ASSAM EMPLOYMENT

Assam Employment Quiz Competition 02 October 2023 – Attractive Prize & Certificate

Assam Employment Quiz Competition

সকলোকে ইয়াৰ দ্বাৰা জনোৱা হৈছে যে Assam Employment team য়ে এখন কুইজ প্ৰতিযোগিতা আয়োজন কৰিবলৈ গৈ আছে। এই Assam Employment Quiz Competition খন অহা 02 অক্টোবৰ, 2023 তাৰিখে পুৱা 10:30 বজাত Assam Employment ৱেবছাইটত অনুষ্ঠিত হ’ব। বিজয়ী প্ৰাৰ্থী জনক/জনীক আকৰ্ষণীয় পুৰস্কাৰ আৰু প্ৰমাণপত্ৰ প্ৰদান কৰা হব।