ASSAM EMPLOYMENT

General Math MCQ Quiz – 350 Best Multiple Choice Questions & Answers Practice

2.7/5 - (4 votes)

General Math MCQ Quiz in English & Assamese Language সকলো ধৰণৰ প্ৰতিযোগিতা মূলক পৰীক্ষাৰ বাবে অতি গুৰুত্বপূৰ্ণ প্ৰশ্নঃ , আপুনি যদি প্ৰতিযোগিতা মূলক পৰীক্ষাৰ প্ৰস্তুতি কৰিছে, যেনে- DHS, GNM, Assam police, TET, APSC, APDCL, PNRD আদিৰ । তলত দিয়া General Math MQC Quiz প্ৰশ্নোত্তৰ খিনিয়ে বহু সহায় কৰিব । আশা কৰোঁ আপুনি এই General Math Quiz প্ৰশ্নোত্তৰ কেইটা পঢ়ি ভাল পাব।

General Math MCQ Quiz (Module-1)

29
Created on By General Math MCQ Quiz - 350 Best Multiple Choice Questions & Answers PracticeJitu Das
Assam Employment General Knowledge Quiz

General Math MCQ Quiz

 

 

 

 

 

General Math MCQ Quiz - 350 Best Multiple Choice Questions & Answers Practice

 

 

1 / 50

1. If 25 : 35 :: 45 : x, then the value of x is - যদি 25 : 35 :: 45 : x, তেন্তে x ৰ মান মান হব -

 

 

 

 

 

2 / 50

2. The Volume of a cube is numerically equal to sum of length of its edges. What is the total surface area is square units - এটা ঘনকৰ আয়তনৰ মান সাংখ্যিকভাৱে বাহুবোৰৰ যোগফলৰ সমান। মুঠ পৃষ্ঠকালি কিমান হ'ব -

 

 

 

 

 

3 / 50

3. Find the sum of the AP 2, 7, 12,....... up to 10 terms - 2, 7, 12, ....... (10 টা পদলৈ) যোগফল হ'ল -

 

 

 

 

 

4 / 50

4. If the area of an equilateral triangle is 16√3 cm², then the perimeter of the triangle is - এটা সমবাহু ত্রিভূজৰ কালি 16√3 cm² তেন্তে পৰিসীমা হ'ব -

 

 

 

 

 

5 / 50

5. If the mode of the data 64, 60, 48, x, 43, 48, 43, 34 is 43, then x+3=? - যদি 64, 60, 48, x, 43, 48, 43, 34 ৰ বহুলক 43 হয় তেন্তে x+3 ৰ মান হয় -

 

 

 

 

 

6 / 50

6. এটা সমান্তৰ প্রগতিৰ a = 10 আৰু d = 10 হ'লে প্র্রথম চাৰিটা পদ হ'ল -

 

 

 

 

 

7 / 50

7. Tangents from an external point to a circle are - বৰ্হিবিন্দু এটাৰ পৰা টনা স্পৰ্শকবোৰ

 

 

 

 

 

8 / 50

8. (2, 4) আৰু (6, 4) বিন্দু দুটাৰ মধ্যবিন্দুটো হ'ল -

 

 

 

 

 

9 / 50

9. Find the radius of a circle where area is equal to the sum of the areas of four other circles of radii 5m, 6m, 8m and 10m. - চাৰিটা বৃত্তৰ ব্যাসাৰ্ধ ক্রমে 5m, 6m, 8m আৰু 10m। এই চাৰিটা বৃত্তৰ কালিৰ যোগফল এটা নতুন বৃত্তৰ কালিৰ সমান। নতুন বৃত্তটোৰ ব্যাসাৰ্ধ কিমান।

 

 

 

 

 

10 / 50

10. A single letter is selected at random from the word "PROBABILITY". Then the probability that it is a vowel is - "PROBABILITY" শব্দটোৰ স্বৰবৰ্ণ পোৱাৰ সম্ভাৱিতা কিমান?

 

 

 

 

 

11 / 50

11. For any positive integers a and b there exist unique integers q and r such that by Euclid's division lenma a= bq + r, where r must satisfy. - ইউক্লিডৰ বিভাজন কলনবিধি মতে a = bq +r য'ত a, b দুটা অখণ্ড সংখ্যা, q আৰু r আনদুটা অখণ্ড সংখ্যা হ'লে r ৰে বুজাব -

 

 

 

 

 

12 / 50

12. The distance between two parallel tangents of a circle of radius 7 cm is - দুটা সমান্তৰাল স্পৰ্শকৰ মাজৰ দূৰত্ব কিমান হ'ব যদি ব্যাসাৰ্ধ 7cm হয়।

 

 

 

 

13 / 50

13. Which of the following ratios are in proportion? - তলৰ কোনটো অনুপাত সমানুপাতত  আছে -

 

 

 

 

 

14 / 50

14. If we join any two points of a circle by a line segment, we obtain _____ of the circle. - যদি আমি এটা বৃত্তৰ যিকোনো দুটা বিন্দু লগ কৰি এডাল ৰেখাখণ্ড আঁকো, তেতিয়া আমি _____ পাম।

 

 

 

 

 

15 / 50

15. The sum of five numbers is 260. The average of the first two numbers is 30 and the average of the last two numbers is 70. What is the third number? - পাচঁটা সংখ্যাৰ যোগফল 260। প্রথম দুটা সংখ্যাৰ গড় 30 আৰু শেষৰ সংখ্যাদুটাৰ গড় 70। তৃতীয় সংখ্যাটো কি হব -

 

 

 

 

 

16 / 50

16. LCM of the given number x and y where y is a multiple of x is given by - যদি y টো x ৰ গুণিতক হ'লে x আৰু y ৰ লঃ সাঃ গু হ'ব -

 

 

 

 

 

17 / 50

17. If x³+1 is divided by x²+5, then the possible degree of a quotient is - যদি x³+1 ক x²+5 ৰে হৰণ কৰা হয় তেন্তে ভাগফলৰ ডিগ্রী কি হ'ব পাৰে -

 

 

 

 

18 / 50

18. The average age of 25 students of a class is 16 year. If the age of the class teacher is included, the average increases by 1. Find the age of the class teacher. - 25 জন ছাত্র-ছাত্রীৰ গড় বয়স 16 বছৰ। যদি এজন শিক্ষকৰ বয়স যোগ কৰা হয়। তেতিয়া গড় বয়স 1 বছৰ বৃদ্ধি হয়। শিক্ষক গৰাকীৰ বয়স কিমান?

 

 

 

 

 

19 / 50

19. When a number is divided by 7, its remainder is always - এটা সংখ্যাক 7 ৰে বিভাজ্য কৰিলে, সদায় ভাগশেষ হ'ব -

 

 

 

 

 

20 / 50

20. The median and mode of the data are 33 and 45 respectively. Then its mean is - যদি মধ্যমা আৰু বহুলক ক্রমে 33 আৰু 45 হয় তেন্তে মাধ্য হ'ব

 

 

 

 

 

21 / 50

21. √8²×7×5²−175 ৰ মান হব (is equal to) -

 

 

 

 

22 / 50

22. A line which cuts a pair of parallel lines is called - সমান্তৰাল ৰেখা দুডালক কটা ৰেখাডালক কোৱা হয় -

 

 

 

 

 

23 / 50

23. The area of a quadrant of a circle whose circumference is 22 cm is - এটা বৃৃত্তৰ পৰিধি 22 cm হ'লে বৃত্তটোৰ চোকৰ কালি নিৰ্ণয় কৰা -

 

 

 

 

 

24 / 50

24. Each side of an equilateral triangle is 6√3 cm. The altitude of the triangle is - এটা সমবাহু ত্রিভূজৰ বাহুৰ দীঘ 6√3 cm ত্রিভূজটোৰ উচ্চতা কিমান -

 

 

 

 

 

25 / 50

25. If 33% of A is equal to 55% of B, then find the ratio of A and B? - যদি A ৰ 33% আৰু B ৰ  55% সমান হয়, তেন্তে A আৰু B ৰ অনুপাত কিমান?

 

 

 

 

 

26 / 50

26. If P (a/2, 4) is the midpoint of the line segment joining the points A(-6, 5) and B (-2, 3) then the value of a is - যদি A(-6, 5) আৰু B (-2, 3) বিন্দু সংংযোগী ৰেখাখণ্ডডালৰ মধ্যবিন্দুটো P (a/2, 4) হ'লে a ৰ মান কিমান?

 

 

 

 

 

27 / 50

27. The first three terms of a proportion are 3, 5 and 21 respectively. What is its fourth term? - সমানুপাতিকৰ প্রথম তিনিটা পদ ক্রমে 3, 5 আৰু 21, চতুৰ্থ পদটো কি?

 

 

 

 

 

28 / 50

28. The base radii of two circular conses of the same height are in the ratio 3 : 5. The ratio of their volumes are - দুটা শংকুৰ ব্যাসাৰ্ধৰ অনুপাত 3 : 5 আৰু উচ্চতা একে। আয়তনৰ অনুপাত হ'ব -

 

 

 

 

 

29 / 50

29. How many rays can be drawn with a given point as the initial point? - এটা আৰম্ভণি বিন্দুৰ পৰা কিমানডাল ৰশ্মি আঁকিব পাৰি -

 

 

 

 

 

30 / 50

30. Find the smallest number such that when it is divided by 5, 6 and 8, it leaves a remainder 3 in each case. - 5, 6 আৰু 8 ৰে হৰণ কৰিলে 3 ভাগশেষ হোৱা আটাইতকৈ সৰু সংখ্যাটো কি?

