ASSAM EMPLOYMENT

Assam Employment Quiz Competition Result Declard – Attractive Prize & Certificate

Assam Employment ৰ তৰফৰ পৰা যি Quiz Competition আয়োজন কৰা হৈছিল তাৰ ফলাফল সমূহ আজি ঘোষণা কৰা হৈছে । অধিক জানিবলৈ Article টো শেষলৈকে এবাৰ পঢ়ক ।

Assam Employment Quiz Competition 15 August 2022

Assam Employment Quiz Competition Details:–

Name of Contest: Assam Employment Quiz Competition

Question Type: Multiple Choice Question (MCQ) 

Date of Contest: 15 August 2022 (Monday)

Timing of Contest: 10.30 AM  to 11.30 AM (1 hour)

Exam Entry Timing: 10:30 AM to 10:35 AM 10:45 AM to 11:00 AM

Exam Mode: Online (Free Online Quiz Competition)

Venue of Contest: Assam Employment Official Website (Assamemployment.com)

Medium of Contest: Assamese

Negative Marking: No Negative Marking

Assam Employment Quiz Competition Result Declard:–

Assam Emploment Quiz Competition Result
Assam Employment Quiz Competition Result Declard - Attractive Prize & Certificate

Quiz Competition ID: 2346
Name: Podum Loing
Address: Jengraimukh, Majuli, Assam
Pin: 785105
Score: 84%
Time Duretion: 36 minutes 23 seconds

Assam Employment Quiz Competition Prize & Certificate:–

বিজয়ী প্ৰাৰ্থী জনক আকৰ্ষণীয় পুৰস্কাৰ আৰু প্ৰমাণপত্ৰ প্ৰদান কৰা হৈছে।

Assam Employment Quiz Competition Certificate

Assam Employment Quiz Competition Q&A:–

Question 1: চুপাৰচনিক উৰাজাহাজ’ৰ গতি –
Correct answer: শব্দৰ গতিতকৈ বেছি

Question 2: Which state has the largest forest cover in India? ভাৰতত কোনখন ৰাজ্যৰ সৰ্ববৃহৎ বনাঞ্চল আছে?
Correct answer: Madhya Pradesh – মধ্য প্ৰদেশ

Question 3: পৰমাণু নিউক্লিয়াছ গঠিত হয়-
Correct answer: প্রটন আৰু নিউট্রনেৰে

Question 4: এছ. আই. এককত কার্যৰ একক হ’ল—
Correct answer: জুল

Question 5: তলৰ কোনটো বেগৰ ক্ষেত্ৰত সত্য নহয়?
Correct answer: বেগ পৰিৱৰ্তনশীল

Question 6: পৃথিৱীৰ বৃহত্তম দেশ কোনখন ?
Correct answer: ৰাছিয়া

Question 7: আটাইতকৈ সৰু পূণসংখ্যাটো হ’ল-
Correct answer: 0

Question 8: গাঁও পঞ্চায়তৰ সদস্য সংখ্যা হ’ল-
Correct answer: 10

Question 9: বৰ্তমান অসমৰ বিত্তমন্ত্ৰী কোন?
Correct answer: অজন্তা নেওগ

Question 10: Which is the only institution in India to issue ‘Electoral bonds’? Q. ‘নিৰ্বাচনী বণ্ড’ জাৰী কৰা ভাৰতৰ একমাত্ৰ প্ৰতিষ্ঠান কোনটো?
Correct answer: SBI

Question 11: আহোম যুগৰ আমোদজনক আৰু জনপ্ৰিয় খেলবিধৰ নাম কি ?
Correct answer: ম’হ যুঁজ

Question 12: হীমা দাসৰ উপনাম কি-
Correct answer: ধিং এক্সপ্ৰেছ

Question 13: ভাৰতবৰ্ষৰ পশ্চিমে কোনখন দেশ আছে?
Correct answer: পাকিস্তান

Question 14: অসম আৰক্ষীৰ বৰ্তমান সঞ্চালকপ্ৰধান(DGP) জনৰ নাম কি?
Correct answer: ভাস্কৰজ্যোতি মহন্ত

Question 15: দিল্লী কোনখন নদীৰ পাৰত অৱস্থিত?
Correct answer: যমুনা

Question 16: আন্দামান আৰু নিকোবৰৰ মাজত থকা আন্তৰ্জাতিক সীমান্ত ৰেখাডালৰ নাম কি?
Correct answer: 10 ডিগ্ৰী চেনেল

