Assam Employment Quiz Competition 15 August 2022 – Attractive Prize & Certificate
সকলোকে ইয়াৰ দ্বাৰা জনোৱা হৈছে যে Assam Employment team য়ে এখন কুইজ প্ৰতিযোগিতা আয়োজন কৰিবলৈ গৈ আছে। এই Assam Employment Quiz Competition খন অহা 15 আগষ্ট, 2022 তাৰিখে পুৱা 10:30 বজাত Assam Employment ৱেবছাইটত অনুষ্ঠিত হ’ব। বিজয়ী প্ৰাৰ্থী জনক/জনীক আকৰ্ষণীয় পুৰস্কাৰ আৰু প্ৰমাণপত্ৰ প্ৰদান কৰা হব।