 

 

 

 

 

31 / 50

31. The median of 2, 7, 5, 9, 13, 11, 19, 20, 29 is - 2, 7, 5, 9, 13, 11, 19, 20, 29 সংখ্যা বোৰৰ মধ্যমা হ'ল -

 

 

 

 

 

32 / 50

32. Two coins are tossed simultaneously. What is the probability of getting at most one head? - দুটা মুদ্রা টছ কৰা হ'ল। সৰ্বোচ্চ এটা মুণ্ড পোৱাৰ সম্ভাৱিতা হয় -

 

 

 

 

 

33 / 50

33. The difference between the place values of 4 and 2 in the number 833749502 is - 833749502 সংখ্যাটোৰ 4 আৰু 2 ৰ স্থানীয় মানৰ পাৰ্থক্য হ'ল -

 

 

 

 

 

34 / 50

34. When will be simple interest for 1 year and 4 month on a sum of. 25800 at the rate of 14% per annum - 25800 টকাৰ 14% প্রতি বছৰি সূতৰ হাৰত 1 বছৰ 4 মাহৰ সৰল সূত কিমান?

 

 

 

 

 

35 / 50

35. তলৰ কোনটো গণিতিক উক্তি নহয়? - Which of the following is not a mathematical statement?

 

 

 

 

 

36 / 50

36. Four numbers are in the ratio of 10:12:15:18. If their HCF is 3, then find their LCM - চাৰিটা সংখ্যাৰ অনুপাত 10:12:15:18 আৰু গঃসাঃউঃ 3 তেন্তে লঃসাঃগুঃ কিমান?

 

 

 

 

 

37 / 50

37. If angle of sector is 60°, radius is 3.5 cm then the length of the arc is -  বৃত্তাকলাৰ এটাৰ কোণ 60°, ব্যাসাৰ্ধ 3.5 cm তেন্তে চাপৰ দৈৰ্ঘ্য হ'ল -

 

 

 

 

 

38 / 50

38. Which of the following numbers is not a perfect square - তলৰ কোনটো পূৰ্ণবৰ্গ সংখ্যা নহয় -

 

 

 

 

 

39 / 50

39. If the distance between the points A (4, P) and B (1, 0) is 5 then - A (4, P) আৰু B (1, 0) বিন্দুদুটাৰ দূৰত্ব 5 তেন্তে -

 

 

 

 

40 / 50

40. Which of the following pairs has the HCF is 1 - তলৰ কোনযোৰ সংখ্যাৰ গঃসাঃউঃ 1?

 

 

 

 

 

41 / 50

41. The total marks obtained by Arun in English and Mathematics are 170. If the difference between his marks in these two subjects is 10, then the ratio of his marks in these subjects is - অৰুণে ইংৰাজী আৰু গণিতৰ মুঠ 170 নম্বৰ পাইছে। যদি নম্বৰৰ মাজৰ পাৰ্থক্য 10, তেন্তে বিষয় দুটাৰ মাজৰ অনুপাত হ'ব -

 

 

 

 

 

42 / 50

42. The HCF of 135 and 225 is - 135 আৰু 225 ৰ গঃসাঃউঃ হ'ল -

 

 

 

 

 

43 / 50

43. The number of roots of the equation (x+2)³ = x³-4 is - (x+2)³ = x³-4 সমীকৰণৰ মূলৰ সংখ্যা

 

 

 

 

 

44 / 50

44. If A (-6, 7) and B (-1, -5) are two given points then distance 2AB is - A (-6, 7) আৰু B (-1, -5) দুটা বিন্দু । তেন্তে 2AB ৰ মান হ'ব -

 

 

 

 

 

45 / 50

45. 1, 2, 3, 4, 5, 6, 7, 8, 9 সংখ্যা কেইটাৰ পৰা যদি এটা সংখ্যা বাছনি কৰা হয়, সংখ্যাটো অযুগ্ম হোৱাৰ সম্ভাৱিতা হ'ল - If a digit is chosen at random from the digit 1, 2, 3, 4, 5, 6, 7, 8, 9 then the probability that it is odd is -

 

 

 

 

 

46 / 50

46. The present ages of Anu and Riya are in the ratio 4 : 5. 8 years from now the ratio of their ages will be 5 : 6. What is Anu's present age? - অনু আৰু ৰিয়াৰ বৰ্তমান বয়সৰ অনুপাত 4 : 5। আজিৰ পৰা 8 বছৰ পিছত তেওঁলোকৰ বয়সৰ অনুপাত 5 : 6। অনুৰ বৰ্তমান বয়স কিমান?

 

 

 

 

 

47 / 50

47. তলৰ কোনটো দ্বিতীয় চোকত পৰিব?

 

 

 

 

 

48 / 50

48. If the graph of the polynomial y=f(x) intersects the x-axis at two points, then the number of zeroes of f(x) is - যদি এডাল লেখে y=f(x) ক x - অক্ষত দুটা বিন্দু কাটিছে, তেন্তে f(x) ৰ মূলৰ সংখ্যা -

 

 

 

 

 

49 / 50

49. বৰ্হিবিন্দু এটাৰ পৰা এটা বৃত্তলৈ কিমানডাল স্পৰ্শক টানিব পাৰি? - How many tangents can be drawn form an exterior point to a given circle

 

 

 

 

 

50 / 50

50. The perimeter of a triangle with vertices (0,4), (0,0) and (3,0) is - (0,4), (0,0) আৰু (3,0) শীৰ্ষবিন্দু থকা ত্রিভূজ এটাৰ পৰিসীমা হ'ব -

 

 

 

Your score is

The average score is 17%

0%

General Math MCQ Quiz (Module-2)

19
Created on By General Math MCQ Quiz - 350 Best Multiple Choice Questions & Answers PracticeJitu Das
Assam Employment General Knowledge Quiz

General Math MCQ Quiz

General Math MCQ Quiz - 350 Best Multiple Choice Questions & Answers Practice

1 / 50

1. Two numbers are in the ratio 3:5. if 12 is added to both the numbers, then the ratio becomes 5 : 7 the sum of given two numbers is - দুটা সংখ্যাৰ অনুপাত 3 : 5 । যদি প্রতিটোৰ লগত 12 যোগ কৰিলে অনুপাতটো 5 : 7 হয়, তেন্তে সংখ্যা দুটাৰ যোগফল কিমান ?

2 / 50

2. If 16% of 450 ÷ X % of 250 = 4.8 then X=?

3 / 50

3. (0.0̅9̅ × 7.3̅) is equal to - মান নিৰ্ণয় কৰা ।

4 / 50

4. How many two-digit numbers are divisible by 3 - 3 ৰে বিভাজ্য হোৱা দুটা অংকবিশিষ্ট সংখ্যা কিমানটা আছে?

5 / 50

5.

If a = 2³ × 3, b = 2 × 3 × 5, c = 3ⁿ × 5 and LCM (a, b, c) = 2³ × 3² × 5, then n =? - যদি a = 2³ × 3, b = 2 × 3 × 5, c = 3ⁿ × 5 আৰু লঃসাঃগু (a, b, c) = 2³ × 3² × 5, তেন্তে n =?

6 / 50

6. If AB || CD || XY then the value of ∠EOF. - যদি AB || CD || XY হয় তেন্তে ∠EOF ৰ মান নিৰ্ণয় কৰা -

7 / 50

7. How many digits will be there to the right of the decimal point in the product of 95.75 and 0.02554? - 95.75 আৰু 0.02554 পুৰণফলত কিমানটা দশমিক স্থানত থাকিব?

8 / 50

8. The mean of mode, median and range of the date:
তলত দিয়া তথ্যখিনিৰ বিস্তাৰ, মধ্যমা আৰু বহুলকৰ মাধ্য নিৰ্ণয় কৰা ।
2, 1, 2, 3, 3, 6, 4, 8, 14, 9, 4, 8, 4

9 / 50

9. (−2) × [1− {1− (1−2) + 4} + 6] = ?

10 / 50

10. The average of five numbers is 27. If one number is excluded the average becomes 25. The excluded number is - 5 টা সংখ্যাৰ গড় 27 । যদি এটা সংখ্যা বাহিৰ কৰা হয় তেন্তে গড় 25 হয় । বাহিৰ কৰা সংখ্যাটো কি?

11 / 50

11. If a - b = 7 and ab = 9 then a²+b² =? - যদি a - b = 7 আৰু ab = 9 তেন্তে a²+b² =?

12 / 50

12. What is the largest number that divides 245 and 1029, leaving the remainder 5 in each case? - 245 আৰু 1029 ক কি ডাঙৰ সংখ্যাৰে হৰণ কৰিলে ভাগশেষ 5 থাকিব প্রতিবাৰে?

13 / 50

13. Find the number which is nearest to 457 and is exactly divisible by 11 - 11 ৰে হৰণ কৰিব পৰা 457 ৰ একেবাৰে ওচৰৰ সংখ্যাটো কি?

14 / 50

14. A man walking at the rate of 5km/hr crosses a bridge in 15 minutes. The length of the bridge (in minutes) is: - এজন মানুহে 5km/hr দ্রুতিৰে এখন দলং 15 মিনিটত পাৰ কৰে । দলংখনৰ দৈৰ্ঘ্য কিমান?

15 / 50

15. If X is a positive number, then which of the following is the least? - যদি X এটা ধনাত্মক সংখ্যা, তেন্তে তলৰ কোনটো আটাইতকৈ সৰু -

16 / 50

16. If 30% of (B-A) = 18% of (B+A) then the ratio A : B is - যদি 30%ৰ (B-A) = 18%ৰ (B+A)তেন্তে A : B ৰ মান -

17 / 50

17. When 3488 is divided by 12 and 2478 is divided by 11, the difference between the remainders in both cases is - ৩৪৮৮ ক ১২ ৰে হৰণ কৰিলে আৰু ২৪৭৮ ক ১১ ৰে হৰণ কৰিলে ভাগশেষবোৰৰ পাৰ্থক্য হব -

18 / 50

18. The perimeter of a floor of a room is 18m. What is the area of the 4 walls of the room, if its height is 3m? - এখন মজিয়াৰ পৰিসীমা 18m । এটা কোঠাৰ চাৰিখন দেৱালৰ কালি নিৰ্ণয় কৰা যদি উচ্চতা 3m হয় ।

19 / 50

19. Two third of the first number is equal to the cube of the second number. If the second number is equal to twelve percent of 50, what is the sum of the first and second number? - প্ৰথম সংখ্যাৰ দুই তৃতীয়াংশৰ মান দ্বিতীয় সংখ্যাটোৰ ঘনকৰ সমান। যদি দ্বিতীয় সংখ্যাটো 50 ৰ 12% শতাংশৰ সমান হয়, তেন্তে প্রথম আৰু দ্বিতীয় সংখ্যাটোৰ যোগফল কিমান?