Question 17: বিধান সভাৰ অধ্যক্ষক কোনে নিৰ্বাচন কৰে ?
Correct answer: বিধান সভাৰ সদস্যসকলে

Question 18: শ্ৰীমন্ত শংকৰদেৱে প্ৰচাৰ কৰা ধৰ্মটোৰ নাম কি ?
Correct answer: একশৰণ নামধৰ্ম

Question 19 : সূৰ্যৰ ৰশ্মি পৃথিৱী পাবলৈ কিমান সময় লাগে ?
Correct answer: গড়ে ৮ মিনিট ২০ ছেকেণ্ড

Question 20 : NREGA ৰ সম্পূৰ্ণ নাম-
Correct answer: National Rural Employment Guarantee Act

Question 21 : ভাৰতৰ বৰ্তমানৰ ৰাষ্ট্ৰপতি দ্ৰৌপাদি মুৰ্মু (Droupadi Murmu) কিমান তম ৰাষ্ট্ৰপতি?
Correct answer: ১৫ তম

Question 22 : CNG ৰ সম্পূৰ্ণ নাম কি?
Correct answer: Compressed Natural Gas

Question 23 : আমাৰ ৰাষ্ট্ৰীয় প্ৰতীক অশোক স্তম্ভত মুঠতে কেইটা সিংহ আছে?
Correct answer: 4

Question 24 : বায়ুত আটাইতকৈ বেছি কোনবিধ গেছ পোৱা যায় ?
Correct answer: নাইট্ৰ’জেন

Question 25 : অসমত নদী গৱেষণা কেন্দ্ৰ ক’ত আছে?
Correct answer: গুৱাহাটী

Question 26 : ভাৰত – বাংলাদেশৰ মাজত কোনখন ৰে’ল ২০২২ চনৰ ১ জুনৰ পৰা আৰম্ভ হৈছে?
Correct answer: মিতালী এক্সপ্ৰেছ – Mitali Express

Question 27 : মোগল সাম্ৰাজ্যৰ প্ৰতিষ্ঠা কোনে কৰিছিল?
Correct answer: বাবৰ

Question 28 : ভাৰতৰ আটাইতকৈ ডাঙৰ মৰুভূমি কোনখন ৰাজ্যত অৱস্থিত?
Correct answer: ৰাজস্থান

Question 29 : অসমৰ বাবে উপাৰ্জনৰ সৰ্বাধিক সম্ভাৱ্য উৎস কি?
Correct answer: কৃষি আৰু পশুধন

Question 30 : ভাৰতৰ প্রথম ৰাষ্টপতি কোন আছিল?
Correct answer: ডঃ ৰাজেন্দ্র প্রসাদ

Question 31 : ভাৰতীয় অৰ্থনীতিৰ বিষয়ে কৃষি কি?
Correct answer: মেৰুদণ্ড

Question 32 : যদি 5 – 5 = 24 আৰু 7 – 7 = 48 হয় তেন্তে 10 – 10 মানে কিমান?
Correct answer: 99

Question 33 : তলৰ শব্দবোৰৰ পৰা সকলোতকৈ কম সাদৃশ্য থকা শব্দটো বিচাৰি উলিওৱা – (Select the world which is least like the other words in the group.)
Correct answer: গণিত – Mathematics

Question 34 : ব্রহ্মপুত্রৰ ওপৰত নৰনাৰায়ণ সেতুয়ে কোন দুখন জিলাক সংযোগ কৰে?
Correct answer: বঙাইগাঁও আৰু গোৱালপাৰা

Question 35 : অসম কোন জলবায়ু অঞ্চলত পৰে?
Correct answer: মৌচুমী জলবায়ু

Question 36 : ‘মাউণ্ট এভাৰেষ্ট’ ক’ত অৱস্থিত?
Correct answer: নেপাল

Question 37 : এটা বস্তুৰ কিনা দাম 700 টকা আৰু বেচা দাম 630 টকা  । ইয়াত লাভ বা লোকচানৰ শতাংশ হৈছে –
Correct answer: 10% লোকচান

Question 38 : এখন মটৰ গাড়ীয়ে 420 কি:মি: দূৰত্ব 3 ঘন্টাত অতিক্রম কৰে । মটৰ গাড়ীখনৰ দ্রুতি হ’ব ?
Correct answer: 140 কি:মি:/ঘণ্টা

