তৰ্জাতিক মানৱ সংহতি দিৱস
২২ ডিচেম্বৰৰাষ্ট্ৰীয় গণিত দিৱস
২৩ ডিচেম্বৰকিষাণ দিৱস
২৪ ডিচেম্বৰৰাষ্ট্ৰীয় উপভোক্তা অধিকাৰ দিৱস
২৫ ডিচেম্বৰবৰদিন, সুশাসন দিৱস (ভাৰত)

“অজানিতে কোনো ভূল ভ্ৰান্তি হলে আঙুলিয়াই দিয়ে যেন”

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.