20 / 50

20. The difference between a number and its two fifth is 510. What is 10% of that number? - এটা সংখ্যা আৰু ইয়াৰ দুই-তৃতীয়াংশৰ পাৰ্থক্য 510 । সংখ্যাটোৰ 10%ৰ মান হ'ল -

21 / 50

21. A group of 20 girls has an average age of 12 years. The average age of the first 12 from the same group is 13 years. What is the average age of the other 8 girls in the group? - ২০ গৰাকী ছোৱালীৰ গড় বয়স ১২ বছৰ। প্ৰথম ১২ জনী ছোৱালীৰ গড় বয়স হৈছে ১৩ বছৰ। তেন্তে বাকী ৮ জনী ছোৱালীৰ গড় বয়স কিমান?

22 / 50

22. The length of a rectangle is three times of its width. If the length of the diagonal is 8√10 cm, then the perimeter of the rectangle is : - আয়ত এটাৰ দীঘ ইয়াৰ প্ৰস্থৰ তিনিগুণ। যদি কৰ্ণৰ দীঘ 8√10 cm হয়, তেন্তে আয়তটোৰ পৰিসীমা হ'ব: -

23 / 50

23. The average of four consecutive odd numbers is 12. Which is the lowest odd number? - প্রথম চাৰিটা ক্রমিক অযুগ্ম সংখ্যাৰ গড় 12 । তেন্তে সৰু অযুগ্ম সংখ্যাটো কি?

24 / 50

24. In an examination, 94% of the candidates passed and 114 failed. How many candidates appeared? - এটা পৰীক্ষাৰ 94% প্রাৰ্থীয়ে উত্তীৰ্ণ হৈছে আৰু 114 গৰাকী অনুতীৰ্ণ হৈছে । মুঠ ছাত্র-ছাত্রীৰ সংখ্যা কিমান?

25 / 50

25. If the area of a sector of a circle bounded by an area of length 5πcm is equal to 20πcm², then its radius is - এটা বৃত্তৰ বৃত্তাকাৰ কালি 20πcm² য'ত বৃত্তকলাটোৰ চাপৰ দৈৰ্ঘ্য 5πcm হয় । তেন্তে ব্যাসাৰ্ধ কিমান?

26 / 50

26. If the ratio of a vertical post and its shadow is 1 : 1 then the angle of elevation is - যদি এটা খুঁটি আৰু ইয়াৰ ছাঁৰ দৈৰ্ঘ্যৰ অনুপাত 1 : 1 । সূৰ্যৰ উঠন কোণ হ'ব -

27 / 50

27. The sum of all natural numbers between 100 and 200, which are multiple of 3. - 100 আৰু 200 ৰ মাজত থকা 3 ৰ গুণিতকবোৰৰ যোগফল কিমান?

28 / 50

28. Find the mean proportion of 18 and 9 - 18 আৰু 9 ৰ মধ্য সমানুপাতিকটো কি?

29 / 50

29. The volume of a cube is 2197 cm³. What is its lateral surface area (in cm²)? - এটা ঘনকৰ আয়তন 2197 cm³ । বক্রপৃষ্ঠৰ কালি নিৰ্ণয় কৰা ।

30 / 50

30. The total marks obtained by Arun in English and Mathematics are 170. If the difference between his marks in these two subjects is 10, then the ratio of his marks in these subjects is: - অৰুণে ইংৰাজী আৰু গণিতত লাভ কৰা মুঠ নম্বৰ হৈছে ১৭০। যদি তেওঁৰ দুয়োটা বিষয়ৰ নম্বৰৰ মাজৰ পাৰ্থক্য 10 হয়, তেন্তে তেওঁৰ বিষয় দুটাৰ নম্বৰৰ অনুপাত কি: -

31 / 50

31. In a school, all the students can stand in a row so that each row has 5, 9 or 10 students. Find the least number of students in the school. - এখন বিদ্যালয়ত ছাত্র-ছাত্রী সকলে শাৰি পাতি থিয় দি আছে । প্রতিটো শাৰিত 5, 9 বা 10 জনকৈ ছাত্র-ছাত্রী আছে । বিদ্যালয়খনত সৰ্বনিম্ন কিমান ছাত্র-ছাত্রী আছে ।

32 / 50

32. If tan9A=cot(5A-50°) then A+75°=? - যদি tan9A=cot(5A-50°) তেন্তে A+75°=?

33 / 50

33. Two numbers are in the ratio 3 : 4. The product of their HCF and LCM is 300. The sum of the numbers is - দুটা সংখ্যাৰ অনুপাত 3 : 4 । গঃসাঃউঃ আৰু লঃসাঃগুৰ পূৰণফল 300 । সংখ্যা দুটাৰ যোগফল কিমান?

34 / 50

34. In an examination, one student got 36 marks in Engish, 44 in Hindi, 75 in Mathematics and X in Science. if the average mark is 50 then X=? - কোনো এটা পৰীক্ষাত এজন ছাত্রই ইংৰাজীত ৩৬, হিন্দীত ৪৪, গণিতত ৭৫ আৰু বিজ্ঞানত X নম্বৰ পায় । যদি ছাত্রজনে গড়ে ৫০ নম্বৰ পায় তেন্তে X=?

35 / 50

35. (1-cos²θ) (1+cot²θ) =?

36 / 50

36. A number when divided by 136 leave the remainder of 36. If the same number is divided by 17, then the remainder will be - এটা সংখ্যক 136 ৰে হৰণ কৰিলে 36 ভাগশেষ হয় । সেই একেটা সংখ্যাক 17 ৰে হৰণ কৰিলে কিমান ভাগশেষ থাকিব?

37 / 50

37. Difference of (smallest common multiple of 4, 5 and 6) and (smallest common multiple of 5, 6 and 9) is - পাৰ্থক্য (4, 5 আৰু 6 ৰ আটাইতকৈ সৰু সচৰাচৰ গুণিতক) আৰু (5, 6 আৰু 9 ৰ আটাইতকৈ সৰু সচৰাচৰ গুণিতক) হৈছে

38 / 50

38. In an examination, 35% of the students passed and 455 failed. How many students appeared for the examination? - এটা পৰীক্ষাত 35% শিক্ষাৰ্থী উত্তীৰ্ণ হৈছে আৰু 455 জন অনুত্তীৰ্ণ হৈছে। কিমানজন শিক্ষাৰ্থীয়ে পৰীক্ষাত অৱতীৰ্ণ হৈছিল? -

39 / 50

39. The ages of X and Y are in the ratio of 9 : 4. 7 year hence, the ratio of their ages will be 5 : 3. The age of X is - X আৰু Y ৰ বয়সৰ অনুপাত 9 : 4 । 7 বছৰ পিছত, সিহঁতৰ বয়সৰ অনুপাত 5 : 3 । X ৰ বয়স হ'ল -

40 / 50

40. The perimeter of a square is 28cm and the length of the rectangle is 8cm. If the perimeter of the square and rectangle are equal. then the area of the rectangle is - এটা বৰ্গৰ পৰিসীমা 28cm আৰু আয়ত এটাৰ দৈৰ্ঘ্য 8cm । যদি বৰ্গ আৰু আয়তটোৰ পৰিসীমা সমান । তেন্তে আয়তটোৰ কালি নিৰ্ণয় কৰা ।

41 / 50

41. The ratio between the sale price and cost price of an article is 7 : 5. What is the ratio between the profit and cost price of that article? - এটা বস্তুৰ বেচা দাম আৰু কিনা দামৰ অনুপাত হৈছে 7: 5। তেন্তে লাভ আৰু কিনা দামৰ মাজত অনুপাত কিমান?

42 / 50

42. A and B can do work in 12 days, B and C in 15 days, c and A in 20 days. If A, B and C work together they will complete the work in - A আৰু B য়ে এটা কাম ১২ দিনত, B আৰু C য়ে ১৫ দিনত আৰু C আৰু A য়ে ২০ দিনত সম্পূৰ্ণ কৰে । A, B আৰু C য়ে একেলগে কামটো কিমান দিনত কৰে ।

43 / 50

43. Simplify (সৰল কৰা) |-3| +4 |-3| + |52-72|

44 / 50

44. If the number 23583ab is completely divisible by 80, then the value of a-b is - যদি 23583ab ক 80 ৰে সম্পূৰ্ণ কৈ বিভাজ্য হ'লে a-b ৰ মান হ'ব -

45 / 50

45. A sum of s.12,500 amounts to Rs.15,000 in 4 years at the rate of simple interest. What is the rate of interest? - 12,500 টকা মূলধনৰ 4 বছৰৰ সমৃদ্ধিমূল 15,000 টকা । তেন্তে সুতৰ হাৰ কিমান?

46 / 50

46. Rs.4000 becomes Rs.4500 in 5 years then find the ratio of interest. - 5 বছৰত 4000 টকা 4500 কৰা হয়, তেন্তে সুতৰ হাৰ কিমান হ'ব -

47 / 50

47. What is the mean of the range, mode and median of the data given below?
তলত দিয়া তথ্যখিনিৰ বিস্তাৰ, মধ্যমা আৰু বহুলকৰ মাধ্য নিৰ্ণয় কৰা ।
5, 10, 3, 6, 4, 8, 9, 3, 15, 2, 9, 4, 19, 11, 4

48 / 50

48. If Rs. 750 is divided into three parts x, y and z such that (x-5) : (y-10) : (z-15) = 5 : 4 : 3, then find the share of y - 750 টকা x, y আৰু z ৰ মাজত ভগাই দিয়া যাতে (x-5) : (y-10) : (z-15) = 5 : 4 : 3, তেন্তে yৰ ভাগ কিমান?

