ASSAM EMPLOYMENT

Assam History MCQ Quiz – 150+ Best Assam History MCQ for All Competitive Exam

5/5 - (1 vote)

Assam History MCQ Quiz: History of Assam GK APSC, History of Assam gk UPSC, History of Assam Police Exam, History of Assam GK Bank Exam, Assam History of Post Office Exam, History of Assam gk PNRD Exam, History of Assam gk Medical Exam, Assam History of Forest Guard Exam, Assam History of APDCL Exam, Assam History of Agriculture Exam, and other state exams.

Indian History MCQ Quiz

Assam History MCQ Quiz Module – 1:–

51
Created on By Assam History MCQ Quiz - 150+ Best Assam History MCQ for All Competitive ExamJitu Das
Assam Employment General Knowledge Quiz

Assam History MCQ Quiz

Assam History MCQ Quiz - 150+ Best Assam History MCQ for All Competitive Exam

1 / 50

1. Capital of Kundil Nagar - কুণ্ডিল নগৰৰ ৰাজধানী -

2 / 50

2. Which university did Hiuen - Tsang come to study? - হিউয়েন - চাঙে কোনখন বিশ্ববিদ্যালয়ত পঢ়িবলৈ আহিছিল?

3 / 50

3. In which year did sukapha die? - কোন চনত চুকাফাৰ মৃত্যু হৈছিল?

4 / 50

4. Rukmini was daughter of - ৰুক্মিণী কাৰ জীয়েক আছিল?

5 / 50

5. Which of the following is in the correct chronological order of the Danava dynasty? - নিম্নলিখিত কোনটো দানৱ বংশৰ সঠিক কালক্ৰমত আছে?

6 / 50

6. The Dighali Pukhuri in Guwahati is associated with - গুৱাহাটীৰ দীঘলীপুখুৰীটো কাৰ সৈতে জড়িত আছে?

7 / 50

7. The Capital of the Salasthambha dynasty was - শালস্তম্ভ বংশৰ ৰাজধানী আছিল -

8 / 50

8. Last ruler of Varman dynasty was - বৰ্মন বংশৰ অন্তিম বা শেষৰ ৰজাজন আছিল -

9 / 50

9. What is the name of the book of Hiuen Tsang that mentions about kamarupa? - কামৰূপৰ বিষয়ে বিৱৰণ দিয়া হিউয়েন চাঙৰ কিতাপখনৰ নাম কি?

10 / 50

10. What is the name of the final battle between the Ahoms and the Mughals? - আহোম আৰু মোগলৰ মাজৰ শেষৰ যুদ্ধখনৰ নাম কি?

11 / 50

11. The positions Buragohain and Borgohain was introduce by - কাৰ দ্বাৰা বুঢ়াগোঁহাই আৰু বৰগোঁহাই পদদুটাৰ আৰম্ভণি হয়?

12 / 50

12. Usha and Aniruddha has a secret marriage called - ঊষা আৰু অনিৰুদ্ধৰ গোপন বিবাহখনক কোৱা হৈছিল -

13 / 50

13. Who was the founder of Ahom Kingdom? - আহোম ৰাজত্বৰ প্ৰতিষ্ঠাপক কোন আছিল?

14 / 50

14. Sonitpur was the capital of which King? - শোনিতপুৰ কোন ৰজাৰ ৰাজধানী আছিল?

15 / 50

15. Which of the following is the Capital of Ahom Kingdom during the reign of Sudangpha? - তলৰ কোনটো চুডাংফাৰ সময়ত আহোমৰ ৰাজধানী আছিল?

16 / 50

16. According to Hiuen Tsang's notes, What did the people of Kamrupa cultivate? - হিউয়েন চাঙৰ টোকা অনুসৰি, কামৰূপৰ লোকসকলে কি খেতি কৰিছিল?