Question 39 : 8 জন মানুহে এটা কাম 40 দিনত সম্পূৰ্ণ কৰিব পাৰে । গতিকে 10 দিনত কামটো সম্পূৰ্ণ কৰিবলৈ কিমানজন মানুহৰ প্রয়োজন হ’ব?
Correct answer: 32 জন

Question 40 : 5 km দীঘল  ৰাস্তা এটা 40 জন বনুৱাই 35 দিনত সাজিব পাৰে । তেন্তে সেই ৰাস্তাটোত 20 দিনত সম্পূৰ্ণ কৰিবলৈ আৰু কিমানজন বনুৱা নিয়োগ কৰিব লাগিব?
Correct answer: 30 জন

Question 41 : Energy providing to organism by – জীৱক শক্তি প্ৰদান কৰে –
Correct answer: Both Carbohydrate and Lipid – কাৰ্ব’হাইড্ৰেট আৰু লিপিড

Question 42 : Air Pollution Cacuses – বায়ু প্ৰদূষণৰ কাৰণে হয়
Correct answer: Respiratiory Problem – শ্বাস প্রশ্বাসজনিত সমস্যা

Question 43 : Pollution of Water is responsible for – পানী প্ৰদূষণৰ বাবে দায়ী
Correct answer: All of this – এই আটাইবোৰ

Question 44 : Use articles (a, an or the) where necessary to fill up gaps:
Mr. Sharma holds _______ honorary post in this committee.
Correct answer: An

Question 45 : Use articles (a, an or the) where necessary to fill up the gaps:
______ English is not a difficult language.
Correct answer: No Article

Question 46 : Use articles (a, an or the) Where necessary to fill up the gaps:
She is a student of ______ Guwahati University.
Correct answer: No article

Question 47 : Use articles (a, an or The) where necessary to fill up the gaps:
______ Assam Tribune is _____ leading newspaper.
Correct answer: The, a

Question 48 : Use articles (a, an or the) where necessary to fill up the gaps:
______ Pacific ocean is ______ largest ocean in the world.
Correct answer: The, The

Question 49 : Use articles (a, an or the) where necessary to fill up the gaps:
My Friend will come by _______ 7:30 train.
Correct answer: The

Question 50 : Who is known as the Napoleon of India? (ভাৰতৰ নেপোলিয়ন বুলি কাক জনা যায়? )
Correct answer: সমুদ্ৰগুপ্ত – Samudragupta

Question 51 : চাণক্য কাৰ মন্ত্রী আছিল? (Chanakya was minister of)
Correct answer: চন্দ্ৰ গুপ্ত মৌৰ্য – Chandra Gupta Maurya

Question 52 : কোনটো ৰাজ্যই প্রথমে যুদ্ধত হাতী ৱ্যবহাৰ কৰিছিল?
Correct answer: মগধ

Question 53 : বৈদিক ধৰ্ম ________ ধৰ্ম হিচাপেও জনা যায় ।
Correct answer: ব্ৰাহ্মণ

Question 54 : গায়িত্রী মন্ত্র কোনখন বেদত উল্লেখ আছে?
Correct answer: ৰিগ বেদ

Question 55 : নিম্নলিখিত কোনখন বেদ সংগীতৰ লগত জড়িত?
Correct answer: সাম বেদ

Question 56 : সিন্ধু উপত্যকা সভ্যতাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বৈশিষ্ট্যটো কি আছিল?
Correct answer: ইটাৰে নিৰ্মিত অট্টালিকা

Question 57 : সিন্ধু উপত্যকাৰ প্রধান জীৱিকা কি আছিল?
Correct answer: কৃষি

Question 58 : সিন্ধু উপত্যকাৰ সভ্যতা হৈছে
Correct answer: ব্রঞ্জ যুগৰ সভ্যতা

Question 59 : সিন্ধু সভ্যতাৰ লোকসকলে _________ ক উপাসনা কৰিছিল।
Correct answer: পশুপতিনাথ

Question 60 : নেমুটেঙাত থকা এছিডটোৰ নাম হৈছে –
Correct answer: Citric Acid – ছাইট্ৰিক এছিড