49 / 50

49. If (যদি) A = {a, b, c, d, e f} and (আৰু) B = {a, b, d, f} then find ( তেন্তে মান নিৰ্ণয় কৰা) B - A

50 / 50

50. The radius of a cone with a height 3cm, whose volume is equal to the volume of a cylinder with a radius 6cm and height 9cm is - এটা শংকুৰ ব্যাসাৰ্ধ নিৰ্ণয় কৰা যাৰ উচ্চতা 3cm, যাৰ আয়তন বেলনৰ আয়তনৰ সমান য'ত বেলনৰ ব্যাসাৰ্ধ আৰু উচ্চতা 6cm আৰু 9cm -

Your score is

The average score is 12%

0%

General Math MCQ Quiz (Module-3)

28
Created on By General Math MCQ Quiz - 350 Best Multiple Choice Questions & Answers PracticeJitu Das
Assam Employment General Knowledge Quiz

General Math MCQ Quiz

General Math MCQ Quiz - 350 Best Multiple Choice Questions & Answers Practice

1 / 50

1. If A = {5, 6, 7} and B = {7, 8, 9} then A∪B is equal to - যদি A = {5, 6, 7} আৰু B = {7, 8, 9} তেন্তে A∪B ৰ মান হব -

2 / 50

2. The first three terms of a proportion are 3, 5 and 21 respectively. What is its fourth term? - সমানু পাতিকৰ প্রথম তিনিটা পদ ক্রমে 3, 5 আৰু 21 চতুৰ্থ পদটো কি?

3 / 50

3. Sum of the place value of 6 in 63606 is - 63606 সংখ্যাটোৰ 6ৰ স্থানীৰ মানৰ যোগফল -

4 / 50

4. If a, b, c, d, e are five consecutive odd numbers then their average is - যদি a, b, c, d, e ক্রমিক পাচঁটা অযুগ্ম সংখ্যা হয় তেন্তে গড় হব -

5 / 50

5. The average of five consecutive natural numbers is 15. What is the sum of the first and last number? - পাচঁটা ক্রমিক স্বাভাৱিক সংখ্যাৰ গড় 15 । প্রথম আৰু শেষৰ সংখ্যাৰ যোগফল হ'ল -

6 / 50

6. The curved surface area of a hemisphere of radius 21 cm is - 21 cm ব্যাসাৰ্দ্ধযুক্ত অৰ্ধগোলক এটাৰ বক্রপৃষ্ঠকালি হ'ব -

7 / 50

7. (180% of x) ÷ 2 = 504 then the value of x is

8 / 50

8. Cube of 3cm, 4cm and 5cm respectively are melted to form a big cube, then find arm of big cube. - 3cm, 4cm আৰু 5cm বাহুৰ ঘনক তিনিটা গলাই এটা ডাঙৰ ঘনক বনোৱা হ'ল । তেন্তে ডাঙৰ ঘনকটোৰ বাহুৰ দীঘ কিমান?

9 / 50

9. IF α and β are the zeroes of the quadratic polynomial p(x) = 4x² - 5x - 1 then find the value of α²β + αβ² - যদি p(x) = 4x² - 5x - 1 বহুপদৰ দুটা শূন্য α আৰু β হ'লে α²β + αβ² ৰ মান হ'ব -

10 / 50

10. How many 4-digit numbers are there in the Hindu - Arabic Numeration system? - হিন্দু - আৰৱীয় পদ্ধতিত 4 অংক যুক্ত সংখ্যা কিমান?

11 / 50

11. the total ages of A, B and C at present is 90 years. 10 years ago, the ratio of their ages was 1 : 2 : 3. Then the present age of B is - A, B আৰু C ৰ বৰ্তমান বয়সৰ যোগফল 90 বছৰ । 10 বছৰ আগত, সিহঁতৰ বয়সৰ অনুপাত 1 : 2 : 3 তেন্তে B ৰ বৰ্তমান বয়স কিমান?

12 / 50

12. In ΔABC, if AB = BC and ∠B = 70°, ∠A will be: - ΔABC ৰ AB = BC আৰু ∠B = 70° তেন্তে ∠A ৰ মান:

13 / 50

13. A bag contains 2 red, 3 green and 2 blue ball. If a ball is select at random, then probability of a blue ball is - এটা মোনাত 2 টা ৰঙা, 3 টা সেউজীয়া আৰু 2 টা নীলা বল আছে। যদি এটা বল যাদৃচ্ছিকভাৱে বাচনি কৰা হয়, তেনেহ'লে বলটো নীলা হোৱাৰ সম্ভাৱিতা হৈছে -

14 / 50

14. Multiply by which of the following to make the number a perfect square. - তলৰ সংখ্যাখনিৰ লগত কি পূৰণ কৰিলে এটা পূৰ্ণ বৰ্গ সংখ্যা হ'ব -

8×9×10×11×12

15 / 50

15. Find the sum of the AP 2, 7, 12,.......... up to 10 terms. - 2, 7, 12,........(10 টা পদলৈ) যোগফল হ'ল -

16 / 50

16. In the following, Which id the greatest number? - তলৰ কোনটো ডাঙৰ সংখ্যা -

17 / 50

17. The edges of a cuboid are in the ratio 1 : 2 : 3 and its surface area is 88cm². The volume of the cuboid is - এটা আয়তীয় ঘনকৰ বাহুবোৰৰ অনুপাত 1 : 2 : 3 আৰু মুঠ পৃষ্ঠকালি 88cm² তেন্তে আয়তন হ'ব -

18 / 50

18. In an examination, 35% of the candidate failed in Mathematics and 25% in English. If 10% failed in both mathematics and English, then how much percent of candidates passed in both the subject? - এটা পৰীক্ষাত 35% প্রাৰ্থীয়ে গণিতত, 25% য়ে ইংৰাজীত আৰু 10% য়ে দুয়োটা বিষয়ত অনুত্তীৰ্ণ হৈছে । মুঠ কিমান গৰাকী প্রাৰ্থীয়ে উত্তীৰ্ণ হৈছে -

19 / 50

19. One Letter of the English alphabet is chosen at random. What is the probability of getting a vowel? - ইংৰাজী বৰ্ণমালাৰ পৰা এটা বৰ্ণ বাছনি কৰা হ'ল। বৰ্ণটো স্বৰবৰ্ণ হোৱাৰ সম্ভাৱনা কিমান? -

20 / 50

20. The length of a rectangle is 15cm more than its width. If the perimeter is 150, then the dimensions of the rectangle. - এটা আয়তৰ  দীঘ ইয়াৰ প্ৰস্থতকৈ 15 cm বেছি। যদি আয়তটোৰ পৰিসীমা 150 হয়, তেন্তে দীঘ আৰু প্রস্থ নিৰ্ণয় কৰা।

21 / 50

21. If sin7x = cos11x, then what will be the value of tan9x + cot9x - যদি sin7x = cos11x তেন্তে tan9x + cot9x ৰ মান কি হব -

22 / 50

22. The number 49532 rounded off to the nearest thousand is - 49532 সংখ্যাটো নিকটৱৰ্তী হাজাৰৰ সংখ্যাটো হ'ল -

23 / 50

23. If the length and area of a rectangular field are 30m and 600sq/m respectively, then the perimeter is - আয়তাকাৰ চোতাল এখনৰ দীঘ 30 মিটাৰ আৰু কালি 600 বৰ্গমিটাৰ হ'লে চোতালখনৰ পৰিসীমা কিমান?

24 / 50

24. If A : B = 3 : 2 then (3A - 2B) : (2A - B) is - যদি A : B = 3 : 2 তেন্তে (3A - 2B) : (2A - B) ৰ মান -

25 / 50

25. If one angle of a parallelogram is 24° less than twice the smallest angle then the largest angle of the parallelogram is - এটা সামন্তৰিকৰ এটা কোণ সৰু কোণৰ দুগুনতকৈ 24° কম । ডাঙৰ কোনটো হ'ল -

26 / 50

26. Which of the following represents descending order of numbers? - তলৰ সংখ্যাবোৰক অধঃক্রমত সজোৱা হৈছে -

27 / 50

27. In a right triangle, the length of the hypotenuse and a side are respectively 5cm and 3cm. What is the length of the remaining side? - এটা সমকোনী ত্রিভূজৰ কৰ্ণ আৰু এটা বাহুৰ দীঘ ক্রমে 5cm আৰু 3cm তেন্তে আনটো বাহুৰ দীঘ নিৰ্ণয় কৰা ।

28 / 50

28. The total surface area of a cuboid is 376sq.cm. Find its volume, if its length and breadth are 10cm and 8cm respectively. - এটা আয়তীয় ঘনকৰ মুঠ পৃষ্ঠকালি 376sq.cm । যদি দীঘ আৰু প্রস্থ ক্রমে 10cm আৰু 8cm হয় তেন্তে আয়তন নিৰ্ণয় কৰা -

29 / 50

29. The average of the runs of a cricket player in 20 matches is 35. If the average of the first 12 matches is 45, find the average of the last 8 matches. - এগৰাকী ক্ৰিকেট খেলুৱৈৰ 20 খন খেলৰ গড় হৈছে 35 যদি প্ৰথম 12 খন খেলৰ গড় 45 হয় তেন্তে বাকী 8 খন খেলৰ গড় কিমান?

30 / 50

30. তলৰ তথ্যখিনিৰ বিস্তাৰ অৰ্থাৎ পৰিসৰ হ'ল -

6, 6, 9, 14, 8, 9, 9, 8

31 / 50

31. The Average of 12 numbers is 35. If each of the numbers is multiplied by 2. find the average of new set of numbers - 12 টা সংখ্যাৰ গড় 35 । যদি প্রতিটোৰ সৈতে 2 পূৰণ কৰিলে নতুন গড় কিমান?

