ASSAM EMPLOYMENT

Assam Government Job News

Mathematics Quiz (Module-1) |Government Job Interview Practice| MCQ Test

9
Created on
Mathematics Quiz (Module-1) |Government Job Interview Practice| MCQ Test

Mathematics Quiz (Module-1)

Mathematics Quiz (Module-1) |Government Job Interview Practice| MCQ Test

1 / 50

1. Q. আটাইতকৈ সৰু স্বাভাৱিক সংখ্যা যি মৌলিক সংখ্যা নহয়

2 / 50

2. Q. 2 সংখ্যাটো হ’ল

3 / 50

3. Q. 25 আৰু 26 সংখ্যা দুটাৰ লঃ সাঃ গুঃ হ'ব

4 / 50

4. Q. 0.08 টকাত কিমান পইচা?

5 / 50

5. Q. দুটা সংখ্যাৰ লঃসাঃগুঃ 84, গঃসাঃগুঃ 8, তাৰে এটা সংখ্যা 16 হ’লে আনটো কিমান?

6 / 50

6. Q. তলৰ কোনটো মৌণিক সংখ্যা নহয়

7 / 50

7. Q. তলৰ কোনটো স্বাভাৱিক সংখ্যা নহয়

8 / 50

8. Q. 0.6 টকাত কিমান পইচা?

9 / 50

9. Q. সমকোণী ত্ৰিভূজ কাক বোলে?

10 / 50

10. Q. তলৰ কোনটো সংখ্যা 3 ৰ শুণিতক নহয়

11 / 50

11. Q. এটা ত্ৰিভূজৰ কোণবোৰ যথাক্ৰমে আন এটা ত্ৰিভূজৰ কোণবোৰৰ সৈতে সমান হ’লে সেই ত্ৰিভূজ দুটাক কি বোলে?

12 / 50

12. Q. এখন চাইকেলৰ গতিবেগ 18 কিলোমিটাৰ প্ৰতি ঘণ্টাত হ’লে প্ৰতি ছেকেণ্ডত তাৰ গতিবেগ কিমান হ’ব?

13 / 50

13. Q. এজন খুচুৰা দোকানীয়ে 200 টকা মূল্য লিখা বস্তু এটা 10% লোকচানত বেচিলে বস্তুটোৰ বেচাদাম কিমান হ’ব?

14 / 50

14. Q. দুটা সমান্তৰাল সৰলৰেখাই পৰস্পৰক কমপক্ষে কেইটা বিন্দুত ছেদ কৰিব পাৰি?

15 / 50

15. Q. শূন্য সংখ্যাটো বাদ দিলে পূৰ্ণ সংখ্যাৰ সংহতিটো হ'ব

16 / 50

16. Q. আটাইতকৈ সৰু পূৰ্ণ সংখ্যা

17 / 50

17. Q.  0.999 ৰ ঠাইত 1 লিখিলে কিমান ভুল হ’ব?

18 / 50

18. Q. দুটা ক্ৰমিক যুগ্ম সংখ্যাৰ মাজত পাৰ্থক্য হ'ব

19 / 50

19. Q. বছৰি 10% চক্ৰবৃদ্ধি সুতৰ হাৰে 100 টকা মূলধনৰ 2 বছৰৰ মূৰত সমূল চক্ৰবৃদ্ধি কিমান হ’ব?

20 / 50

20. Q. দুটা ভগ্নাংশৰ বিয়োগফল 2½। সৰুটো ½ হ’লে ডাঙৰটো কিমান?

21 / 50

21. Q. আটাইতকৈ সৰু স্বাভাৱিক পূৰ্ণ বৰ্গ সংখ্যাটো

22 / 50

22. Q. 100 মিটাৰ দীঘল এটা আলিবাটৰ প্ৰতি 5 মিটাৰৰ অন্তৰে অন্তৰে এজোপাকৈ নাৰিকল গছ ৰুবলৈ হ’লে কিমান জোপা গছ লাগিব?

23 / 50

23. Q. 5/0 এটা সংখ্যা

24 / 50

24. Q. যিকোনো সংখ্যাই ইয়াৰ প্ৰতিটো উৎপাদকৰ এটা গুণিতক। এই বাকাটো

25 / 50

25. Q. 10 জন শ্ৰমিকে এটা কাম 20 দিনত কৰে, 20 জন শ্ৰমিকে সেই কামটো কেই দিনত কৰিব?

26 / 50

26. Q. চাৰিটা অঙ্কৰে লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটোৰ পৰা তিনিটা সংখ্যাৰে লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটো বিয়োগ কৰিলে বিয়োগফল কিমান হ’ব?