17 / 50

17. Which Kamrupa king took part in the Battle of Kurukshetra? - কুৰুক্ষেত্ৰৰ যুদ্ধত কোনজন কামৰূপৰ ৰজাই অংশগ্ৰহণ কৰিছিল?

18 / 50

18. Who was the king of the Ahom dynasty during the attack of Mir Jumla? - মীৰজুমলাৰ আক্ৰমণৰ সময়ত আহোমৰ ৰজা কোন আছিল?

19 / 50

19. Who introduced position Borpatrogohain? - বৰপাত্র গোঁহাই পদৰ সৃষ্টি কোনে কৰিছিল?

20 / 50

20. Who was Abhinam Gupta? - অভিনৱ গুপ্ত কোন আছিল?

21 / 50

21. Daughter of Bana Raja was - বান ৰজাৰ জীয়েক আছিল -

22 / 50

22. Which of the following Ahom king was first to adopt the title "Swarganarayan"? - তলৰ কোনজন ৰজাই প্রথমে "স্বৰ্গনাৰায়ণ" উপাধি গ্রহণ কৰে?

23 / 50

23. Which kamrupa king shifted his capital to Kamata? - কোনজন কামৰূপৰ ৰজাই তেওঁৰ ৰাজধানী কামতালৈ স্থানান্তৰ কৰিছিল? -

24 / 50

24. Who was the founder of the Bhauma Dynasty? - ভৌম বা অসুৰ বংশৰ প্ৰতিষ্ঠাপক কোন আছিল?

25 / 50

25. The Ahom originally came from? - প্রকৃততে আহোমসকল ক'ৰ পৰা আহিছিল?

26 / 50

26. Founder of Danav Dynasty - দানৱ বংশৰ প্ৰতিষ্ঠাপক -

27 / 50

27. Which one was the first Capital of the Ahom Kingdom? - তলৰ কোনখন আহোম ৰাজত্বৰ প্রথম ৰাজধানী?

28 / 50

28. The Battle of Saraighat was fought in the year - শৰাইঘাটৰ যুদ্ধ হোৱা চনটো আছিল -

29 / 50

29. Who was the founder of the Varman Dynasty? - বৰ্মন বংশৰ প্ৰতিষ্ঠাপক কোন আছিল?

30 / 50

30. who was first ' Sadiya khowa Gohain'? - প্রথম 'শদিয়া খোৱা গোঁহাই' কোন আছিল?

31 / 50

31. In ancient times, who was the king of Vidarbha? - প্ৰাচীন কালত, বিদৰ্ভৰ ৰজা কোন আছিল?

32 / 50

32. Name the Ahom king who left the throne by putting his wife on the throne - পত্নীক সিংহাখনত ৰাখি সিংহাসন এৰি যোৱা আহোম ৰজাজনৰ নাম লিখা ।

33 / 50

33. Hiuen Tsang visited Assam during the reign of - হিউয়েন চাঙ কাৰ ৰাজত্বকালত অসম ভ্ৰমণ কৰিছিল ?

34 / 50

34. Which Ahom king was popularly known as "Bamuni Knowar"? - কোনজন আহোম ৰজাক "বামুণী কোৱৰ" বুলি জনা যায়?

35 / 50

35. Who was the founder of the Pala dynasty in Kamrupa? - কামৰূপৰ পাল বংশৰ প্ৰতিষ্ঠাপক কোন আছিল?

36 / 50

36. According to Hiuen Tsang, the circumference of Kamarupa was? - হিউয়েন চাঙৰ মতে কামৰূপৰ পৰিধি কিমান আছিল?

37 / 50

37. 'Dubi' and 'Nidhanpur' Copper plate was related to - 'ডুবি' আৰু 'নিধাৰনপুৰ' তামৰ ফলি কাৰ সৈতে জড়িত?