32 / 50

32. তলৰ সংখ্যাকেইটাৰ ভিতৰত কোনটো 3 ৰে বিভাজ্য?

33 / 50

33. The lateral surface area of a cube is 256 m2. The volume of the cube is - এটা ঘনকৰ বক্রপৃষ্ঠৰ কালি 256 m2 তেন্তে আয়তন হব -

34 / 50

34. In a cylinder, the radius is doubled and height is halved, the curved surface area will be - এটা বেলুন / চুঙাৰ ব্যাসাৰ্দ্ধ দুগুণ উচ্চতা আধা কৰিলে বক্র পৃষ্ঠৰ কালি হব -

35 / 50

35. The Product of two co-prime number is 119, then find their LCM. - দুটা সহ মৌলিক সংখ্যাৰ পূৰণফল 119, তেন্তে ল:সা:গু কিমান হ'ব -

36 / 50

36. The 2nd and 6th term of an arithmetic progression are 8 and 20 respectively, what is the 20th term? - দ্বিতীয় আৰু ষষ্ঠ পদ দুটা ক্রমে 8 আৰু 20 । তেন্তে সমান্তৰ প্রগতিটোৰ 20 তম পদটো হ'ল -

37 / 50

37. The mean of the median, mode and range of the observation is 6, 6, 9, 14, 8, 9, 9, 8 - মধ্যমা, বহুলক আৰু বিস্তাৰৰ মাধ্য কিমান?

38 / 50

38. Find the least number when it is divided by 2, 3, 4, 5 gives the remainder 1 in each case. - আটাইতকৈ সৰু সংখ্যাটো উলিওৱা যাক 2, 3, 4, 5 ৰে হৰণ কৰাৰ পিছত 1 ভাগশেষ থাকে।

39 / 50

39. √12 - √75 + √27 ৰ মান হ'ব -

40 / 50

40. Find the angle made by hours and minute hand at 5 o'clock ? - ঘড়ীত 5 টা বাজিলে ঘন্টা আৰু মিনিটৰ কাঁটাৰ মাজৰ মানৰ কোণটো কিমান হ'ব -

41 / 50

41. A rhombus has diagonals of length 8cm and 6cm. Find its perimeter. - এটা ৰম্বাচৰ কৰ্ণৰ দীঘ 8cm আৰু 6cm তেন্তে পৰিসীমা কিমান?

42 / 50

42. The product of the LCM and HCF of two numbers is 24. The difference of two numbers is 2. Find the numbers - দুটা সংখ্যাৰ ল:সা:গু আৰু গ:সা:উ: ৰ পূৰণফল 24 । যদি সংখ্যাদুটাৰ পাৰ্থক্য 2 । তেন্তে সংখ্যাদুটা হ'ল -

43 / 50

43. Two identical solid cubes of side a are joined end to end. Then the total surface area of the resulting cuboid is - দুটা ঘনকৰ দৈৰ্ঘ্য a আৰু দুয়োটা একেলগে কৰোতে এটা আয়তীয় ঘনকৰ দৰে হৈছে । সেই আয়তীয় ঘনকটোৰ মুঠ পৃষ্ঠকালি হব -

44 / 50

44. If 33% of A is equal to 55% of B, then find the ratio of A and B? - যদি A ৰ 33% আৰু B ৰ 55% ৰ সমান হয়, তেন্তে A আৰু B ৰ অনুপাত কিমান?

45 / 50

45. এটা লম্ব-বৃত্তাকাৰ চুঙাৰ ব্যাসাৰ্ধ 5cm আৰু দৈৰ্ঘ্য 7cm হ'লে চুঙাটোৰ আয়তন হ'ব -

46 / 50

46. Determine K such that the quadratic equation k (x-2) x + 6 = 0 has equal roots - K (x-2) x + 6 = 0 দ্বিঘাত সমীকৰণৰ মূল দুটা সমান হ'লে K ৰ মান হব -

47 / 50

47. The GM between the numbers 56 and 14 is -56 আৰু 14 গুনোত্তৰ মাধ্য হ'ব -

48 / 50

48. Which of the following is the square of an odd number? - নিম্নলিখিত কোনটো এটা অযুগ্ম সংখ্যাৰ বৰ্গ হয়?

49 / 50

49. All circle are - গোটেই বৃত্তবোৰ -

50 / 50

50. The roman numeral form of 98 is - 98 ৰ ৰোমান প্রতিৰূপ সংখ্যাটো হ'ব -

Your score is

The average score is 18%

0%

General Math MCQ Quiz (Module-4)

157
Created on By General Math MCQ Quiz - 350 Best Multiple Choice Questions & Answers PracticeJitu Das
Assam Employment General Knowledge Quiz

General Math MCQ Quiz

General Math MCQ Quiz - 350 Best Multiple Choice Questions & Answers Practice

1 / 50

1. If one side of a square is 35 m, then the area is ……. Q. যদি বৰ্গএটাৰ এটা ফাল 35 মিটাৰ হয়, তেন্তে এলেকাটো হৈছে .....

2 / 50

2. How many months have 30 days? Q. কিমান মাহত 30 দিন থাকে।

3 / 50

3. A river flows west to east and on the way turns left and go in a semi-circle round a hillock, and then turns left at right-angles. In what direction is the river finally flowing? Q. এখন নদী পশ্চিমে পূৱলৈ বৈ যায় আৰু বাটত বাওঁফালে ঘূৰি যায় আৰু এটা পাহাৰৰ চাৰিওফালে অৰ্ধ-বৃত্তত যায়, আৰু তাৰ পিছত সোঁ কোণত বাওঁফালে ঘূৰি যায়। অৱশেষত নদীখন কি দিশত বৈ আছে?

4 / 50

4. How many cents is equal to $ ¼? Q. কিমান চেণ্ট $1/4-ৰ সমান?

5 / 50

5. What kind of number is 37? Q. 37 কেনে ধৰণৰ সংখ্যা?

6 / 50

6. A car can cover a distance of 522 km on 36 liters of petrol. How far can it travel on 14 liters of petrol? Q. এখন গাড়ীয়ে ৩৬ লিটাৰ পেট্ৰ'লত ৫২২ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিব পাৰে। ই 14 লিটাৰ পেট্ৰ'লত কিমান দূৰ ভ্ৰমণ কৰিব পাৰে?

7 / 50

7. A long rope has to be cut to make 23 small pieces. If it is double folded to start with how many times does it need to be cut? Q. ২৩ টা সৰু টুকুৰা তৈয়াৰ কৰিবলৈ এটা দীঘল ৰছী কাটিব লাগিব। যদি  ইয়াক দুগুণ ভাঁজ কৰা হয় তেন্তে তাৰ সৈতে আৰম্ভ কৰিবলৈ ইয়াক কিমান বাৰ কাটিব লাগিব?

8 / 50

8. 13 – 13 × 111 – 111 = ……..

9 / 50

9. Which of the following sets are odd numbers?

10 / 50

10. How many sides are there in a nonagon? Q. নোনাগনত কিমানটা পক্ষ আছে?

11 / 50

11. Which of these following set of numbers are factors of 24? Q. এই সংখ্যাবোৰৰ  24 টা কাৰক কোনটো?

12 / 50

12. Find the sum; –1.54 + 5.093. Q. যোগফল টো বিচাৰক; –1.54 + 5.093.

13 / 50

13. Two numbers are in ratio 4 : 5. If the sum of the numbers is 135, find the numbers. Q. দুটা সংখ্যা 4 : 5 অনুপাতত আছে। যদি সংখ্যাবোৰৰ যোগফল 135 হয়, সংখ্যাবোৰ বিচাৰি উলিয়াওক।

14 / 50

14. Simplify: {36 ÷ (-9)} ÷ {(-24) ÷ 6}

15 / 50

15. Which number occurred before 9019? Q. 9019-ৰ আগতে কোনটো সংখ্যা ঘটিছিল?

16 / 50

16. How many parts are there in a triangle? Q. ত্ৰিভুজ এটাত কিমানটা অংশ আছে?

17 / 50

17. What should be added to 53/7 to get 12? Q. 12 পাবলৈ 53/7-ত কি যোগ কৰিব লাগে?

18 / 50

18. Absolute value of -20 or |-20| is ….. . Q. -20 বা |-20-ৰ পৰম মূল্য| হৈছে ...। .

19 / 50

19. In words number 14 can be written as ……. Q. শব্দত 14 নম্বৰটো .... বুলি লিখিব পাৰি।

20 / 50

20. Solve: x - 3 = 5

21 / 50

21. A clock seen through a mirror shows 8 o’clock. What is the correct time? Q. আইনাএখনৰ মাজেৰে দেখা ঘড়ী এটাত 8 বজাত দেখুওৱা হৈছে। সঠিক সময় কি?

22 / 50

22. Subtract - 8a from - 3a. Q. বিয়োগ কৰক - 8a ৰ পৰা - 3a

23 / 50

23. How much water is added to 750 g milk to get a 1-kilogram mixture of liquid? Q. 1 কিলোগ্ৰাম তৰল পাবলৈ 750 গ্ৰাম গাখীৰত কিমান পানী যোগ কৰা হয়?

24 / 50

24. 6 – (5 – 3) + 10 = ……..

25 / 50

25. What is the value of a^0? Q. ^0 ৰ মূল্য কিমান?

26 / 50

26. Which unit is used to measure length and breadth? Q. দৈৰ্ঘ্য আৰু প্ৰস্থ জোখাৰ বাবে কোনটো একক ব্যৱহাৰ কৰা হয়?

27 / 50

27. How many surfaces are there in a cube? Q. এটা ঘনকত কিমানটা পৃষ্ঠ আছে?

28 / 50

28. Speed of a car is 60 km/hr. Distance covered in 1 ¼ hour is ……… Q. গাড়ী এখনৰ গতি বেগ 60 কিমি/ঘণ্টা। 1 1/4 ঘণ্টাত অতিক্ৰম কৰা দূৰত্ব হৈছে ....