27 / 50

27. Q. তোমাৰ হাতত যিমান টকা আছিল তাৰে 2/5 শতাংশ খৰচ কৰাৰ পিছত যদি তোমাৰ হাতত 3 টকা থাকে, তেন্তে তোমাৰ হাতত মুঠতে কিমান টকা আছিল?

28 / 50

28. Q. x সংখ্যাটোক মৌলিক সংখ্যা বুলি কোৱা হয় যদি

29 / 50

29. Q. 0.009 x 0.009 ÷ 0.009 ৰ মান কিমান?

30 / 50

30. Q. x আৰু a সংখ্যা দুটাৰ গঃ সাঃ উঃ হ’ব

31 / 50

31. Q. 0.5625 ৰ বৰ্গমূল কিমান?

32 / 50

32. Q. 1 মিটাৰ সমান কিমান কিলোমিটাৰ?

33 / 50

33. Q. X = 999 আৰু Y = 1000 হ’লে, X² - Y² ৰ মান কিমান হ’ব?

34 / 50

34. Q. 7 আৰু 11 ৰ গঃ সাঃ উঃ হ'ব

35 / 50

35. Q. 9/21 ভগ্নাংশটো তলৰ কোনটোৰ সমতুল্য

36 / 50

36. Q. ককায়েকৰ বয়স ভায়েকৰ বয়সৰ দুগুন, ককায়েকৰ বয়স ৩০ বছৰ হ’লে ভায়েকৰ বয়স কিমান হ’ব?

37 / 50

37. Q. কোনো বৃত্তৰ ব্যাসৰ শেষ বিন্দুয়ে পৰিধিত যি কোণৰ সৃষ্টি কৰে তাৰ মান কিমান?

38 / 50

38. Q. চাৰিটা অঙ্কৰে লিখিব পৰা আটাইতকৈ সৰু সংখ্যাৰ পৰা তিনিটা অঙ্কৰে লিখিব পৰা বৃহত্তম সংখ্যাটো বিয়োগ কৰিলে কি হ’ব?

39 / 50

39. Q. 25 আৰু 26 সংখ্যা দুটাৰ গঃ সাঃ উঃ হ’ব

40 / 50

40. Q. y² - 9y = 0 হ’লে y ৰ মান কিমান?

41 / 50

41. Q. মৌলিক সংখ্যাৰ ক্ষেত্ৰত তলৰ শুদ্ধ বাকাটো

42 / 50

42. Q. এটা বৰ্গক্ষেত্ৰৰ ক্ষেত্ৰফল 196 বৰ্গ মিটাৰ হ’লে, বৰ্গক্ষেত্ৰটোৰ প্ৰত্যেক বাহুৰ দৈৰ্ঘ্য কিমান?

43 / 50

43. Q. 943 সংখ্যাটো মৌলিক নে যৌগিক

44 / 50

44. Q. আটাইতকৈ সৰু স্বাভাৱিক পূৰ্ণ বৰ্গ সংখ্যাটো

45 / 50

45. Q. তলৰ কোনটো শুদ্ধ

46 / 50

46. Q. 1 ৰ পৰা 100 লৈ লিখোঁতে 1 সংখ্যাটো কেইবাৰ ব্যৱহাৰ হ’ব?

47 / 50

47. Q. তলৰ কোনটো সংখ্যা মৌলিক অথবা যৌগিক নহয়

48 / 50

48. Q. কোনো সংখ্যাক শূণ্যৰে পূৰণ কৰিলে তাৰ উত্তৰ কি হ’ব?

49 / 50

49. Q. এডাল বাঁহ 0.4 ভাগ পানীত, 0.5 ভাগ বোকাত আৰু 7 মিটাৰ পানীৰ ওপৰত আছে বাঁহটো কিমান দীঘল?

50 / 50

50. Q. কোনো এটা বস্তু পাচঁশ টকাত কিনি এহেজাৰ টকাত বেচিলে কিমান শতাংশ লাভ বা লোকচান হ’ব?

Your score is

The average score is 26%

0%

Leave a Comment