38 / 50

38. The Ahom entered Assam through - আহোমে অসমত প্রৱেশ কৰিছিল -

39 / 50

39. Sankaracharya visited kamrupa during the region of - শংকৰাচাৰ্যই কাৰ দিনত কামৰূপ ভ্ৰমণ কৰিছিল?

40 / 50

40. Which Chinese pilgrime visited India during the region of Salasthambha? - কোনজন চীনা পৰিব্রাজাক শালস্তম্ভ বংশৰ সময়ত ভাৰত ভ্ৰমণ কৰিছিল?

41 / 50

41. What was the capital of the Pala dynasty? - পাল বংশৰ ৰাজধানী কি আছিল?

42 / 50

42. Who was the contemporary of Bhaskar Varman northern India? - ভাস্কৰ বৰ্মন উত্তৰ ভাৰতৰ সমসাময়িক কোন আছিল?

43 / 50

43. Who wrote the play 'Rukmini Haran'? - 'ৰুক্মিণী হৰণ' নাটকখন কোনে লিখিছিল?

44 / 50

44. Usha and Aniruddha has a secret marriage called - ঊষা আৰু অনিৰুদ্ধৰ গোপন বিবাহখনক কোৱা হৈছিল -

45 / 50

45. The first Muslim invasion of the Ahom Kingdom occurred during the reign of - আহোম ৰাজত্বৰ প্রথম মুছলমান আক্রমণ কাৰ দিনত হৈছিল?

46 / 50

46. According to yogini Tantra Kamrupa was divided into_______ group? - যোগিনী তন্ত্ৰৰ মতে কামৰূপ ৰাজ্যখন _____ টা ভাগত বিভক্ত আছিল?

47 / 50

47. Who established the Salasthambha dynasty in kamrupa? - কামৰূপত কোনে শালস্তম্ভ বংশ প্ৰতিষ্ঠা কৰিছিল?

48 / 50

48. Who was the earliest king of Pragjyotishpur? - প্ৰাগজ্যোতিষপুৰৰ আটাইতকৈ পুৰণি ৰজা কোন আছিল?

49 / 50

49. Which Ahom King was popularly known as "Dihingia Raja"? - কোনজন আহোম ৰজাক 'দিহিঙীয়া ৰজা' বুলি কোৱা হয়?

50 / 50

50. When did Sukapha established the Ahom Kingdom? - চুকাফাই কেতিয়া আহোম ৰাজ্য প্রতিষ্ঠা কৰিছিল?

Your score is

The average score is 62%

0%

Assam History MCQ Quiz Module – 2:–

28
Created on By Assam History MCQ Quiz - 150+ Best Assam History MCQ for All Competitive ExamJitu Das
Assam Employment General Knowledge Quiz

Assam History MCQ Quiz

Assam History MCQ Quiz - 150+ Best Assam History MCQ for All Competitive Exam

1 / 50

1. Who translate Padmapuran in Assamese? - অসমীয়াত কোনে পদ্মপুৰাণ অনুবাদ কৰিছিল?

2 / 50

2. Whom did the Ahoms Worship? - আহোম সকলে কাক পূজা কৰিছিল?

3 / 50

3. Who was first Borbarua? - প্রথম বৰবৰুৱা কোন আছিল?

4 / 50

4. The last king of Kamata kingdom was - কমতা ৰাজ্যৰ অন্তিম ৰজা আছিল -

5 / 50

5. Who introduced the two new positions Barbarua and Barphukan? - দুটা নতুন পদ বৰবৰুৱা আৰু বৰফুকন পদৰ সৃষ্টি কোনে কৰিছিল?

6 / 50

6. In which year Treaty of Yandabo was singed? - ইয়াণ্ডাবু সন্ধি কেতিয়া স্বাক্ষৰিত হৈছিল?

7 / 50

7. Who was Krishna Narayan? - কৃষ্ণ নাৰায়ণ কোন আছিল?

8 / 50

8. The Moamoria Rebellion was started during the reign of - কাৰ দিনত মোৱামৰীয়া বিদ্রোহ আৰম্ভ হৈছিল?

9 / 50

9. During the reign of which Ahom King did the Moamoriya Rebellion conclude? - মোৱামৰীয়া বিদ্রোহ কোনজন ৰজাৰ সময়ত শেষ হৈছিল?