29 / 50

29. Which number has the greatest absolute value? Q. কোনটো সংখ্যাৰ সৰ্বাধিক পৰম মূল্য আছে?

30 / 50

30. What are the integer solutions of the inequality |x| < 2? Q. বৈষম্যৰ ইণ্টেগাৰ সমাধানবোৰ কি কি |x| < 2?

31 / 50

31. A clock seen through a mirror shows a quarter past three. What is the correct time shown by the clock? Q. আইনাএখনৰ মাজেৰে দেখা এটা ঘড়ীয়ে তিনিটা পাৰ হৈ যোৱা চতুৰ্থাংশ দেখুৱায়। ঘড়ীৰ দ্বাৰা দেখুওৱা সঠিক সময় কিমান?

32 / 50

32. Which term is used to identify a number? Q. এটা সংখ্যা চিনাক্ত কৰিবলৈ কোনটো শব্দ ব্যৱহাৰ কৰা হয়?

33 / 50

33. Fill in the blanks: 5/-7 = ..../35. Q. খালী ঠাইবোৰ পূৰণ কৰক: 5/-7 = .../35

34 / 50

34. Arrange the following numbers in order from least to greatest; –14.6, 159, 1.07, –1.295, 24.6. Q. নিম্নলিখিত সংখ্যাবোৰ কমেও ৰ পৰা সৰ্বশ্ৰেষ্ঠলৈ সজাওক; –14.6, 159, 1.07, –1.295, 24.6.

35 / 50

35. এটা তীব্ৰ কোণ হৈছে ....। Q. An acute angle is …….

36 / 50

36. Tom was not at school on Saturday last. He was first absent for four days before that. Today is Monday, the 31st of October. When was Tom first absent? Give the day and date. Q. টম যোৱা শনিবাৰে বিদ্যালয়ত নাছিল। তাৰ আগতে তেওঁ প্ৰথমচাৰি দিনৰ বাবে অনুপস্থিত আছিল। আজি সোমবাৰে, অক্টোবৰৰ 31 তাৰিখ। টম প্ৰথম কেতিয়া অনুপস্থিত আছিল? দিন আৰু তাৰিখ দিয়ক।

37 / 50

37. What is –10 – (–6) equals to? Q. –10 – (–6) কিহৰ সমান?

38 / 50

38. Which value of x makes the equation true? x – 7 = –13. Q. এক্সৰ কোনটো মানে সমীকৰণটো সঁচা কৰে? x – 7 = –13

39 / 50

39. How many months are equal to 45 days? Q. কিমান মাহ 45 দিনৰ সমান?

40 / 50

40. Each side of a square is 62/3 m long. Find its Area. Q. বৰ্গএটাৰ প্ৰতিটো ফাল 62/3 মিটাৰ দীঘল। ইয়াৰ এলেকা বিচাৰক।

41 / 50

41. What is the angle the hour hand of a clock makes with the minute hand when the time is 15.40? Q. সময় 15.40 হ'লে ঘড়ীৰ ঘণ্টাৰ হাতখনে মিনিট হাতেৰে কি কোণ তৈয়াৰ কৰে?

42 / 50

42. A clock shows the time as 12.20. What is the angle the hour hand makes with the minutes hand? Q. এটা ঘড়ীয়ে সময়টো ১২.২০ হিচাপে দেখুৱায়। মিনিটহাতেৰে ঘণ্টাৰ হাতখনে কি কোণ তৈয়াৰ কৰে?

43 / 50

43. If the day tomorrow is Sunday, what was it yesterday? Q. যদি অহাকাইলৈৰ দিনটো দেওবাৰ হয়, যোৱাকালি কি বাৰ আছিল?

44 / 50

44. What does PEMDAS stand for? Q. পিইএমডিএএছ কিহৰ বাবে থিয় হয়?

45 / 50

45. What is the opposite of 6? Q. 6 ৰ বিপৰীত কি?

46 / 50

46. 78 ÷ 5 ÷ 0.5 = ?

47 / 50

47. Find the median of the given data: 13, 16, 12, 14, 19, 12, 14, 13, 14. Q. প্ৰদত্ত তথ্যৰ মাজভাগ বিচাৰক: 13, 16, 12, 14, 19, 12, 14, 13, 14

48 / 50

48. How many diagonals are there in a quadrilateral? Q. চতুৰ্ভুজত কিমানটা কৰ্ণ আছে?

49 / 50

49. Simplify: 0 × 102

50 / 50

50. Ruby’s height is 5’2”. Ana is taller than Ruby but she is not taller than Pamela. Pamela is shorter than her cousin Ron but she is not shorter than Ruby. Who is the tallest in the group? Q. ৰুবীৰ উচ্চতা 5'2"। অনা ৰুবীতকৈ ওখ কিন্তু তাই পামেলাতকৈ ওখ নহয়। পামেলা তাইৰ সম্পৰ্কীয় ভাই ৰনতকৈ চুটি কিন্তু তাই ৰুবীতকৈ চুটি নহয়। গোটটোৰ আটাইতকৈ ওখ কোন?

Your score is

The average score is 36%

0%

General Math MCQ Quiz (Module-5)

90
Created on By General Math MCQ Quiz - 350 Best Multiple Choice Questions & Answers PracticeJitu Das
Assam Employment General Knowledge Quiz

General Math MCQ Quiz

General Math MCQ Quiz - 350 Best Multiple Choice Questions & Answers Practice

1 / 50

1. A clock strikes once at 1 o’clock, twice at 2 o’clock, thrice at 3 o’clock and so on. How many times will it strike in 24 hours? Q. এটা ঘড়ীয়ে ১ বজাত এবাৰ, ২ বজাত দুবাৰকৈ, ৩ বজাত তিনিবাৰকৈ ইত্যাদি ইত্যাদি। ২৪ ঘণ্টাত কিমানবাৰ আঘাত কৰিব?

2 / 50

2. Simplify : 3 + 6 x (5 + 4) ÷ 3 - 7

3 / 50

3.  প্রতিটো স্বাভাৱিক সংখ্যা পূর্ণ সংখ্যা

4 / 50

4. দহতকৈ সৰু যুগ্ম সংখ্যাৰ যােগফল-

5 / 50

5. চাৰিটা সংখ্যাৰে লিখিব পৰা আটাইতকৈ সৰু সংখ্যা

6 / 50

6. এটা যুগ্ম সংখ্যা আৰু এটা অযুগ্ম সংখ্যাৰ যােগফল

7 / 50

7. The average of first 50 natural numbers is …………. .Q. প্ৰথম ৫০টা প্ৰাকৃতিক সংখ্যাৰ গড় ............... .

8 / 50

8. ইউক্লিডৰ বিভাজন প্রমেয়িকা হল :
a= bq+r, য'ত

9 / 50

9. 27, 24, 21, .....এই সমান্তৰ প্ৰগতিটোৰ কোনটো পদ 0 হ’ব :

10 / 50

10. প্রথম চাৰিটা যুগ্ম সংখ্যাৰ যােগফল-

11 / 50

11. The largest number of six digits is ….. .Q. ছয়টা অংকৰ সৰ্বাধিক সংখ্যা হৈছে ..... ৷

12 / 50

12. x = 2 আৰু y = 3 ৰেখা দুডাল –

13 / 50

13. তলৰ কোনটো যুগ্ম সংখ্যা?

14 / 50

14. তলৰ কোনটো সংখ্যা আটাইতকৈ সৰু পূর্ণ সংখ্যা?

15 / 50

15. The simplest form of 1.5 : 2.5 is …………… . Q. ১.৫ : ২.৫ ৰ আটাইতকৈ সহজ ৰূপটো হ’ল ................

16 / 50

16. এটা বহুপদ p(x) ৰ ক্ষেত্ৰত y = p(x) লেখ x অক্ষৰ সমান্তৰাল তেন্তে  p(x) ৰ শূন্যৰ সংখ্যা হ’ল

17 / 50

17. যদি লঃ সাঃ গুঃ (x,18) = 36 আৰু গঃ সাঃ উঃ (x,18) = 2,তেন্তে x হ’ব

18 / 50

18. 50 times 5 is equal to Q. ৫০ গুণ ৫ ৰ সমান

19 / 50

19. এটা অংকৰে লিখিব পৰা আটাইতকৈ ডাঙৰ অযুগ্ম সংখ্যা কি?

20 / 50

20. দহতকৈ সৰু অযুগ্ম সংখ্যাবােৰৰ যােগফল

21 / 50

21. যুগ্ম সংখ্যাৰ যােগফল সদায়

22 / 50

22. 90 ÷ 10 =?

23 / 50

23. অখণ্ড সংখ্যা হৈছে

24 / 50

24. তলৰ কোনটো স্বাভাৱিক সংখ্যা নহয়?

25 / 50

25. Evaluation of 83 × 82 × 8-5 is …………. Q. ৮৩ × ৮২ × ৮-৫ ৰ মূল্যায়ন হৈছে ..................

26 / 50

26. 1 ৰ পৰা 100লৈ কিমানটা মৌলিক সংখ্যা আছে?

27 / 50

27. 106 × 106 – 94 × 94 = ?

