ASSAM EMPLOYMENT

DHS/DHSFW/AYUSH/DME Assam MCQ 2022 – Written Exam

2.5/5 - (2 votes)
435
Created on By DHS/DHSFW/AYUSH/DME Assam MCQ 2022 - Written ExamJitu Das
Assam Employment General Knowledge Quiz

DHS/DHSFW/AYUSH/DME Assam MCQ 2022 - Written Test

DHS/DHSFW/AYUSH/DME Assam MCQ 2022 - Written Exam

1 / 40

1. গােলকীয় উত্তাপ বৃদ্ধিৰ ফলত তলৰ কোনটো সংঘটিত হয় ?

2 / 40

2. ভিনেগাৰৰ ৰাসায়নিক নাম কি?

3 / 40

3. ৰ'দ মুকুতাৰ পাতৰ সংখ্যা হল—

4 / 40

4. তলৰ কোনটো বেগৰ ক্ষেত্ৰত সত্য নহয়?

5 / 40

5. ক'লচী উদ্ভিদত থকা এবিধ পাচক ৰস হল-

6 / 40

6. পৃথিৱীৰ মুঠ পানীৰ কিমান শতাংশ লুণীয়া---

7 / 40

7. ভাৰতৰ প্রথম কৃত্রিম উপগ্রহটো

8 / 40

8. পনীয়া ধাতু কোনটো?

9 / 40

9. তলৰ কোনবিধ একচক্রী ফুল ?

10 / 40

10. কাঠ পেঞ্চিলত কোনবিধ দ্রব্য ব্যৱহাৰ কৰা হয়?

11 / 40

11. আসৃতিৰ ক্ষেত্ৰত তলৰ কোনটো সত্য ?

12 / 40

12. ব্যাপনৰ ক্ষেত্ৰত তলৰ কোনটো সত্য ?

13 / 40

13. National Aeromantic and space Ad-ministration (NASA) কেতিয়া প্রতিষ্ঠিত হয়?

14 / 40

14. প্রাপ্তবয়স্ক মানুহৰ দেহত কিমান শতাংশ পানী থাকে?

15 / 40

15. 'নাইট্র'জেন স্থিৰীকৰণ’ কৰা জীৱাণু এবিধ থাকে—

16 / 40

16. ভাৰতীয় ক্ষেপণাস্ত্র 'অগ্নিৰ পৰিসীমা কিমান ?

17 / 40

17. HINI ভাইৰাছ কোনটো বেমাৰৰ কাৰক?

18 / 40

18. তলৰ কোনটো বেমাৰ ভাইৰাছ ৰ বাবে নহয়?

19 / 40

19. এক ছেকেণ্ডত 1 জুল কার্য সম্পাদিত হ’লে ক্ষমতাৰ পৰিমাণ হ'ব -

20 / 40

20. মাটিৰ গুণাগুণ নষ্ট হােৱাৰ কাৰণ কোনটো নহয় ?

21 / 40

21. প্রথম টেষ্ট টিউব বেবী জনৰ নাম কি?

22 / 40

22. তলৰ কোনটো একযােজী মৌল ?

23 / 40

23. তলৰ কোনটো শুক্রাণুৰ ধর্ম ?

24 / 40

24. খালী চকুৰে কোনটো গ্রহ দেখা যায়?

25 / 40

25. কার্য আৰু শক্তিৰ ক্ষেত্ৰত তলৰ কোনটো শুদ্ধ নহয়?

26 / 40

26. চুপাৰচনিক উৰাজাহাজ'ৰ গতি

27 / 40

27. আর্গনৰ ইলেক্ট্রনীয় বিন্যাস হ'ল

28 / 40

28. ভিটামিন Dৰ অভাৱত কি ৰোগ হয়?

29 / 40

29. ডেনড্রাইটৰ ব্যাস কিমান ?

30 / 40

30. গাখীৰ দৈ হােৱাৰ প্রধান কাৰক

31 / 40

31. সূর্য্যৰ ৰশ্মিৰ পৰা দেহে কি ভিটামিন আহৰণ কৰে?

32 / 40

32. তেজ গােট নমৰা সমস্যাৰ প্রধান কাৰক_______ ৰ অভাৱ।

33 / 40

33. কোনবিধ গ্লাচ তাপ প্রতিৰোধী?

34 / 40

34. এছ. আই. এককত কার্যৰ একক হ'ল—

35 / 40

35. পৰমাণু নিউক্লিয়াছ গঠিত হয়-

36 / 40

36. ভাৰতীয় মহাকাশ সংস্থা (ISRO) কিমান চনত স্থাপিত হয়?

37 / 40

37. এক্সৰে আৱিষ্কাৰক

38 / 40

38. নিউক্লিক এচিডৰ তলৰ কোনটো উপাদান নহয়

39 / 40

39. সর্বপ্রথম উদ্ভিদ হৰম'নৰ অস্তিত্ব প্রমাণ কৰে

40 / 40

40. পৃথিৱীয়ে সূৰ্যৰ বিকিৰণৰ কিমান শতাংশ শােষণ কৰে ?

Your score is

The average score is 47%

0%

2 thoughts on “DHS/DHSFW/AYUSH/DME Assam MCQ 2022 – Written Exam”

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.