10 / 50

10. After the death of Lakshmi Singha, who ascend the throne of Ahom Kingdom? - লক্ষ্মী সিংহৰ মৃত্যুৰ পিছত আহোমৰ ৰাজপাটৰ কোনে বহে?

11 / 50

11. In which year Naranarayan invaded the Ahom Kingdom? - কোন বছৰত / চনত নৰনাৰায়ণে আহোম ৰাজ্য আক্রমণ কৰিছিল?

12 / 50

12. Who was the last king of Ahom? - আহোম সকলৰ শেষৰ ৰজা কোন আছিল?

13 / 50

13. Who was the great King of Chutiya? - চুতীয়াসকলৰ শ্রেষ্ঠ ৰজা কোন আছিল?

14 / 50

14. After the death of Purnananda Buragohain who was appointed as the new Buragohain? - পূৰ্ণানন্দ বুঢ়াগোঁহাইৰ মৃত্যুৰ পিছত বুঢ়াগোঁহাই পদৰ বাবে কাক নিযুক্তি দিয়া হৈছিল?

15 / 50

15. Who was the Ahom king after Rudra Singha? - ৰুদ্র সিংহৰ পিছত আহোমৰ ৰজা কোন আছিল?

16 / 50

16. Who designed the mature structure of the Paik system? - কোনে পাইক প্রথা আৰম্ভ কৰিছিল?

17 / 50

17. Who was the Founder of Koch Kingdom? - কোচ ৰাজ্যৰ প্রতিষ্ঠাতা কোন আছিল?

18 / 50

18. Who was the author, Who came to Assam during the Mirjumla's invasion of Assam? - মিৰজুমলাৰ অসম আক্রমণৰ সময়ত অসমলৈ অহা লেখকগৰাকী কোন আছিল?

19 / 50

19. Who was the first king of Chutiya? - চুতীয়াসকলৰ প্রথমজন ৰজা কোন আছিল?

20 / 50

20. Who was Siromoni Bhuyan? - শিৰোমনি ভূঞা কোন আছিল?

21 / 50

21. Who was the Ahom king after Pratap Singha? - প্রতাপ সিংহৰ পিছত আহোমৰ ৰজা কোন হৈছিল?

22 / 50

22. During whose reign was Guru Nityanandadeva, the Satradhikar of Mayamora Satra, assassinated? - সত্রৰ সত্রাধিকাৰ গুৰু নিত্যানন্দদেৱক কাৰ ৰাজত্বকালত হত্যা কৰা হৈছিল?

23 / 50

23. In Which year did the Maomoriya revolt take place for the second time? - দ্বিতীয় বাৰৰ বাবে মোৱামৰীয়া বিদ্রোহ কোন চনত হৈছিল?

24 / 50

24. Krishnaram Bhattacharya came to Assam from - কৃষ্ণৰাম ভট্টাচাৰ্য অসমলৈ ক'ৰ পৰা আহিছিল?

25 / 50

25. The Ahom established their last Capital - আহোমে তেওঁলোকৰ শেষ ৰাজধানী স্থাপন কৰিছিল -

26 / 50

26. Which King built Haigriv Madhav Mandir? - কোনজন ৰজাই হয়গ্রীৱ মাধৱ মন্দিৰটো নিৰ্মাণ কৰিছিল?

27 / 50

27. The second phase of the Moamoria Rebellion started during the reign of which of the following king? - তলৰ কোনজন স্বৰ্গদেউৰ শাসন কালত দ্বিতীয় পৰ্যায়ৰ মোৱামৰীয়া বিপ্লৱ আৰম্ভ হৈছিল?