28 / 50

28. যুগ্ম আৰু যুগ্ম সংখ্যাৰ যােগফল-

29 / 50

29. A number is divisible by 3 if the sum of its digits is divisible by …….. .Q. এটা সংখ্যা 3 ৰে হৰণ যায় যদি ইয়াৰ অংকৰ যোগফল ........ ৰে হৰণ যায়।

30 / 50

30. ১১১ + ২২২ + ৩৩৩ ৰ যোগফল Q. Find the sum of 111 + 222 + 333

31 / 50

31. A number is divisible by 5 if its unit digit is ………………… .Q. এটা সংখ্যাক ৫ ৰে হৰণ যায় যদি ইয়াৰ একক অংকটো .................. হয়।

32 / 50

32. এটা অংকৰে লিখিব পৰা আটাইতকৈ সৰু যুগ্ম সংখ্যা

33 / 50

33. Simplify: 26 + 32 - 12 Q. সৰল কৰক: ২৬ + ৩২ - ১২

34 / 50

34. In 24,673 ; the place-value of 6 is ….. .Q. ২৪,৬৭৩ জনত ; 6 ৰ স্থান-মান ..... .

35 / 50

35. তলৰ কোনটো আটাইতকৈ সৰু স্বাভাৱিক সংখ্যা?

36 / 50

36. Solve: 200 – (96 ÷ 4)

37 / 50

37. The difference between the smallest number of four digits and the largest number of three digits is ……. .Q. চাৰিটা অংকৰ আটাইতকৈ কম সংখ্যক আৰু তিনিটা অংকৰ সৰ্বাধিক সংখ্যকৰ মাজৰ পাৰ্থক্যটো হ’ল ....... .

38 / 50

38. পাঁচটা অংকৰে লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটো হল

39 / 50

39. যুগ্ম অথচ মৌলিক সংখ্যাটো কি?

40 / 50

40. 11 সংখ্যাটোৰ উত্তৰ পদটো হল

41 / 50

41. তলৰ কোনটো অনুপাত একোটা সমানুপাত হ’ব ?

42 / 50

42. 125 gallons of a mixture contains 20% water. What amount of additional water should be added such that water content is raised to 25%? Q. ১২৫ গেলন মিশ্ৰণত ২০% পানী থাকে। পানীৰ পৰিমাণ ২৫% লৈ বৃদ্ধি কৰিব পৰাকৈ কিমান পৰিমাণৰ অতিৰিক্ত পানী যোগ কৰিব লাগে?

43 / 50

43. স্বাভাৱিক সংখ্যা হৈছে

44 / 50

44.  If a number has an even number or zero at its unit place; the number is always divisible by ……. .Q. যদি কোনো সংখ্যাৰ একক স্থানত যুগ্ম সংখ্যা বা শূন্য থাকে; সংখ্যাটো সদায় ....... ৰে হৰণ যায়।

45 / 50

45. তলৰ কোনটো দ্বিঘাত সমীকৰণ হয় ?

46 / 50

46. The smallest number of seven digits is ….. .Q. সাতটা অংকৰ আটাইতকৈ কম সংখ্যাটো হ’ল ..... ৷

47 / 50

47.  Which of the following numbers gives 240 when added to its own square? Q. তলৰ কোনটো সংখ্যাক নিজৰ বৰ্গত যোগ কৰিলে ২৪০ পোৱা যায়?

48 / 50

48. 0, 3, 1, 5 ৰে লিখিব পৰা আটাইতকৈ সৰু সংখ্যাটো কি?

49 / 50

49. এটা অংকযুক্ত মৌলিক সংখ্যা

50 / 50

50. The sum of the least number of three digits and the largest number of two digits is ….. .Q. তিনিটা অংকৰ সৰ্বনিম্ন সংখ্যা আৰু দুটা অংকৰ সৰ্বাধিক সংখ্যাৰ যোগফল হ’ল ..... ।

Your score is

The average score is 39%

0%

General Math MCQ Quiz (Module-6)

246
Created on By General Math MCQ Quiz - 350 Best Multiple Choice Questions & Answers PracticeJitu Das
Assam Employment General Knowledge Quiz

General Math MCQ Quiz

General Math MCQ Quiz - 350 Best Multiple Choice Questions & Answers Practice

1 / 50

1. Q. তলৰ কোনটো শুদ্ধ

2 / 50

2. Q. 2 সংখ্যাটো হ’ল

3 / 50

3. Q. এটা বৰ্গক্ষেত্ৰৰ ক্ষেত্ৰফল 196 বৰ্গ মিটাৰ হ’লে, বৰ্গক্ষেত্ৰটোৰ প্ৰত্যেক বাহুৰ দৈৰ্ঘ্য কিমান?

4 / 50

4. Q. দুটা সমান্তৰাল সৰলৰেখাই পৰস্পৰক কমপক্ষে কেইটা বিন্দুত ছেদ কৰিব পাৰি?

5 / 50

5. Q. এজন খুচুৰা দোকানীয়ে 200 টকা মূল্য লিখা বস্তু এটা 10% লোকচানত বেচিলে বস্তুটোৰ বেচাদাম কিমান হ’ব?

6 / 50

6. Q. X = 999 আৰু Y = 1000 হ’লে, X² - Y² ৰ মান কিমান হ’ব?

7 / 50

7. Q. আটাইতকৈ সৰু স্বাভাৱিক পূৰ্ণ বৰ্গ সংখ্যাটো

8 / 50

8. Q. কোনো এটা বস্তু পাচঁশ টকাত কিনি এহেজাৰ টকাত বেচিলে কিমান শতাংশ লাভ বা লোকচান হ’ব?

9 / 50

9. Q. দুটা ভগ্নাংশৰ বিয়োগফল 2½। সৰুটো ½ হ’লে ডাঙৰটো কিমান?

10 / 50

10. Q. 100 মিটাৰ দীঘল এটা আলিবাটৰ প্ৰতি 5 মিটাৰৰ অন্তৰে অন্তৰে এজোপাকৈ নাৰিকল গছ ৰুবলৈ হ’লে কিমান জোপা গছ লাগিব?

11 / 50

11. Q. আটাইতকৈ সৰু পূৰ্ণ সংখ্যা

12 / 50

12. Q. 25 আৰু 26 সংখ্যা দুটাৰ লঃ সাঃ গুঃ হ'ব

13 / 50

13. Q. 1 মিটাৰ সমান কিমান কিলোমিটাৰ?

14 / 50

14. Q. দুটা সংখ্যাৰ লঃসাঃগুঃ 84, গঃসাঃগুঃ 8, তাৰে এটা সংখ্যা 16 হ’লে আনটো কিমান?

15 / 50

15. Q. 0.009 x 0.009 ÷ 0.009 ৰ মান কিমান?

16 / 50

16. Q.  0.999 ৰ ঠাইত 1 লিখিলে কিমান ভুল হ’ব?

17 / 50

17. Q. 5/0 এটা সংখ্যা

18 / 50

18. Q. শূন্য সংখ্যাটো বাদ দিলে পূৰ্ণ সংখ্যাৰ সংহতিটো হ'ব

19 / 50

19. Q. তলৰ কোনটো স্বাভাৱিক সংখ্যা নহয়

20 / 50

20. Q. x আৰু a সংখ্যা দুটাৰ গঃ সাঃ উঃ হ’ব

21 / 50

21. Q. তলৰ কোনটো সংখ্যা মৌলিক অথবা যৌগিক নহয়

22 / 50

22. Q. চাৰিটা অঙ্কৰে লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটোৰ পৰা তিনিটা সংখ্যাৰে লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটো বিয়োগ কৰিলে বিয়োগফল কিমান হ’ব?

23 / 50

23. Q. x সংখ্যাটোক মৌলিক সংখ্যা বুলি কোৱা হয় যদি

24 / 50

24. Q. চাৰিটা অঙ্কৰে লিখিব পৰা আটাইতকৈ সৰু সংখ্যাৰ পৰা তিনিটা অঙ্কৰে লিখিব পৰা বৃহত্তম সংখ্যাটো বিয়োগ কৰিলে কি হ’ব?

25 / 50

25. Q. যিকোনো সংখ্যাই ইয়াৰ প্ৰতিটো উৎপাদকৰ এটা গুণিতক। এই বাকাটো

26 / 50

26. Q. কোনো সংখ্যাক শূণ্যৰে পূৰণ কৰিলে তাৰ উত্তৰ কি হ’ব?

27 / 50

27. Q. 25 আৰু 26 সংখ্যা দুটাৰ গঃ সাঃ উঃ হ’ব

28 / 50

28. Q. 7 আৰু 11 ৰ গঃ সাঃ উঃ হ'ব

29 / 50

29. Q. 10 জন শ্ৰমিকে এটা কাম 20 দিনত কৰে, 20 জন শ্ৰমিকে সেই কামটো কেই দিনত কৰিব?

30 / 50

30. Q. y² - 9y = 0 হ’লে y ৰ মান কিমান?

31 / 50

31. Q. তোমাৰ হাতত যিমান টকা আছিল তাৰে 2/5 শতাংশ খৰচ কৰাৰ পিছত যদি তোমাৰ হাতত 3 টকা থাকে, তেন্তে তোমাৰ হাতত মুঠতে কিমান টকা আছিল?