Question 61 : এচিডৰ সোৱাদ হৈছে –
Correct answer: sour – টেঙা

Question 62 : ভাৰতবৰ্ষত কিমানখন ৰাজ্য আৰু কেন্দ্রীয় শাসিত অঞ্চল আছে?
Correct answer: ২৮ খন ৰাজ্য আৰু ৮ খন কেন্দ্রীয় শাসিত অঞ্চল

Question 63 : Who had established the ‘Barpeta Satra” in Barpeta? (বৰপেটাত ‘বৰপেটা সত্ৰ’ কোনে স্থাপন কৰিছিল?)
Correct answer: Madhavdev – মাধৱদেৱ

Question 64 : The Frist Assamese Children magazine was ( প্রথমখন অসমীয়া শিশু আলোচনী খন আছিল)
Correct answer: Lora Bondhu – ল’ৰা বন্ধু

Question 65 : A Cyclist covers 12 km in an hour. What is his speed in meters per minute? (এজন চাইকেল আৰোহীয়ে এঘণ্টাত 12 কিলোমিটাৰ যাব পাৰে। প্ৰতি মিনিটত /মিটাৰত তেওঁৰ গতি কিমান হব?)
Correct answer: 200 মিটাৰ/মিনিট

Question 66 : এজন মানুহে 1000 টকাত এটা পুতলা ক্ৰয় কৰে বা কিনে আৰু ইয়াক 1500 টকাত বিক্ৰী কৰে । তেওঁৰ লাভৰ শতাংশ কিমান?
Correct answer: 50%

Question 67 : (2×3×5) আৰু (3×5×7) ৰ ল.সা.গু. (LCM) কিমান?
Correct answer: 2×3×5×7

Question 68 : হাৰিয়ানাৰ ৰাজধানী কি?
Correct answer: চণ্ডিগড় – Chandigarh

Question 69 : Which of the following about a parallelogram is true? ( সামান্তৰিকৰ বাবে তলৰ কোনটো সত্য )
Correct answer: Diagonals bisect one another – কৰ্ণবোৰ এটাই আনটোক সমদ্ধিখণ্ডিত কৰে )

Question 70 : FACTUAL ক কোড ভাষাত লিখিলে CAFTLAU হয়। তেন্তে MORNING ক কোড ভাষাত লিখিলে কি হব –
Correct answer: ROMNGNI

Question 71 : এজন মানুহে ১১ টা কমলা ১০ টকাত কিনিলে আৰু ১০ টা কমলা ১১ টকাত বিকিলে । তেওঁৰ মুঠ লাভ বা লোকচানৰ শতাংশ নিৰ্ণয় কৰা –
Correct answer: ২১%

Question 72 : ভাৰতীয় ৰিৰ্জাভ বেংকৰ প্রতীক চিহ্নত থকা জন্তুটোৰ নাম কি?
Correct answer: বাঘ – Tiger

Question 73 : How many tangents can be drawn from an external point to a given circle ( বৰ্হি বিন্দু এটাৰ পৰা এটা বৃত্তলৈ কিমানডাল স্পৰ্শক টানিব পাৰি?)
Correct answer: Two – দুডাল

Question 74 : The Number of integers less than -3 but greater than -8 is ( -3 তকৈ সৰু কিন্তু -8 তকৈ ডাঙৰ অখণ্ড সংখ্যা কিমানটা আছে )
Correct answer: 4 টা

Question 75 : which of the following pairs of lines in a circle cannot be parallel ( বৃত্ত এটাত নিম্নলিখিত কোনযোৰ ৰেখা সমান্তৰাল হ’ব নোৱাৰে ).
Correct answer: two diameters ( দুডাল ব্যাস )

Question 76 : শোলে (Sholay) ছবি খনত গব্বৰ সিঙৰ (Gabbar Singh) চৰিত্রটো কোনে অভিনয় কৰিছিল?
Correct answer: আমজাদ খান – Amjad Khan

Question 77 : ইন্টাৰনেট (Internet) কিহৰ বাবে ব্যৱহাৰ কৰা হয়?
Correct answer: এই সকলোবোৰৰ বাবে

Question 78 : বাস্কেটবল দলত কিমানজন খেলুৱৈ থাকে?
Correct answer: ৫

Question 79 : ভাৰতৰ কোন ঠাইক গুলপীয়া চহৰ “পিংক চিটি অফ ইণ্ডিয়া” বুলি কোৱা হয়?
Correct answer: জয়পুৰ