28 / 50

28. Who was the son of Ghansahyam Barbarua? - ঘনশ্যাম বৰবৰুৱাৰ পুত্র কোন আছিল?

29 / 50

29. What is Mayamora? - মায়ামৰা কি?

30 / 50

30. During whose reign was Baikunthadeva Mahanta, assassinated? - কাৰ ৰাজত্বকালত বৈকুণ্ঠদেৱ মহন্তৰ হত্যা কৰা হৈছিল?

31 / 50

31. Which English traveler visited the Koch kingdom during the reign of Naranarayan? -  নৰনাৰায়ণৰ সময়ত কোনজন ইংৰাজ ভ্রমণকাৰীয়ে কোচ ৰাজ্য ভ্রমণ কৰিব আহিছিল?

32 / 50

32. Which Ahom king took the title 'Swarganarayan'? - কোনজন আহোম ৰজাই 'স্বৰ্গনাৰায়ণ' উপাধি লয় -

33 / 50

33. During which Ahom king's reign did Shaktism become very Strong? - কোনজন আহোমৰজাৰ দিনত শাক্ত ধৰ্মই গা কৰি উঠিছিল?

34 / 50

34. Who translate Mahabharata during the reign of Koch King Narayana? - কোচ ৰজা নৰনাৰায়ণৰ সময়ত কোনে মহাভাৰতৰ অসমীয়া অনুবাদ কৰিছিল?

35 / 50

35. Which of the following book was composed by Bhattadeva? - তলৰ কোনখন কিতাপ ভট্টদেৱৰ দ্বাৰা ৰচিত?

36 / 50

36. Who was appointed by the British as the tributary ruler of the Kachari Kingdom after Gobindachandra's death? - গোবিন্দ চন্দ্রৰ মৃত্যুৰ পিছত ব্রিটিছে কাক কছাৰী ৰাজ্যত কৰতলীয়া ৰজা হিচাপে ৰাখিছিল?

37 / 50

37. ৰুদ্রসিংহৰ ৰাজসভাত কোনজন মোৱামৰীয়া সত্রাধিকাৰক অপমান কৰা হৈছিল?

38 / 50

38. Who translate the Ramayana in Assamese? ৰামায়ণখন অসমীয়াত কোনে অনুবাদ কৰিছিল?

39 / 50

39. Mayamora Satra was belongs to - মায়ামৰা সত্র কিহৰ অন্তৰ্গত?

40 / 50

40. Malladeva was khown as - মল্লদেৱক জনা যায় -

41 / 50

41. Where did the Kacharis move their capital after the Ahoms invaded and conquered the Kachari Kingdom? - আহোমসকলে কছাৰী ৰাজ্য আক্রমণ কৰি দখল কৰাৰ পিছত তেওঁলোকে ৰাজধানী ক'লৈ তুলি নিছিল?

42 / 50

42. Who wrote the book, 'Hastividarnav'? - 'হস্তী বিদ্যাৰ্ণৱ' পুথিখন কোনে ৰচনা কৰিছিল?

43 / 50

43. Who was Krishnaram Bhattacharya? - কৃষ্ণৰাম ভট্টাচাৰ্য কোন আছিল ?

44 / 50

44. Who killed Badanchandra Borphukan? - বদনচন্দ্র বৰফুকনক কোনে হত্যা কৰিছিল?

45 / 50

45. Which Satradhikar did Jaydhwaja Singha accept as his religious preceptor? - জয়ধ্বজ সিংহই কোনগৰাকী সত্রাধিকাৰৰ ওচৰত শৰণ লৈছিল?