32 / 50

32. Q. 943 সংখ্যাটো মৌলিক নে যৌগিক

33 / 50

33. Q. 9/21 ভগ্নাংশটো তলৰ কোনটোৰ সমতুল্য

34 / 50

34. Q. এটা ত্ৰিভূজৰ কোণবোৰ যথাক্ৰমে আন এটা ত্ৰিভূজৰ কোণবোৰৰ সৈতে সমান হ’লে সেই ত্ৰিভূজ দুটাক কি বোলে?

35 / 50

35. Q. 0.6 টকাত কিমান পইচা?

36 / 50

36. Q. সমকোণী ত্ৰিভূজ কাক বোলে?

37 / 50

37. Q. এডাল বাঁহ 0.4 ভাগ পানীত, 0.5 ভাগ বোকাত আৰু 7 মিটাৰ পানীৰ ওপৰত আছে বাঁহটো কিমান দীঘল?

38 / 50

38. Q. এখন চাইকেলৰ গতিবেগ 18 কিলোমিটাৰ প্ৰতি ঘণ্টাত হ’লে প্ৰতি ছেকেণ্ডত তাৰ গতিবেগ কিমান হ’ব?

39 / 50

39. Q. আটাইতকৈ সৰু স্বাভাৱিক পূৰ্ণ বৰ্গ সংখ্যাটো

40 / 50

40. Q. 1 ৰ পৰা 100 লৈ লিখোঁতে 1 সংখ্যাটো কেইবাৰ ব্যৱহাৰ হ’ব?

41 / 50

41. Q. তলৰ কোনটো মৌণিক সংখ্যা নহয়

42 / 50

42. Q. কোনো বৃত্তৰ ব্যাসৰ শেষ বিন্দুয়ে পৰিধিত যি কোণৰ সৃষ্টি কৰে তাৰ মান কিমান?

43 / 50

43. Q. ককায়েকৰ বয়স ভায়েকৰ বয়সৰ দুগুন, ককায়েকৰ বয়স ৩০ বছৰ হ’লে ভায়েকৰ বয়স কিমান হ’ব?

44 / 50

44. Q. দুটা ক্ৰমিক যুগ্ম সংখ্যাৰ মাজত পাৰ্থক্য হ'ব

45 / 50

45. Q. মৌলিক সংখ্যাৰ ক্ষেত্ৰত তলৰ শুদ্ধ বাকাটো

46 / 50

46. Q. তলৰ কোনটো সংখ্যা 3 ৰ শুণিতক নহয়

47 / 50

47. Q. 0.08 টকাত কিমান পইচা?

48 / 50

48. Q. আটাইতকৈ সৰু স্বাভাৱিক সংখ্যা যি মৌলিক সংখ্যা নহয়

49 / 50

49. Q. 0.5625 ৰ বৰ্গমূল কিমান?

50 / 50

50. Q. বছৰি 10% চক্ৰবৃদ্ধি সুতৰ হাৰে 100 টকা মূলধনৰ 2 বছৰৰ মূৰত সমূল চক্ৰবৃদ্ধি কিমান হ’ব?

Your score is

The average score is 43%

0%

General Math MCQ Quiz (Module-7)

85
Created on By General Math MCQ Quiz - 350 Best Multiple Choice Questions & Answers PracticeJitu Das
Assam Employment General Knowledge Quiz

General Math MCQ Quiz

General Math MCQ Quiz - 350 Best Multiple Choice Questions & Answers Practice

1 / 52

1. Which is the largest number in 15/17, 15/18, 15/19, 15/21? Q. ১৫/১৭, ১৫/১৮, ১৫/১৯, ১৫/২১ ত কোনটো সংখ্যা আটাইতকৈ ডাঙৰ?

2 / 52

2. What is the average value of 25, 20, 23 and 22? Q. ২৫, ২০, ২৩ আৰু ২২ ৰ গড় মান কিমান হ’ব?

3 / 52

3. এখন আয়তাকাৰ পথাৰৰ দৈর্ঘ্য আৰু প্রস্থ যথাক্রমে 50m আৰু 15m। পথাৰখনৰ দৈর্ঘ্য আৰু প্রস্থৰ অনুপাত কিমান?

4 / 52

4. এটা সামন্তৰিক ৰ কালি 50cm আৰু সামন্তৰিকটোৰ ভূমি 5cm হয়, তেনেহ'লে উন্নতি কিমান হব?

5 / 52

5. Name a triangle whose two angles are equal. Q. যাৰ দুটা কোণ সমান ত্ৰিভুজৰ নাম লিখা।

6 / 52

6. ৰূপমে 500ৰ ভিতৰত 360 নম্বৰ পালে। সি শতকৰা কিমান পালে?

7 / 52

7. 20 জন ছাত্র-ছাত্রীৰ 72% ই গণিতত ভাল। গণিতত ভাল নােপোৱা ছাত্র-ছাত্রীৰ সংখ্যা কিমান?

8 / 52

8. 30 আৰু 42 ৰ গঃ সাঃ উঃ হল-

9 / 52

9. 1 কুইন্টলৰ 15% =?

10 / 52

10. তলৰ কোনটো একক অনুপাত?

11 / 52

11. 18 আৰু 48 ৰ গঃ সাঃ উঃ হল-

12 / 52

12. 2 is a …………… number. Q. ২ এটা .................. সংখ্যা।

13 / 52

13. যদি x : y = 3 : 2 তেন্তে (4x -2y) : (x+ у) =?

14 / 52

14. What is 999 times 100.0? Q. ৯৯৯ গুণ ১০০.০ কি?

15 / 52

15. 12, 45, 75 ৰ গঃ সাঃ গুঃ হল

16 / 52

16. How many hours in 90 minutes? Q. ৯০ মিনিটত কিমান ঘণ্টা?

17 / 52

17. 1 dime = …….. dollar. Q. ১ ডাইম = ....... ডলাৰ

18 / 52

18. দুটা ক্রমিক অযুগ্ম সংখ্যা গঃ সাঃ গুঃ হল-

19 / 52

19. How many digits are there in 1000? Q. ১০০০ ত কিমান অংক আছে?

20 / 52

20. 40, 36 আৰু 126 ৰ লঃ সাঃ গুঃ হল

21 / 52

21. 18, 24 আৰু 32 ৰে বিভাজ্য হােৱা 4 অংক বিশিষ্ট আটাইতকৈ সৰু সংখ্যাটো হল

22 / 52

22. How many factors are there in 71? Q. ৭১ ত কিমানটা কাৰক আছে?

23 / 52

23. 2 ৰে পুৰণ কৰিলে পুৰণফল পােৱা যায় 1500 আৰু তাৰ গঃ সাঃ উঃ 10 হলে তাৰ লঃ সাঃ গুঃ কিমান হব?

24 / 52

24. 36, 45 60 ৰ লঃ সাঃ গুঃ হল-

25 / 52

25. 1010 gram = ……… kg. Q. ১০১০ গ্ৰাম = .......... কিলোগ্ৰাম।

26 / 52

26. এটা আয়তৰ প্রস্থ 3cm আৰু কালি 18cm² হলে ইয়াৰ দৈর্ঘ্য কিমান?

27 / 52

27. Complete the sequence 13, 16, ……, 22. Q. 13, 16, ......, 22 ক্ৰমটো সম্পূৰ্ণ কৰক।

28 / 52

28. মালাই 650ৰ ভিতৰত 520 নম্বৰ পালে। তাইৰ শতকৰা নম্বৰ হল

29 / 52

29. Factors of 9 are…..Q. ৯ ৰ গুণকবোৰ হ’ল.....

30 / 52

30. 624, 936 আৰু 264 ৰ গঃ সাঃ গুঃ হল-

31 / 52

31. যদি a : b = 3 : 4 আৰু c : d = 2 : 5 তেন্তে a : c ৰ মান নির্ণয় কৰা।

32 / 52

32. দুটা ক্রমিক সংখ্যাৰ গঃ সাঃ গুঃ

33 / 52

33. এটা ঋতুত এটা স্থানীয় ক্রিকেট দলে 20খন খেল খেলিছিল। তেওঁলােকে ইয়াৰ 25% খেলত জয়ী হয়। তেওঁলােক কিমানখন খেলত জয়ী হৈছে?

34 / 52

34. How many digits answer we will get when we add 99 and 1? Q. ৯৯ আৰু ১ যোগ কৰিলে আমি কেইটা অংকৰ উত্তৰ পাম?

35 / 52

35. Solve : 24 + 4 ÷ 4

36 / 52

36. What is the sum of one digit prime numbers? Q. এক অংকৰ মৌলিক সংখ্যাৰ যোগফল কিমান হ’ব?

37 / 52

37. When we multiply an exact number by zero what will be the exact answer? Q. যেতিয়া আমি এটা সঠিক সংখ্যাক শূন্যৰে গুণ কৰিম তেতিয়া সঠিক উত্তৰটো কি হ’ব?

38 / 52

38. এটা আয়তৰ দীঘ আৰু প্রস্থৰ অনুপাত 5 : 3। আয়তটোৰ দীঘ 20cm হ'লে প্রস্থ কিমান?

39 / 52

39. 60, 120 আৰু 210 ৰ লঃ সাঃ গুঃ হল-

40 / 52

40. কোনটো সংখ্যাৰ 220তকৈ 5% বেছি?

41 / 52

41. 150 গ্রামৰ 30% =?

42 / 52

42. What is the largest two digits prime number? Q. আটাইতকৈ ডাঙৰ দুটা অংকৰ মৌলিক সংখ্যাটো কি?

43 / 52

43. The average of three person’s age is 9 years. Find the sum of there age. Q. তিনিজন ব্যক্তিৰ গড় বয়স ৯ বছৰ। তাত বয়সৰ যোগফল বিচাৰক।

44 / 52

44. Simplify :150 ÷ (6 + 3 x 8) - 5

45 / 52

45. যদি মৰমীয়ে 75% খৰচ কৰাৰ পিছত 600 টকা তাইৰ হাতত বাকী থাকে, তেন্তে তাইৰ আৰম্ভণিতে কিমান টকা আছিল?

46 / 52

46. How many lines can be drawn through two points? Q. দুটা বিন্দুৰ মাজেৰে কিমান ৰেখা অংকন কৰিব পাৰি?

47 / 52

47. 3 : 5 অনুপাতটোৰ পূর্ব পদটো হল-

48 / 52

48. How many times 1000 is bigger than 1? Q. 1 তকৈ 1000 কিমান ডাঙৰ?

49 / 52

49. What is the unit of volume? Q. আয়তনৰ একক কিমান?

50 / 52

50. 70, 105 আৰু 175 ৰ গঃ সাঃ উঃ হল-

51 / 52

51. 2, 3, 7 ৰ লঃ সাঃ গুঃ হল-2, 3, 7 ৰ লঃ সাঃ গুঃ হল-

52 / 52

52. 91, 112, 49 ৰ গঃ সাঃ উঃ হল-

Your score is

The average score is 37%

0%

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.