Question 80 : মহাত্মা গান্ধী অসমলে কোন চনত আহিছিল? Q. In which year did Mahatma Gandhi come to Assam?
Correct answer: 1921

Question 81 : ভাৰতে কিমানবাৰ ক্ৰিকেট বিশ্বকাপ জিকিছে?
Correct answer: দুবাৰ

Question 82 : বায়ুমণ্ডলত প্রায় কিমান শতাংশ অক্সিজেন (O) গেছে আগুৰি আছে?
Correct answer: ২১%

Question 83 : নীলা গ্রহ বুলি কাক কোৱা হয়?
Correct answer: পৃথিৱী

Question 84 : জুই নুমুৱাবলৈ কি গেছ ব্যবহাৰ কৰা হয়?
Correct answer: কাৰ্বন ডাই অক্সাইড

Question 85 : ভাৰতত কোনটো শস্যৰ খেতি সৰ্বাধিক হয়?
Correct answer: চাউল

Question 86 : ভাৰতত কোন প্রকাৰৰ মাটি বেছিভাগ পোৱা যায়?
Correct answer: জলজ মাটি

Question 87 : মহাত্মা গান্ধীয়ে প্রথমবাৰৰ বাবে কেতিয়া অসম ভ্রমন কৰিছিল?
Correct answer: ১৯২১ চনত

Question 88 : নতুন ৰাজ্য গঠন কৰাৰ ক্ষমতা কাৰ আছে?
Correct answer: সংসদ

Question 89 : নিম্নলিখিত কোনটো গ্রহৰ ঘনত্ব সৰ্বাধিক?
Correct answer: পৃথিৱী

Question 90 : পৃথিৱীৰ আটাইতকৈ গভীৰ সাগৰ কোনটো?
Correct answer: প্রশান্ত মহাসাগৰ

Question 91 : ড৹ ভূপেন হাজৰিকাই পৰিচালনা কৰা প্রথমখন অসমীয়া কথাছবিখনৰ নাম কি আছিল?
Correct answer: এৰা বাটৰ সুৰ

Question 92 : অসমৰ কোন ঠাইত আৰক্ষী প্রশিক্ষণ কেন্দ্র আছে?
Correct answer: ডেৰগাওঁ

Question 93 : কোনখন অসমৰ একমাত্র পাহাৰীয়া চহৰ?
Correct answer: হাফলং

Question 94 : ডেভিচ কাপ কোনটো খেলৰ সৈতে সম্পৰ্কিত?
Correct answer: লন টেনিচ

Question 95 : তোমাৰ সকলোতকৈ ভাল বন্ধুজন বিচলিত হৈ আছে, তেওঁক প্রফুল্লিত কৰিবলৈ তুমি কি কৰিবা?
Correct answer: তেওঁ ব্যাকুল বা অশান্ত হৈ থকা বিষয়টোৰ ওপৰত আলোচনা কৰিবা ।

Question 96 : তুমি এজন পৰিচালক আৰু তোমাৰ এজন কৰ্মচাৰীয়ে ভালদৰে কাম কৰা নাই, তেতিয়া এজন পৰিচালক হিচাপে তুমি কি কৰিবা?
Correct answer: তেওঁৰ লগত কথা পাতি তেওঁৰ সমস্যাৰ সমাধান উলিয়াবলৈ চেষ্টা কৰিবা ।

Question 97 : এখন ভৰ্ত্তি বাছত যাত্ৰা কৰি থাকোতে তুমি লক্ষ্য কৰিলা যে এজনী বয়স্ক তিৰোঁতাই কোলাত এটি শিশু লৈ বহিবলৈ ঠাই নাপাই থিয় দি আছে | তেতিয়া তুমি কি কৰিবা?
Correct answer: তুমি বহি থকা ঠাইখিনিত তিৰোঁতা গৰাকীক বহিব দিবা ।

Question 98 : তলৰ কোনটো অমিল?
Correct answer: শুই থকা

Question 99 : লুইত কোঁৱৰ কোন? Q. Who is Louis Kowar?
Correct answer: ৰুদ্ৰ বৰুৱা – Rudra Baruah

Question 100 : কোনটো জনগোষ্ঠীয়ে অসমত প্ৰথম ধানখেতি কৰিছিল? Q. Which community first cultivated paddy in Assam?
Correct answer: বড়ো – Bodo

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.