46 / 50

46. Which King took the title Kameshwar? - কোনজন ৰজাই কামেশ্বৰ উপাধি গ্রহণ কৰিছিল?

47 / 50

47. Which Ahom King introduced the Posa system? - পচা প্রথা কোন জন আহোম স্বৰ্গদেৱে আৰম্ভ কৰিছিল?

48 / 50

48. Who was the father of Assamese prose? - অসমীয়া গদ্যৰ ৰচক কোন আছিল / ভাৰতৰ গদ্য সাহিত্যৰ ৰচক কোন?

49 / 50

49. Which Bengal king invaded Kamata in the year 1498? ১৪৯৮ চনত কোনজন বংগৰ নবাবে কমতা আক্রমণ কৰিছিল?

50 / 50

50. In which year did Gadadhar Singha ascend the Ahom throne? - কিমান চনত গদাধৰ সিংহই আহোম সিংহাসনত বহে?

Your score is

The average score is 42%

0%

Assam History MCQ Quiz Module – 3:–

5
Created on By Assam History MCQ Quiz - 150+ Best Assam History MCQ for All Competitive ExamJitu Das
Assam Employment General Knowledge Quiz

Assam History MCQ Quiz

Assam History MCQ Quiz - 150+ Best Assam History MCQ for All Competitive Exam

1 / 58

1. Who was Bichanang? - বিচানাঙ কোন আছিল?

2 / 58

2. What was the title given to Kaliyabhomora? - কলিয়াভোমোৰাক কি উপাধি দিয়া হৈছিল?

3 / 58

3. The Burmese first invaded Assam during the reign of - বাৰ্মিছ বা মান সকলে কাৰ ৰাজত্ব কালত অসম আক্রমণ কৰিছিল?

4 / 58

4. বৰকান্দাজ সকল অসমলৈ ক'ৰ পৰা আহিছিল?

5 / 58

5. In which year Kamaleswar Singh was died? - কমলেশ্বৰ সিংহৰ মৃত্যু কিমান চনত হৈছিল?

6 / 58

6. Who did Purnananda make king after Kamaleswar Singh's death? - কমলেশ্বৰ সিংহৰ মৃত্যুৰ পাছত পূৰ্ণানন্দই কাক ৰজা পাতে?

7 / 58

7. Who was the commander of Burmese during the second Burmese invasion of Assam? - বাৰ্মিছ বা মান সকলৰ দ্বিতীয়বাৰ অসম আক্রমণৰ সময়ত বাৰ্মিছ বা মান সেনাপতি কোন আছিল?

8 / 58

8. পূৰ্ণানন্দ আৰু সৰ্বানন্দৰ মাজত হোৱা চুক্তিমতে ব্রহ্মপুত্র আৰু দিহিঙৰ মাজৰ ভূ-খণ্ডক কি নাম দিয়া হৈছিল?

9 / 58

9. Which of the following is in the correct Chronological order of the Ahom dynasty? - তলৰ কোনটো আহোম বংশৰ সঠিক কালক্রমত আছে -

10 / 58

10. Who was Gaigni? - গাগিনি কোন আছিল?

11 / 58

11. After the first Moamoriya Rebellion the king and Barbarua were respectively - প্রথম মোৱামৰীয়া যুদ্ধৰ পিছত ৰজা আৰু বৰবৰুৱা আছিল ক্রমে -

12 / 58

12. Who was the commander of Moamoriya in Bengmora after the death of Bharat Singha? - ভৰত সিংহৰ মৃত্যুৰ পিছত বেংমৰাত মোৱামৰীয়া সকলক কোনে নেতৃত্ব দিছিল?

13 / 58

13. Who among the following was appointed Borphukan by Purnanda Buragohain? - তলৰ কাক পূৰ্ণানন্দ বুঢ়াগোঁহাইয়ে বৰফুকন পাতিছিল?

14 / 58

14. Which is the present city of Bengmora? - 'বেংমৰা' খন বৰ্তমান কোনখন চহৰত আছে?

15 / 58

15. With whom of the following did Chandrakanta Singh become friends? - তলৰ কাৰ সৈতে চন্দ্রকান্ত সিংহৰ বন্ধুত্ব আছিল?

16 / 58

16. Who suppressed the rebellion of Haradatta and Biradatta? - হৰদত্ত বীৰদত্তৰ বিদ্রোহ কোনে দমন কৰিছিল?

17 / 58

17. Who was Oreshanath? - ওৰেষানাথ কোন আছিল?

18 / 58

18. Whom did Ruchinath make king and become Buragohain himself? - ৰুচিনাথে কাক ৰজা পাতি নিজে বুঢ়াগোঁহাই হৈছিল -

19 / 58

19. Who was known as Lai Konwar before he become the king of Ahom Kingdom? - আহোম ৰাজ্যৰ ৰজা হোৱাৰ আগতে তলৰ কাক লাই কোঁৱৰ বুলি জনা গৈছিল -

20 / 58

20. ৰাজেশ্বৰ সিংহৰ ভগনীয়া পুত্র গৰাকীৰ নাম কি আছিল?

21 / 58

21. কলিয়াভোমোৰাই কোনগৰাকী আহোম গাভৰুক বিচানাঙলৈ আগবঢ়াইছিল?

22 / 58

22. Hasti Vidyarnvas Was composed during the reign of - হস্তীবিদ্যাৰ্ণৱ কাৰ সময়ত ৰচনা কৰা হৈছিল -

23 / 58

23. What was the Ahom name of Kamaleshwar Singha? - কমলেশ্বৰ সিংহৰ আহোম নামটো কি আছিল?

24 / 58

24. A treaty was signed between Ahom king Gaurinath Singha and Capital Wells in - আহোম ৰজা গৌৰীনাথ সিংহ আৰু কেপ্তেইন ৱেলছৰ মাজত সন্ধি স্বাক্ষৰিত হৈছিল -

25 / 58

25. What was the title given to Sataram? - সৎৰামক কি খিতাপ দিছিল?

26 / 58

26. 'বৰকান্দাজ' সকলক কোনে অসমলৈ আনিছিল?

27 / 58

27. Darang Rajvansali was weritten by - দৰঙ ৰাজবংশাবলী লিখিছিল -

28 / 58

28. Sargodeu Gaurinath Singha died in - স্বৰ্গদেউ গৌৰিনাথ সিংহৰ মৃত্যু হয় -

29 / 58

29. In which year did the Burmese first invade Assam? - বাৰ্মিছসকলে পোনপ্রথমবাৰৰ বাবে কোন চনত অসম আক্রমণ কৰিছিল?

30 / 58

30. According to Captain Thomas wells, the circumference of Rangpur was almost - কেপ্টেইন থমাছ ৱেলছৰ মতে, ৰংপুৰৰ পৰিধি আছিল প্রায় -

31 / 58

31. Who become the Ahom king after Gaurinath Singha? - গৌৰীনাথ সিংহৰ পিছত আহোম ৰজা কোন হৈছিল?

32 / 58

32. Who was the English Governor General at the time of Captain Wells arrival in Assam? - কেপ্তেইন ৱেলিছৰ অসম আগমনৰ সময়ত ইংৰাজ গৱৰ্ণৰ জেনেৰেল কোন আছিল?

33 / 58

33. Who was Kuranganayani? - কুৰাঙ্গনয়নী কোন আছিল?

34 / 58

34. তলৰ কোনগৰাকী মান অসমীয়া ৰাণী বদনচন্দ্র বৰফুকনৰ পেহীয়েক আছিল?

35 / 58

35. The Second Burmese invasion took place in the year: - বাৰ্মিছসকলে দ্বিতীয়বাৰৰ বাবে অসম আক্রমণ কৰিছিল: -

36 / 58

36. Who was Ladhi Gohain? - লাড়ি গোঁহাই কোন আছিল?

37 / 58

37. What is Barkandhaj? - বৰকান্দজ' কি?

38 / 58

38. In whose reign was the number of members of a paik group reduced to three? - কাৰদিনত পাইক গোটক সদস্যৰ সংখ্যা ৩ জনলৈ হ্রাস কৰা হৈছিল?

39 / 58

39. Which Ahom King took refuge with Krishnaram Bhattacharya? - কোনজন আহোম ৰজাই কৃষ্ণৰাম ভট্টাচাৰ্যৰ ওচৰত শৰণ লৈছিল?

40 / 58

40. Who invited the Burmese to Assam? - বাৰ্মিছসকলক কোনে অসমলৈ আমন্ত্রণ জনাইছিল?

41 / 58

41. Where was salt produced in Assam? - অসমৰ ক'ত লোন উৎপাদন হৈছিল?

42 / 58

42. The treaty between Purnanda and Moamoriya Neta Sarbananda was signed in - পূৰ্ণানন্দ আৰু মোৱামৰীয়া নেতা সৰ্বানন্দৰ মাজত সন্ধিচুক্তি খন কেতিয়া স্বাক্ষৰিত হৈছিল?

43 / 58

43. Who was kadam Dighala Gohain? - কদম দীঘলা গোহাঁঞি কোন আছিল?

44 / 58

44. Who was the king of Burmese during the reign of the first Burmese attack in Assam? - মানৰ প্রথম অসম আক্রমণৰ সময়ত ব্রহ্মদেশৰ ৰজা কোন আছিল?

45 / 58

45. পৰৰাজ্যত হস্তক্ষেপ বিৰোধী নীতি কোনে গ্রহণ কৰে?

46 / 58

46. Where did Sibasingha give Shelter to Krishnaram Bhattacharya? - শিৱ সিংহই কৃষ্ণৰাম ভট্টাচাৰ্যক ক'ত আশ্রয় দিছিল ?

47 / 58

47. In which year Koliyabhomora Bridge was built? - কলিয়াভোমোৰা দলংখন কিমান চনত নিৰ্মাণ কৰা হৈছিল?

48 / 58

48. সৎৰামক কোন ঠাইলৈ নিৰ্বাসন দিয়া হৈছিল?

49 / 58

49. Kiriti Chandra Barbarua was a student of - কীৰ্তিচন্দ্র বৰবৰুৱা কাৰ শিষ্য আছিল?

50 / 58

50. Who invited English in Assam? - ইংৰাজক অসমত কোনে নিমন্ত্রণ কৰিছিল?

51 / 58

51. Siba Singha declared his Queen as 'Bor Rja' who was she? - শিৱসিংহই তেওঁৰ ৰাণীৰ বৰৰজা বুলি ঘোষণা কৰিছিল, তেওঁ কোন আছিল?

52 / 58

52. Who built Joydol on the Bank of Jaysagar tank? - জয়সাগৰ পুখুৰীৰ পাৰত কোনে জয়দৌল বনাইছিল?

53 / 58

53. During the reign of which Ahom king second Moamoriya Rebellion took place? - কোনজন ৰজাৰ দিনত দ্বিতীয় মোৱামৰীয়া বিদ্রোহ সংঘটিত হৈছিল?

54 / 58

54. The first Moamoriya Rebellion took place in the year - প্রথম মোৱামৰীয়া বিদ্রোহ সংঘটিত হৈছিল -

55 / 58

55. মটক ৰাজ্যৰ বৰসেনাপতি হিচাপে কাক নিযুক্তি দিছিল?

56 / 58

56. What was the name of Bodan Chandra Borphukan's daughter? - বদনচন্দ্র বৰফুকনৰ জীয়েকৰ নাম কি আছিল?

57 / 58

57. Who selected kinaram as Ahom king? - কিনাৰামক কোনে আহোম ৰজা হিচাপে বাছনি কৰিছিল?

58 / 58

58. Who was Krishna Chandra? - কৃষ্ণচন্দ্র কোন আছিল?

Your score is

The average score is 32%

0%

1 thought on “Assam History MCQ Quiz – 150+ Best Assam History MCQ for All Competitive Exam”

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.